• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

তাজমহল মন্দিৰ! চ’চিয়েল মিদিয়াত বিতৰ্ক

এন ই নাও নিউজ by এন ই নাও নিউজ
November 13, 2019 9:39 pm
Coronavirus: Taj Mahal to remain shut for visitors

তাজ মহল।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতৰ উচ্চতম ন্যায়ালয়ে অযোধ্যাৰ বিবাদৰ ৰায়দান কৰাৰ পিছতে তাজমহলৰ লগতে কাশী আৰু মথুৰাৰ কিছু মছজিদথলীতো মন্দিৰ নিৰ্মাণ কৰা, নকৰাক লৈ চ’চিয়েল মিদিয়াত বাদানুবাদ চলিছে।

তাজ মহলক হিন্দু মন্দিৰ “তেজ মহালয়া” বুলি বিজেপিৰ প্ৰাক্তন সাংসদে পূৰ্বে কৰা মন্তব্যৰ আলমতো বিষয়টোক লৈ বহুলোক বিতৰ্কত লিপ্ত হৈছে।

বিজেপিৰ প্ৰাক্তন সাংসদ তথা বজৰং দলৰ প্ৰতিষ্ঠাপক বিনয় কাটিয়াৰৰ মন্তব্যৰ আধাৰত পূৰ্বে প্ৰকাশ কৰা বাতৰি পুনৰ চ’চিয়েল মিদিয়াত চেয়াৰ কৰা হৈছে।

অযোধ্যাৰ ৰায়দানৰ পিছত চলা এই বিতৰ্কসমূহত ভাৰতৰ লগতে দেশৰ বাহিৰৰো বহুলোক জৰিত হোৱা দেখা গৈছে।

বিতৰ্কসমূহত একাংশই মুছলমান শাসকৰ নিৰ্মাণসমূহক হিন্দু ঐতিহ্যৰ ওপৰত আক্ৰমণৰূপে চিহ্নিত কৰিছে। আৰু “ভুক্তভোগী” হিন্দুৰ গৌৰৱ পুনৰ প্ৰতিষ্ঠাৰ কথা কৈছে। এই পক্ষৰ কিছুৱে ইয়াক “হিন্দু ফ’বিয়া”ৰূপে অভিহিত কৰিছে।

এই পক্ষৰ একাংশই হিন্দুত্ববাদী বুৰঞ্জীবিদ পুৰুষোত্তম নাগেশ অ’কৰ “তাজমহল হিন্দু ৰাজ ভৱন থা” শীৰ্ষক কিতাপখনৰ ছবি চেয়াৰ কৰা দেখা গৈছে।

কিছুৱে তাজমহল যে মোগল শাসক ছাহ জাহানৰ প্ৰেমৰেই প্ৰতীক সেয়া প্ৰমাণ কৰাৰ চেষ্টা কৰিছে।

আন একাংশই ইয়াৰ বাবে ক্ষমতাজৰিত ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতিৰূপে অভিহিত কৰিছে। এই পক্ষৰ কিছুৱে “হিন্দুত্ব”ক জগৰীয়া কৰিছে। এজনে কৈছে, ই ভাৰতলৈ বৃহৎ মাত্ৰাত দুৰ্য্যোগ মাতিব।

বহুতে শেহতীয়া ৰায়টোৰ বিৰুদ্ধে যুক্তিৰূপেও তাজ মহল, লাল কিলা আদিৰ উল্লেখ কৰিছে। কৈছে, ভৱিষ্যতে যদি কোনোবাই এইবোৰে হিন্দু আৱেগত আঘাত কৰা বুলি দাবী কৰে সেয়া মানি লোৱা হ’ব নেকি?

বহুলোকে উচ্চতম ন্যায়ালয়ৰ ৰায়টোৰে দীৰ্ঘদিনীয়া বিতৰ্কৰ সমাপ্তি বিচাৰিছে। আৰু নতুন বিতৰ্কৰ সলনি উন্নয়নৰ দিশলৈ আগবঢ়াৰ কথা কৈছে।

আৰু বহু ধৰণে বিশ্লেষণ কৰিব পৰাকৈ মতসমূহক শ্ৰেণীবদ্ধ কৰিব পৰা যায়। নৰ্থইষ্ট নাও-এ চ’চিয়েল মিদিয়াৰ সকলো একাউণ্টৰ পৰিচয় নিশ্চিত কৰিব নোৱাৰে।

তলত দিয়া হৈছে, টুইটাৰত জৰ্জটাউন বিশ্ববিদ্যালয়ৰ ইছলামিক সভ্যতাৰ অধ্যাপকৰূপে পৰিচয় থকা জনাথান এচি ব্ৰাউন নামৰ এজনৰ টুইট দিয়া হৈছে।

কমেণ্ট (বাতৰি লিখাৰ পৰলৈকে ১৫ শতাধিক)ত তেওঁৰ মতৰ বিৰুদ্ধ বহুসংখ্যক মত আছে।

When an idea as pathologically stupid as Hindutva spreads in a population as big as India’s, it’s countdown to genocide (and more landmark destruction). https://t.co/AgZHA338qq

— Jonathan AC Brown (@JonathanACBrown) November 11, 2019

এন ই নাও নিউজ

এন ই নাও নিউজ

Stay Connected

  • 117k Fans

Recent News

চাৰ্লি কাৰ্ক হত্যাকাণ্ডৰ গোচৰত ফাদিল হ’ল গোপন বাৰ্তা : কি লিখিছিল অভিযুক্তই?

চাৰ্লি কাৰ্ক হত্যাকাণ্ডৰ গোচৰত ফাদিল হ’ল গোপন বাৰ্তা : কি লিখিছিল অভিযুক্তই?

September 17, 2025 11:08 am
আদানীৰ কু-কীৰ্তি উদঙাই বিপদত সংবাদ মাধ্যম : ভিডিঅ’ ডিলিট কৰিবলৈ কেইবাটাও সংবাদ মাধ্যম আৰু ইউটিউবলৈ নিৰ্দেশ চৰকাৰৰ

আদানীৰ কু-কীৰ্তি উদঙাই বিপদত সংবাদ মাধ্যম : ভিডিঅ’ ডিলিট কৰিবলৈ কেইবাটাও সংবাদ মাধ্যম আৰু ইউটিউবলৈ নিৰ্দেশ চৰকাৰৰ

September 17, 2025 10:45 am
৭৫ টা বসন্ত পাৰ কৰিলে নৰেন্দ্ৰ মোদীয়ে : জন্মদিনত ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ ফোন ড’নাল্ড ট্ৰাম্পৰ

৭৫ টা বসন্ত পাৰ কৰিলে নৰেন্দ্ৰ মোদীয়ে : জন্মদিনত ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ ফোন ড’নাল্ড ট্ৰাম্পৰ

September 17, 2025 9:31 am
বায়ু প্ৰদূষণৰ বাবে ক’লা হৈ পৰিছে লালকিল্লা : প্ৰকাশ পাইছে অধ্যয়নত

বায়ু প্ৰদূষণৰ বাবে ক’লা হৈ পৰিছে লালকিল্লা : প্ৰকাশ পাইছে অধ্যয়নত

September 17, 2025 8:36 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চাৰ্লি কাৰ্ক হত্যাকাণ্ডৰ গোচৰত ফাদিল হ’ল গোপন বাৰ্তা : কি লিখিছিল অভিযুক্তই?

চাৰ্লি কাৰ্ক হত্যাকাণ্ডৰ গোচৰত ফাদিল হ’ল গোপন বাৰ্তা : কি লিখিছিল অভিযুক্তই?

September 17, 2025 11:08 am
আদানীৰ কু-কীৰ্তি উদঙাই বিপদত সংবাদ মাধ্যম : ভিডিঅ’ ডিলিট কৰিবলৈ কেইবাটাও সংবাদ মাধ্যম আৰু ইউটিউবলৈ নিৰ্দেশ চৰকাৰৰ

আদানীৰ কু-কীৰ্তি উদঙাই বিপদত সংবাদ মাধ্যম : ভিডিঅ’ ডিলিট কৰিবলৈ কেইবাটাও সংবাদ মাধ্যম আৰু ইউটিউবলৈ নিৰ্দেশ চৰকাৰৰ

September 17, 2025 10:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd