• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, August 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গো মাংসৰ পাছত লাগি থকাৰ সলনি ৰাজ্যৰ উন্নয়নত মন দিয়ক : ৰাজ্য চৰকাৰক ধমক উচ্চতম ন্যায়ালয়ৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 21, 2025 9:20 pm
281
VIEWS
Share on FacebookShare on Twitter

শুকুৰবাৰে গোমাংস সৰবৰাহ সম্পৰ্কীয় এক গোচৰৰ শুনানিত অসম চৰকাৰক সমালোচনা কৰে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে।

উচ্চতম ন্যায়ালয়ে অসম চৰকাৰক সমালোচনা কৰি কয় যে অধিক গুৰুত্বপূৰ্ণ বিষয়ৰ পৰিৱৰ্তে মাংস সৰবৰাহকাৰীৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে ৰাজ্য চৰকাৰে।

ন্যায়াধীশ এ এছ ওকা আৰু উজ্জ্বল ভূঞাৰ বিচাৰপীঠে পেকেটত ভৰোৱা কেঁচা মাংস সৰবৰাহ কৰাৰ অভিযোগত অভিযুক্ত এজন ব্যক্তিক অস্থায়ী সকাহ দিয়াৰ সমান্তৰালভাৱে ৰাজ্য চৰকাৰে গুৰুত্বপূৰ্ণ বিষয়ৰ সলনি গো মাংসত অধিক গুৰুত্ব দিয়া বুলি সমালোচনা কৰে।

বিচাৰপীঠে কয়, ‘গো সৰবৰাহকাৰীৰ পিছত দৌৰি থকাতকৈ আন ভাল কামবোৰ কৰিব লাগে।

উচ্চতম ন্যায়ালয়ে গো মাংস সৰবৰাহকাৰী অভিযুক্তগৰাকীৰ বিৰুদ্ধে থকা অপৰাধমূলক গোচৰ বাতিল কৰি ১৬ এপ্ৰিলত এই গোচৰৰ পৰৱৰ্তী শুনানিৰ দিন নিৰ্ধাৰণ কৰে।

বিচাৰপীঠে কয় দিয়ে যে পেকেটত ভৰোৱা কেঁচা মাংস গো-মাংস নে আন জন্তুৰ মাংস সেইটো চকুৰে চাই চিনাক্ত কৰাটো কঠিন।

“কেৱল চকুৰে চাই এজন ব্যক্তিয়ে কেনেকৈ ক’ব পাৰে যে ই গো-মাংস? খালী চকুৰে চাই সেয়া কোৱা সম্ভৱ নহয়।’ আদালতে এইদৰে কয়।

ইফালে আদালত অভিযুক্তই কয় যে তেওঁ কেৱল পেকেটত ভৰোৱা মাংসখিনি সৰবৰাহহে কৰিছিল। তেওঁ সেই মাংস পেক কৰা নাছিল বা উৎপাদন কৰা নাছিল।

আনহাতে, অসম চৰকাৰে দাবী কৰিছে যে অভিযুক্তই মাংসখিনি বিক্ৰী কৰিছিল। কিন্তু ইয়াৰ উত্তৰত আদালতে কয় যে ‘অনুমতি অবিহনে গো-মাংস বিক্ৰী নিষিদ্ধ কৰা অসম গৰু সংৰক্ষণ আইন’ৰ ৮ নং ধাৰাত এয়া অপৰাধ নহ’বও পাৰে।

ইফালে ৰাজ্য চৰকাৰৰ অধিবক্তাই কয় যে চিনাক্ত কৰিব নোৱাৰাৰ বাবে এটা চেকপইণ্টত মাংসখিনি জব্দ কৰা হৈছিল আৰু ইয়াক ফৰেনছিক পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।

লগে লগে বিচাৰপীঠে কয় যে আমি সেইটোৱেই কৈছো। এজন সাধাৰণ মানুহে চকুৰে চাই মাংস চিনাক্ত কৰিব নোৱাৰে।

এই পৰ্যালোচনাৰ অন্তত উচ্চতম ন্যায়ালয়ে আনুষ্ঠানিকভাৱে অভিযুক্তৰ ্বিৰুদ্ধে থকা অপৰাধমূলক কাৰ্য্যবিধি বাতিল কৰে।

Recent News

জম্মু-কাশ্মীৰলৈ পুনৰ পূৰ্ণ ৰাজ্যৰ অধিকাৰ! উচ্চতম ন্যায়ালয়ত আবেদন চলিত সপ্তাহতে হ’ব শুনানি

জম্মু-কাশ্মীৰলৈ পুনৰ পূৰ্ণ ৰাজ্যৰ অধিকাৰ! উচ্চতম ন্যায়ালয়ত আবেদন চলিত সপ্তাহতে হ’ব শুনানি

‘আমি ৰিজাৰ্ভ বেংকৰ পৰা ঋণ ল’ব লাগিব’,  DA গোচৰত উচ্চতম ন্যায়ালয়ত কপিল ছিবালৰ মন্তব্য

‘আমি ৰিজাৰ্ভ বেংকৰ পৰা ঋণ ল’ব লাগিব’,  DA গোচৰত উচ্চতম ন্যায়ালয়ত কপিল ছিবালৰ মন্তব্য

ৰাছিয়াৰ তেল আমদানি বন্ধ নকৰিলে এইবাৰ ভাৰতৰ ওপৰত ২৫ শতাংশ শুল্ক বৃদ্ধিৰ ভাবুকি ট্ৰাম্পৰ

ৰাছিয়াৰ তেল আমদানি বন্ধ নকৰিলে এইবাৰ ভাৰতৰ ওপৰত ২৫ শতাংশ শুল্ক বৃদ্ধিৰ ভাবুকি ট্ৰাম্পৰ

যৌ*ন সন্মতিৰ বয়স হ্ৰাস কৰা প্ৰস্তাৱৰ বিৰুদ্ধে ভাৰত চৰকাৰ! শিশু নিৰ্যাতন বৃদ্ধিৰ আশংকা

যৌ*ন সন্মতিৰ বয়স হ্ৰাস কৰা প্ৰস্তাৱৰ বিৰুদ্ধে ভাৰত চৰকাৰ! শিশু নিৰ্যাতন বৃদ্ধিৰ আশংকা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd