• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 27, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিশ্বনাথত জনজাতিকৰণৰ দাবীত চাহ জনজাতি ছাত্ৰ সন্থাৰ প্ৰতিবাদ সাৱ্যস্ত

কাজি জেইদুল ইছলাম by কাজি জেইদুল ইছলাম
February 12, 2021 3:22 pm
Tea tribe students protest

ফটো: নৰ্থইষ্ট নাও।

127
VIEWS
Share on FacebookShare on Twitter

শুকুৰবাৰে বিশ্বনাথত কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে অসম চাহ জনজাতি ছাত্ৰ সন্থা  বিশ্বনাথ আৰু বিহালী শাখাৰ যৌথ উদ্যোগত ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰা হয় ।

ৰাজ্যখনৰ চাহ জনগোষ্ঠীৰ দাবীত চাহ জনজাতি ছাত্ৰ সন্থাই এইদৰে প্ৰতিবাদ সাৱ্যস্ত কৰে।

তদুপৰি, প্ৰতিবাদকাৰী সকলে বিশ্বনাথ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যলয়ৰ চৌহদত চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৩৫১ টকালৈ বৃদ্ধি কৰা, চাহ শ্ৰমিক লোকসকলক মাটিৰ পট্টা প্ৰদান কৰা আৰু বিভিন্ন সমস্যাৰ সমাধানৰ দাবীত ১০ বজাৰ পৰা ১ বজালৈকে ৩ ঘন্টীয়া ধৰ্ণা কাৰ্যসূচী ৰুপায়ন কৰে।

প্ৰতিবাদৰ অন্তত প্ৰতিবাদকাৰীসকলে বিশ্বনাথৰ ৰাজহ চক্ৰ বিষয়া বিশ্বজিৎ শইকীয়াৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে ।

ইপিনে, শুকুৰবাৰে অসম বিধানসভাত লেখানুদান বাজেট উত্থাপন কৰি বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চাহ বাগিচা ধন পুৰস্কাৰ মেলাৰ দ্বাৰা ৭.৫ লাখ হিতাধিকাৰী উপকৃত হোৱা বুলি কোৱাৰ লগতে চাহ শ্রমিকৰ মজুৰি বৃদ্ধিৰ বিষয়টোৰ আলোচনা চলি আছে’ জানিবলৈ দিয়ে।

আনহাতে, বিজেপি চৰকাৰে চাহ জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো সন্দৰ্ভত এতিয়ালৈকে কোনো সিদ্ধান্ত গ্ৰহণ কৰা নাই।

Recent News

সমাপ্ত হ’ব পাৰে ইউ পি আইৰ বিনামূলীয়া সেৱা! ইংগিত দিলে আৰ বি আইৰ গৱৰ্ণৰ সঞ্জয় মালহোত্ৰাই

সমাপ্ত হ’ব পাৰে ইউ পি আইৰ বিনামূলীয়া সেৱা! ইংগিত দিলে আৰ বি আইৰ গৱৰ্ণৰ সঞ্জয় মালহোত্ৰাই

পৰীক্ষণ অবিহনেই ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত সোমাল ১৩ লক্ষাধিক লোকৰ নাম-দাবী প্ৰাক্তন সমন্বয়ক হিতেশ দেৱ শৰ্মাৰ

পৰীক্ষণ অবিহনেই ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত সোমাল ১৩ লক্ষাধিক লোকৰ নাম-দাবী প্ৰাক্তন সমন্বয়ক হিতেশ দেৱ শৰ্মাৰ

‘গডমেন’ৰ সৈতে সম্পৰ্ক, ১৬২খন দেশ ভ্ৰমণ; ভুৱা দূতাবাস সাজি ৩০০ কোটি টকাৰ প্ৰতাৰণা হৰ্ষবৰ্ধনৰ

‘গডমেন’ৰ সৈতে সম্পৰ্ক, ১৬২খন দেশ ভ্ৰমণ; ভুৱা দূতাবাস সাজি ৩০০ কোটি টকাৰ প্ৰতাৰণা হৰ্ষবৰ্ধনৰ

‘পক্ষপাতদুষ্ট আম্পায়াৰ’! পুনৰ নিৰ্বাচন আয়োগক সমালোচনা ৰাহুল গান্ধীৰ

‘পক্ষপাতদুষ্ট আম্পায়াৰ’! পুনৰ নিৰ্বাচন আয়োগক সমালোচনা ৰাহুল গান্ধীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd