• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মহানুভৱতা! কোভিডত মৃত্যু হোৱা কৰ্মচাৰীৰ পৰিয়ালক ৬০ বছৰলৈকে দৰমহা দিব টাটাই

এন ই নাও নিউজ by এন ই নাও নিউজ
May 25, 2021 10:44 am
Tata Group decide
395
VIEWS
Share on FacebookShare on Twitter

কোভিড সংকটৰ পৰিস্থিতিত প্ৰতিদিনেই মৃত্যুৰ সংখ্যা বৃদ্ধি পাইছে।  কোভিডৰ কৰাল গ্ৰাসত পৰি কোনোবা পৰিয়ালে ইয়াৰ মূল উপাৰ্জনকাৰী সন্তানক হেৰুৱাবলগীয়া হৈছে। কেতিয়াবা সন্তানৰ পৰা আঁতৰি গৈছে পিতৃ-মাতৃও।

এনে এক দিশহাৰা পৰিস্থিতিত মহানুভৱতাৰ বিৰল নিদৰ্শন দাঙি ধৰি টাটা ষ্টীলে ডাঙৰ সিদ্ধান্তৰ কথা ঘোষণা কৰিছে।

টাটা ষ্টীলে ঘোষণা কৰিছে যে কোভিডত তেওঁলোকৰ সংস্থাৰ কোনো কৰ্মচাৰীৰ মৃত্যু হ’লে সেই কৰ্মচাৰীৰ অৱসৰ গ্ৰহণৰ বয়স পৰ্যন্ত সম্পূৰ্ণ দৰমহা পৰিয়ালে লাভ কৰিব। সেয়াই নহয়, মৃত কৰ্মচাৰীৰ সন্তানৰ পঢ়াশুনাৰ ব্যৱস্থাও কৰিব টাটা ষ্টীলে।

তদুপৰি, কোম্পানীয়ে এই পৰিয়ালসমূহক যাৱতীয় চিকিৎসা তথা আৱাসৰ সুবিধাও প্ৰদান কৰিব।

টাটা ষ্টীল কৰ্তৃপক্ষই জানিবলৈ দিয়ে যে কোভিড সংকটৰ সময়ত কৰ্মচাৰীসকলৰ ভৱিষ্যৎ উন্নত কৰিবলৈ কোম্পানীয়ে সকলোধৰণে প্ৰচেষ্টা চলাইছে। কোভিডৰ সময়ত বিশেষ সুবিধা আগবঢ়োৱাতো হৈছেই, তদুপৰি কৰ্মৰত কোনো শ্ৰমিকৰ মৃত্যু হ’লে তেওঁৰ সন্তানক স্নাতক পৰ্যন্ত পঢ়াশুনাৰ খৰচ বহন কৰিব টাটা ষ্টীলে।

স্বাভাৱিকতে চৰকাৰী কৰ্মচাৰীৰ মৃত্যুৰ পাছত তেওঁলোকৰ পৰিয়ালে পেঞ্চনৰ সুবিধা লাভ কৰে। কিন্তু বেচৰকাৰী সংস্থাৰ কৰ্মচাৰীসকলৰ বাবে এনে সুবিধা নাই। পিচে, কৰ’নাৰ সংকটকালত টাটা ষ্টীলেকে ধৰি কেইবাটাও সংস্থাই যিদৰে কৰ্মচাৰীসকলৰ কাষত থিয় দিছে সেয়া অত্যন্ত প্ৰশংসনীয়।

Recent News

ঈদৰ দিনা শ্ৰীনগৰৰ জামা মছজিদত নামাজ নিষিদ্ধ কৰিলে কৰ্তৃপক্ষই; মিৰৱাজক গৃহবন্দীৰ অভিযোগ

ঈদৰ দিনা শ্ৰীনগৰৰ জামা মছজিদত নামাজ নিষিদ্ধ কৰিলে কৰ্তৃপক্ষই; মিৰৱাজক গৃহবন্দীৰ অভিযোগ

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

ৰাজপথত কুকুৰৰ আক্ৰমণৰ ভয়ত আত্মৰক্ষাৰ বাবে অভিনৱ পন্থা এইগৰাকী ছোৱালীৰ! পিছে কি?

ৰাজপথত কুকুৰৰ আক্ৰমণৰ ভয়ত আত্মৰক্ষাৰ বাবে অভিনৱ পন্থা এইগৰাকী ছোৱালীৰ! পিছে কি?

দুই মহাৰথীৰ যুঁজত কম্পন আমেৰিকাত! ট্ৰাম্পেতো কৈয়েই দিলে ‘মাস্কৰ সৈতে সম্পৰ্ক শেষ’

দুই মহাৰথীৰ যুঁজত কম্পন আমেৰিকাত! ট্ৰাম্পেতো কৈয়েই দিলে ‘মাস্কৰ সৈতে সম্পৰ্ক শেষ’

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd