• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

উত্তৰ প্ৰদেশ মাদ্ৰাছা আইন বাতিলৰ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তত স্থগিতাদেশ উচ্চতম ন্যায়ালয়ৰ

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
April 6, 2024 2:54 pm
203
VIEWS
Share on FacebookShare on Twitter

এলাহাবাদ উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ বিৰুদ্ধে অৱস্থান গ্ৰহণ কৰিছে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে৷ চলিত বৰ্ষৰ ২২ মাৰ্চত এলাহাবাদ উচ্চ ন্যায়ালয়ে উত্তৰ প্ৰদেশ মাদ্ৰাছা আইন, ২০০৪ বাতিল কৰি ইয়াক অসাংবিধানিক বুলি ঘোষণা কৰিছিল। শুকুৰবাৰে (৫ এপ্ৰিল) উচ্চতম ন্যায়ালয়ে উত্তৰ প্ৰদেশৰ মাদ্ৰাছা আইন বাতিল কৰাৰ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত অন্তৱৰ্তীকালীনভাৱে স্থগিতাদেশ জাৰি কৰে৷

ইয়াৰ পূৰ্বে, এক প্ৰতিবেদনত উল্লেখ কৰা হৈছিল যে উচ্চ ন্যায়ালয়ৰ উত্তৰ প্ৰদেশ মাদ্ৰাছা আইন, ২০০৪ৰ বাতিলৰ দ্বাৰা ১০,০০০ মাদ্ৰাছা শিক্ষক আৰু ২৬ লাখতকৈ অধিক মাদ্ৰাছাৰ ছাত্ৰ-ছাত্ৰী অনিশ্চিত ভৱিষ্যতৰ দিশে আগবাঢ়িব।

এলাহাবাদ উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনাই সৰ্বোচ্চ ন্যায়ালয়ৰ মজিয়াত পাঁচখন বিশেষ আবেদন দাখিল কৰা হৈছিল।

লগতে পঢ়কঃ আদৰ্শ আচৰণ বিধি ‘উলংঘা’ৰ বাবে অসম বিজেপিলৈ জাননী জাৰি মুখ্য নিৰ্বাচনী বিষয়াৰ

প্ৰতিবেদন অনুসৰি, ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়, ন্যায়াধীশ জে বি পাৰ্ডিৱালা আৰু ন্যায়াধীশ মনোজ মিশ্ৰৰ বিচাৰপীঠে কয় যে এই সিদ্ধান্তৰ বিৰুদ্ধে প্ৰত্যাহ্বানৰ ক্ষেত্ৰত উত্থাপিত বিষয়সমূহ স্পৰ্শকাতৰ।সৰ্বোচ্চ ন্যায়ালয়ে কয় যে প্ৰায় ১৭ লাখ ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতৰ শিক্ষাৰ ওপৰত এলাহাবাদ উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ প্ৰভাৱ পৰিব।

সৰ্বোচ্চ ন্যায়ালয়ে এই কথাও উল্লেখ কৰে যে উচ্চ ন্যায়ালয়ে এই আইনখন সঠিকভাৱে চোৱা নাই। বাতৰি অনুসৰি বিচাৰপীঠে কয় যে যদি উদ্বিগ্নতা আহিছে যে মাদ্ৰাছাৰ ছাত্ৰ-ছাত্ৰীসকলে গুণগত শিক্ষা লাভ কৰাটো নিশ্চিত হোৱা নাই, সেয়া বিচাৰযোগ্য কিন্তু তেনে এক পৰিস্থিতিত মাদ্ৰাছা আইন বাতিল কৰাটো মুঠেই গ্ৰহণযোগ্য নহয়৷ প্ৰকৃততে ছাত্ৰই যাতে গুণগত শিক্ষা লাভ কৰে সেয়া নিশ্চিত কৰিব লাগিব৷

লগতে পঢ়কঃ সঘনাই স্বামীৰ ঘৰ এৰি গুচি যোৱাটো স্বামীৰ প্ৰতি নিষ্ঠুৰতা! বিবাহ বিচ্ছেদৰ অনুমতি দিলে আদালতে

উল্লেখ্য যে, এই গোচৰত ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰক ন্যায়ালয়ে ৩১ মে’ৰ ভিতৰত শপতনামা দাখিল কৰিবলৈ জাননী জাৰি কৰে।ইয়াৰ পাছতে ইউ পি মাদ্ৰাছা এডুকেশ্যন ব’ৰ্ডৰ সভাপতি ইফতিকাৰ আলী জাভেদে সৰ্বোচ্চ ন্যায়ালয়ৰ এই আদেশক আদৰণি জনায়। 

Recent News

অসমকে ধৰি দেশৰ ৮ ৰাজ্যত পাকিস্তানৰ চোৰাংচোৱাৰ বিৰুদ্ধে NIAৰ বৃহৎ অভিযান

অসমকে ধৰি দেশৰ ৮ ৰাজ্যত পাকিস্তানৰ চোৰাংচোৱাৰ বিৰুদ্ধে NIAৰ বৃহৎ অভিযান

ভয়ংকৰ ৰূপ ধাৰণ কৰিছে বানে! হিমন্ত বিশ্ব শৰ্মাক অসমৰ বান পৰিস্থিতিৰ বুজ ল’বলৈ আহ্বান গৃহমন্ত্ৰী অমিত শ্বাহৰ

ভয়ংকৰ ৰূপ ধাৰণ কৰিছে বানে! হিমন্ত বিশ্ব শৰ্মাক অসমৰ বান পৰিস্থিতিৰ বুজ ল’বলৈ আহ্বান গৃহমন্ত্ৰী অমিত শ্বাহৰ

“বিশ্বাস কৰা মা-দেউতা, তোমালোকেই মোৰ পৃথিৱী”, সামাজিক মাধ্যমত হৃদয় বিদাৰক পোষ্ট ‘ত্যাজপুত্ৰ’ তেজ প্ৰতাপৰ

“বিশ্বাস কৰা মা-দেউতা, তোমালোকেই মোৰ পৃথিৱী”, সামাজিক মাধ্যমত হৃদয় বিদাৰক পোষ্ট ‘ত্যাজপুত্ৰ’ তেজ প্ৰতাপৰ

কলিয়াবৰত অস্ত্ৰসহ গ্ৰেপ্তাৰ ডকাইতৰ দল : ডকাইতি কৰি ঘূৰি অহাৰ সময়তে কৰায়ত্ত কৰে আৰক্ষীয়ে

কলিয়াবৰত অস্ত্ৰসহ গ্ৰেপ্তাৰ ডকাইতৰ দল : ডকাইতি কৰি ঘূৰি অহাৰ সময়তে কৰায়ত্ত কৰে আৰক্ষীয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd