• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 28, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পুলিচে চিনি নোপোৱা “সন্দেহজনক” সামগ্ৰী উদ্ধাৰ ডিব্ৰুগড়ত

অভীক চক্ৰবৰ্তী by অভীক চক্ৰবৰ্তী
February 1, 2019 10:31 pm
dibrugarh

ডিব্ৰুগড় আৰক্ষীয়ে শুকুৰবাৰে উদ্ধাৰ কৰা অজ্ঞাত কিন্তু “সন্দেহজনক” সামগ্ৰীটো। ছবি- নৰ্থ ইষ্ট নাও।

567
VIEWS
Share on FacebookShare on Twitter

ডিব্ৰুগড় চহৰৰ বি চি ৰ’ডৰ শান্তিপাৰাত শুকুৰবাৰে আৰক্ষীয়ে উদ্ধাৰ কৰিছে এটা অজ্ঞাত কিন্তু “সন্দেহজনক” সামগ্ৰী।

সামগ্ৰীটো কি এতিয়ালৈকে চিনিব পৰা নাই, কিন্তু প্ৰাৰম্ভিক অনুসন্ধানত ইয়াক বিস্ফোৰক নহয় বুলিছে আৰক্ষীয়ে। সামগ্ৰীটো গ্ৰে’নে’দ নেকি সেয়াও আৰক্ষীয়ে এতিয়ালৈকে নিশ্চিত কৰা কৰা নাই।

জিলা আৰক্ষী অধীক্ষক সুবাসিনী শংকৰণে নৰ্থ ইষ্ট নাও-ক জনাই যে সামগ্ৰীটো পৰীক্ষাৰ বাবে পঠোৱা হৈছে। “এতিয়াই আমি একো নিশ্চিতি দিব নোৱাৰো, কাৰণ তদন্ত প্ৰাৰম্ভিক পৰ্য্যায়ত আছে। বিধি অনুসৰি আমি সামগ্ৰীবিধ ধ্বংস কৰিম,” শংকৰণে কয়।

আনহাতে শুকুৰবাৰেই তিনিচুকীয়াৰ ডিগবৈ আৰক্ষী থানাৰ অধীনৰ বগাপানী পথৰ পৰা সেনাবাহিনীয়ে গ্ৰেপ্তাৰ কৰিছে দিবাকৰ মৰাণ নামৰ এজন আলফা (স্বাধীন) “লিংকমেন”।

তেওঁৰ পৰা প্ৰায় ১.৫ কেজি বিস্ফোৰক জব্দ কৰা হয় বুলিও দাবী সেনা সূত্ৰৰ।

Recent News

ডিব্ৰুগড়ত উন্মুক্ত টেংকীত পৰি মৃত্যু এটি ৭ বছৰীয়া শিশুৰ

ডিব্ৰুগড়ত উন্মুক্ত টেংকীত পৰি মৃত্যু এটি ৭ বছৰীয়া শিশুৰ

উত্তৰ-পূব ভাৰতত আটাইতকৈ কম গালি-গালাজৰ ভাষা ব্যৱহাৰ কৰা হয়; সবাৰো আগত দিল্লী

উত্তৰ-পূব ভাৰতত আটাইতকৈ কম গালি-গালাজৰ ভাষা ব্যৱহাৰ কৰা হয়; সবাৰো আগত দিল্লী

জাডেজা-ৱাশ্বিংটনৰ অদমনীয় যুঁজ, অনবদ্য শতক; মানচেষ্টাৰত মৰ্যাদাৰে খেলখন ড্ৰ’ কৰিলে ভাৰতে

জাডেজা-ৱাশ্বিংটনৰ অদমনীয় যুঁজ, অনবদ্য শতক; মানচেষ্টাৰত মৰ্যাদাৰে খেলখন ড্ৰ’ কৰিলে ভাৰতে

হাঁহি-মাতি থকা মানেই ভালে থকা নহয়! ‘টক্সিক পজিটিভিটি’ কি জানেনে?

হাঁহি-মাতি থকা মানেই ভালে থকা নহয়! ‘টক্সিক পজিটিভিটি’ কি জানেনে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd