• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ডিজিটেল প্লেটফৰ্মত মুক্তি পাব সুশান্ত সিং ৰাজপুতৰ অন্তিমখন ছবি ‘দিল বেচাৰা’ : পিছে কেতিয়া?

এন ই নাও নিউজ by এন ই নাও নিউজ
June 25, 2020 8:18 pm
Story-9-11-750x375
507
VIEWS
Share on FacebookShare on Twitter

ডিজিটেল প্লেটফৰ্মত মুক্তি পাব বলিউদৰ জনপ্ৰিয় অভিনেতা সুশান্ত সিঙৰ অন্তিমখন চিনেমা দিল বেচাৰা-এ।

অহা ২৪ জুলাইত ডিছনী+হটষ্টাৰত মুক্তি দিয়াৰ কথা সুশান্ত সিং ৰাজপুতৰ অন্তিমখন ছবি দিল বেচাৰা ।

স্মৰ্তব্য যে, বলিউদৰ জনপ্ৰিয় অভিনেতা গৰাকীয়ে যোৱা ১৪ জুনত বান্দ্ৰাস্থিত ফ্লেটত আত্মহত্যা কৰিছিল।

প্ৰয়াত অভিনেতাগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি ডিছনী+হটষ্টাৰে ইয়াৰ চাবস্ক্ৰাইবাৰ আৰু নন-চাবস্ক্ৰাইবাৰ সকলো দৰ্শকৰ বাবে ছবিখন ডিজিটেল প্লেটফৰ্মত মুক্তি দিব বুলি জনাইছে।

ডিছনী+হটষ্টাৰে এই ঘোষণা কৰি টুইটাৰত কয়, “প্ৰেম, আশা আৰু অন্তহীন স্মৃতিৰ কাহিনী। সুশান্ত সিং ৰাজপুতক যিসকলে মনত চিৰকাল লালন আৰু পালন কৰিব তেওঁলোকৰ সকলোৰে ওচৰলৈ ২৪ জুলাইত আহি আছে দিল বেচাৰা।”

“সুশান্তক আৰু সুশান্তৰ চিনেমা ভালপোৱা সকলো চাবস্ক্ৰাইবাৰ আৰু নন-চাবস্ক্ৰাইবাৰৰ বাবে চিনেমাখন উপলব্ধ হ’ব।” ডিছনী+হটষ্টাৰে লগতে আৰু কয়।

দিল বেচাৰা  ছবিখন পৰিচালনা কৰিছে নৱাগত পৰিচালক মুকেশ চ্চাব্ৰাই আৰু ছবিখনত সুশান্তৰ বিপৰীতে অভিনয় কৰিছে সাঞ্জনা সিংঘীয়ে।

দিল বেচাৰা  হৈছে জন গ্ৰীণৰ দ্য ফ’ল্ট ইন আৱাৰ ষ্টাৰ্ছ শীৰ্ষক জনপ্ৰিয় উপন্যাসৰ আধাৰত একে নামেৰে ২০১৪ চনত মুক্তি পোৱা হলিউদৰ ৰোমাণ্টিক ছবিখৰ বলিউদী সংস্কৰণ।

উল্লেখ্য যে, যোৱা মে’ মাহতে ছবিখন ছবিগৃহত মুক্তি দিয়াৰ কথা আছিল যদিও ক’ৰ’নাতংকৰ বাবে মুক্তি দিব পৰা নগ’ল।

Recent News

বিবাহ বিচ্ছেদৰ পিছত সন্তানৰ যত্নৰ বাবে চাকৰি এৰা মাতৃক জীৱিকাৰ অধিকাৰ দিলে দিল্লী উচ্চ ন্যায়ালয়ে

বিবাহ বিচ্ছেদৰ পিছত সন্তানৰ যত্নৰ বাবে চাকৰি এৰা মাতৃক জীৱিকাৰ অধিকাৰ দিলে দিল্লী উচ্চ ন্যায়ালয়ে

অসমৰ শিক্ষা ক্ষেত্ৰত নতুন সংযোজন! উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ-ছাত্ৰীৰ বাবে আৰম্ভ কৰিছে ৩টা নতুন ঐচ্ছিক বিষয়

অসমৰ শিক্ষা ক্ষেত্ৰত নতুন সংযোজন! উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ-ছাত্ৰীৰ বাবে আৰম্ভ কৰিছে ৩টা নতুন ঐচ্ছিক বিষয়

দীঘলীপুখুৰী-নুনমাটি উৰণ সেতু নিৰ্মাণৰ বাবে স্থানান্তৰিত কৰা হ’ব ৩০ৰ পৰা ৩৫ জোপা গছঃ লোকনিৰ্মাণ বিভাগে সদৰী কৰিলে তথ্য

দীঘলীপুখুৰী-নুনমাটি উৰণ সেতু নিৰ্মাণৰ বাবে স্থানান্তৰিত কৰা হ’ব ৩০ৰ পৰা ৩৫ জোপা গছঃ লোকনিৰ্মাণ বিভাগে সদৰী কৰিলে তথ্য

শত্ৰুৰ ড্ৰোনৰ অৱস্থা আকাশতে হ’ব তথৈবচ! ভাৰতৰ ‘ভাৰ্গৱস্ত্ৰ’ৰ বাবে কঁপিছে পাকিস্তান

শত্ৰুৰ ড্ৰোনৰ অৱস্থা আকাশতে হ’ব তথৈবচ! ভাৰতৰ ‘ভাৰ্গৱস্ত্ৰ’ৰ বাবে কঁপিছে পাকিস্তান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd