• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিমানৰ পিছত এইবাৰ বটলৰ পানী! টাটাই ৭,০০০ কোটি টকাত ক্ৰয় কৰিছে বিছলেৰী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 24, 2022 5: 11 pm
in অসম, উত্তৰ-পূব, বাণিজ্য, শীর্ষ সংবাদ
0
বিমানৰ পিছত এইবাৰ বটলৰ পানী! টাটাই ৭,০০০ কোটি টকাত ক্ৰয় কৰিছে বিছলেৰী
0
SHARES
5
VIEWS
Share on FacebookShare on Twitter

বিমানৰ পিছত এইবাৰ বটলৰ পানী। টাটাই ভাৰতৰ সৰ্ববৃহৎ পেকেটযুক্ত পানীৰ কোম্পানী ক্ৰয় কৰিছে। টাটাই বিছলেৰী ক্ৰয় কৰিছে। সূত্ৰসমূহৰ মতে, টাটা গ্ৰুপে দেশৰ সৰ্ববৃহৎ পেকেটযুক্ত পানীৰ কোম্পানী বিছলেৰী ৭,০০০ কোটি টকাত ক্ৰয় কৰিছে। বিছলেৰীৰ গৰাকী ৰমেশ চৌহানে কোম্পানীটো বিক্ৰী কৰাৰ সিদ্ধান্ত লোৱা বুলি কোৱা হৈছে।

বাতৰি অনুসৰি, ৰমেশ চৌহানে তেওঁৰ কোম্পানীটো টাটা কনজিউমাৰ প্ৰডাক্টছ লিমিটেডক ৬,০০০ৰ পৰা ৭,০০০ কোটি টকাত বিক্ৰী কৰাৰ সিদ্ধান্ত লৈছে। জানিব পৰা মতে, ৰমেশ চৌহানৰ কন্যা জয়ন্তী ব্যৱসায়ত বৰ আগ্ৰহী নোহোৱাৰ বাবেই তেওঁ কোম্পানীটো বিক্ৰী কৰাৰ দৰে এটা ‘কষ্টকৰ’ সিদ্ধান্ত ল’বলৈ বাধ্য হৈছে।

লগতে পঢ়ক: অসমলৈ প্ৰব্ৰজনৰ শংকা! মিজোৰামত কুকি-চিন বাংলাদেশী শৰণাৰ্থী; কেন্দ্ৰীয় চৰকাৰ নীতি কি?

সূত্ৰ সমূহৰ মতে, যদি টাটাই বিছলেৰী অধিগ্ৰহণ কৰে তেতিয়াও বিছলেৰী মেনেজমেণ্ট তৎক্ষণাৎ অঁতৰাই দিয়া বা ভাঙি দিয়া নহয়। ইয়াৰ বিপৰীতে টাটাই বিছলেৰী ক্ৰয় কৰাৰ পাছতো চুক্তি অনুসৰি বিছলেৰীৰ বৰ্তমানৰ মেনেজমেণ্টে আৰু দুবছৰ কাম চলাই যাব। মন কৰিকৰিব লগীয়া যে টাটাৰ এতিয়া বজাৰত হিমালয় ৱাটাৰ আছে।

দৰাচলতে, টাটাই ইতিমধ্যে অসামৰিক বিমান পৰিবহনৰ ক্ষেত্ৰত এক ডাঙৰ পৰিৱৰ্তন আনিবলৈ গৈ আছে। চাৰিটা মিলাই এটা! টাটাৰ এয়াৰ ইণ্ডিয়া-ভিস্তাৰাকে ধৰি আৰু দুখন বিমানৰ বাবে ডাঙৰ পৰিকল্পনা আছে। সেই পৰিকল্পনাটো কি?

বাতৰি অনুসৰি, টাটাই এয়াৰ ইণ্ডিয়া, ভিস্তাৰা, এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছ আৰু এয়াৰ এছিয়া ইণ্ডিয়াকে ধৰি ইয়াৰ চাৰিটা এয়াৰলাইন ব্ৰেণ্ড এয়াৰ ইণ্ডিয়া লিমিটেডৰ অধীনত একত্ৰিত কৰাৰ পৰিকল্পনা কৰিছে। ইয়াক একত্ৰিত কৰাৰ প্ৰক্ৰিয়াটো অহা এবছৰৰ ভিতৰত সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে।

লগতে পঢ়ক:পাকিস্তানৰ নতুন সেনা প্ৰধান লেফটেনেন্ট জেনেৰেল চৈয়দ আসিম মুনীৰ

টাটা গ্ৰুপে এই বছৰৰ জানুৱাৰীত এয়াৰ ইণ্ডিয়া আৰু এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ মালিকানা অধিগ্ৰহণ কৰিছিল। এই বছৰৰ জানুৱাৰীত এয়াৰ ইণ্ডিয়াৰ ‘প্ৰত্যৱৰ্তন’ৰ পিছৰে পৰা, টাটা গ্ৰুপে লোকচানত থকা এয়াৰলাইনটো পুনৰুজ্জীৱিত কৰাৰ বাবে এক বৃহৎ পৰিকল্পনা ঘোষণা কৰিছে। এয়াৰলাইনটোত পৰৱৰ্তী ১৫ মাহত পাঁচটা ৱাইড ব’ডি বোয়িং আৰু ২৫ খন এয়াৰবাছ নেৰ’-ব’ডি বিমান অন্তৰ্ভুক্ত কৰিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected test

  • 117k Fans
ADVERTISEMENT

Recent News

ভাৰতৰ ওপৰত আমেৰিকাই আৰোপ কৰিলে ৫০% শুল্ক : গোলকীয় ৰাজনীতি আৰু অৰ্থনীতিৰ এক নতুন জটিল জাল

ভাৰতৰ ওপৰত আমেৰিকাই আৰোপ কৰিলে ৫০% শুল্ক : গোলকীয় ৰাজনীতি আৰু অৰ্থনীতিৰ এক নতুন জটিল জাল

August 13, 2025 11: 30 am
প্ৰত্যাহ্বানমূলক হ’ব অসমত ভোটাৰ তালিকা পুনৰীক্ষণ প্ৰক্ৰিয়া! এছআইআৰ পূৰ্বে অসম কংগ্ৰেছে আৰম্ভ কৰিলে বুথ এজেণ্টৰ প্ৰশিক্ষণ

প্ৰত্যাহ্বানমূলক হ’ব অসমত ভোটাৰ তালিকা পুনৰীক্ষণ প্ৰক্ৰিয়া! এছআইআৰ পূৰ্বে অসম কংগ্ৰেছে আৰম্ভ কৰিলে বুথ এজেণ্টৰ প্ৰশিক্ষণ

August 13, 2025 11: 28 am
উত্তৰ-পূব ভাৰতৰ খনিজ সম্পদ : বিকাশৰ অন্তৰালত লুন্ঠনৰ লোলুপ স্বপ্ন

উত্তৰ-পূব ভাৰতৰ খনিজ সম্পদ : বিকাশৰ অন্তৰালত লুন্ঠনৰ লোলুপ স্বপ্ন

August 13, 2025 11: 25 am
গুৱাহাটীত স্থাপন হ’ব ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেণ্ট! সেউজ সংকেত কেন্দ্ৰীয় কেবিনেটৰ

গুৱাহাটীত স্থাপন হ’ব ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেণ্ট! সেউজ সংকেত কেন্দ্ৰীয় কেবিনেটৰ

August 13, 2025 10: 32 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতৰ ওপৰত আমেৰিকাই আৰোপ কৰিলে ৫০% শুল্ক : গোলকীয় ৰাজনীতি আৰু অৰ্থনীতিৰ এক নতুন জটিল জাল

ভাৰতৰ ওপৰত আমেৰিকাই আৰোপ কৰিলে ৫০% শুল্ক : গোলকীয় ৰাজনীতি আৰু অৰ্থনীতিৰ এক নতুন জটিল জাল

August 13, 2025 11: 30 am
প্ৰত্যাহ্বানমূলক হ’ব অসমত ভোটাৰ তালিকা পুনৰীক্ষণ প্ৰক্ৰিয়া! এছআইআৰ পূৰ্বে অসম কংগ্ৰেছে আৰম্ভ কৰিলে বুথ এজেণ্টৰ প্ৰশিক্ষণ

প্ৰত্যাহ্বানমূলক হ’ব অসমত ভোটাৰ তালিকা পুনৰীক্ষণ প্ৰক্ৰিয়া! এছআইআৰ পূৰ্বে অসম কংগ্ৰেছে আৰম্ভ কৰিলে বুথ এজেণ্টৰ প্ৰশিক্ষণ

August 13, 2025 11: 28 am

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd