• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গো মাংসৰ পাছত লাগি থকাৰ সলনি ৰাজ্যৰ উন্নয়নত মন দিয়ক : ৰাজ্য চৰকাৰক ধমক উচ্চতম ন্যায়ালয়ৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 21, 2025 9:20 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শুকুৰবাৰে গোমাংস সৰবৰাহ সম্পৰ্কীয় এক গোচৰৰ শুনানিত অসম চৰকাৰক সমালোচনা কৰে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে।

উচ্চতম ন্যায়ালয়ে অসম চৰকাৰক সমালোচনা কৰি কয় যে অধিক গুৰুত্বপূৰ্ণ বিষয়ৰ পৰিৱৰ্তে মাংস সৰবৰাহকাৰীৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে ৰাজ্য চৰকাৰে।

Apply Now

ন্যায়াধীশ এ এছ ওকা আৰু উজ্জ্বল ভূঞাৰ বিচাৰপীঠে পেকেটত ভৰোৱা কেঁচা মাংস সৰবৰাহ কৰাৰ অভিযোগত অভিযুক্ত এজন ব্যক্তিক অস্থায়ী সকাহ দিয়াৰ সমান্তৰালভাৱে ৰাজ্য চৰকাৰে গুৰুত্বপূৰ্ণ বিষয়ৰ সলনি গো মাংসত অধিক গুৰুত্ব দিয়া বুলি সমালোচনা কৰে।

বিচাৰপীঠে কয়, ‘গো সৰবৰাহকাৰীৰ পিছত দৌৰি থকাতকৈ আন ভাল কামবোৰ কৰিব লাগে।

উচ্চতম ন্যায়ালয়ে গো মাংস সৰবৰাহকাৰী অভিযুক্তগৰাকীৰ বিৰুদ্ধে থকা অপৰাধমূলক গোচৰ বাতিল কৰি ১৬ এপ্ৰিলত এই গোচৰৰ পৰৱৰ্তী শুনানিৰ দিন নিৰ্ধাৰণ কৰে।

বিচাৰপীঠে কয় দিয়ে যে পেকেটত ভৰোৱা কেঁচা মাংস গো-মাংস নে আন জন্তুৰ মাংস সেইটো চকুৰে চাই চিনাক্ত কৰাটো কঠিন।

“কেৱল চকুৰে চাই এজন ব্যক্তিয়ে কেনেকৈ ক’ব পাৰে যে ই গো-মাংস? খালী চকুৰে চাই সেয়া কোৱা সম্ভৱ নহয়।’ আদালতে এইদৰে কয়।

ইফালে আদালত অভিযুক্তই কয় যে তেওঁ কেৱল পেকেটত ভৰোৱা মাংসখিনি সৰবৰাহহে কৰিছিল। তেওঁ সেই মাংস পেক কৰা নাছিল বা উৎপাদন কৰা নাছিল।

আনহাতে, অসম চৰকাৰে দাবী কৰিছে যে অভিযুক্তই মাংসখিনি বিক্ৰী কৰিছিল। কিন্তু ইয়াৰ উত্তৰত আদালতে কয় যে ‘অনুমতি অবিহনে গো-মাংস বিক্ৰী নিষিদ্ধ কৰা অসম গৰু সংৰক্ষণ আইন’ৰ ৮ নং ধাৰাত এয়া অপৰাধ নহ’বও পাৰে।

ইফালে ৰাজ্য চৰকাৰৰ অধিবক্তাই কয় যে চিনাক্ত কৰিব নোৱাৰাৰ বাবে এটা চেকপইণ্টত মাংসখিনি জব্দ কৰা হৈছিল আৰু ইয়াক ফৰেনছিক পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।

লগে লগে বিচাৰপীঠে কয় যে আমি সেইটোৱেই কৈছো। এজন সাধাৰণ মানুহে চকুৰে চাই মাংস চিনাক্ত কৰিব নোৱাৰে।

এই পৰ্যালোচনাৰ অন্তত উচ্চতম ন্যায়ালয়ে আনুষ্ঠানিকভাৱে অভিযুক্তৰ ্বিৰুদ্ধে থকা অপৰাধমূলক কাৰ্য্যবিধি বাতিল কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কেলিফৰ্ণিয়াত নিউয়ৰ্ক টাইমছৰ প্ৰযুক্তি কাৰ্যবাহীক গুলীয়াই হত্যা; শহুৰ-শাহুৱেকক গ্ৰেপ্তাৰ

কেলিফৰ্ণিয়াত নিউয়ৰ্ক টাইমছৰ প্ৰযুক্তি কাৰ্যবাহীক গুলীয়াই হত্যা; শহুৰ-শাহুৱেকক গ্ৰেপ্তাৰ

September 29, 2026 10:50 am
তৃণমূলৰ বিদ্ৰোহী বিধায়কৰ বিৰুদ্ধে কঠোৰ পদক্ষেপৰ দাবী! অধ্যক্ষক নিৰ্ধাৰিত সময়ত সিদ্ধান্ত লোৱাৰ আহ্বান সৰ্বোচ্চ ন্যায়ালয়ৰ

তৃণমূলৰ বিদ্ৰোহী বিধায়কৰ বিৰুদ্ধে কঠোৰ পদক্ষেপৰ দাবী! অধ্যক্ষক নিৰ্ধাৰিত সময়ত সিদ্ধান্ত লোৱাৰ আহ্বান সৰ্বোচ্চ ন্যায়ালয়ৰ

September 29, 2026 10:16 am
উদ্বিগ্ন পুটিন! ইউক্ৰেইনৰ ৰবট বাহিনীৰ তাণ্ডৱ; নিহত ৩ হাজাৰ ৰাছিয়ান সৈনিক

উদ্বিগ্ন পুটিন! ইউক্ৰেইনৰ ৰবট বাহিনীৰ তাণ্ডৱ; নিহত ৩ হাজাৰ ৰাছিয়ান সৈনিক

September 29, 2026 9:30 am
যুদ্ধ নহয়, কূটনীতিৰে বিবাদ নিষ্পত্তিৰ আহ্বান! ৰাষ্ট্ৰসংঘৰ মজিয়াত সৰৱ সংযুক্ত আৰৱ আমিৰশ্বাহী

যুদ্ধ নহয়, কূটনীতিৰে বিবাদ নিষ্পত্তিৰ আহ্বান! ৰাষ্ট্ৰসংঘৰ মজিয়াত সৰৱ সংযুক্ত আৰৱ আমিৰশ্বাহী

September 29, 2026 8:27 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কেলিফৰ্ণিয়াত নিউয়ৰ্ক টাইমছৰ প্ৰযুক্তি কাৰ্যবাহীক গুলীয়াই হত্যা; শহুৰ-শাহুৱেকক গ্ৰেপ্তাৰ

কেলিফৰ্ণিয়াত নিউয়ৰ্ক টাইমছৰ প্ৰযুক্তি কাৰ্যবাহীক গুলীয়াই হত্যা; শহুৰ-শাহুৱেকক গ্ৰেপ্তাৰ

September 29, 2026 10:50 am
তৃণমূলৰ বিদ্ৰোহী বিধায়কৰ বিৰুদ্ধে কঠোৰ পদক্ষেপৰ দাবী! অধ্যক্ষক নিৰ্ধাৰিত সময়ত সিদ্ধান্ত লোৱাৰ আহ্বান সৰ্বোচ্চ ন্যায়ালয়ৰ

তৃণমূলৰ বিদ্ৰোহী বিধায়কৰ বিৰুদ্ধে কঠোৰ পদক্ষেপৰ দাবী! অধ্যক্ষক নিৰ্ধাৰিত সময়ত সিদ্ধান্ত লোৱাৰ আহ্বান সৰ্বোচ্চ ন্যায়ালয়ৰ

September 29, 2026 10:16 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd