• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

প্ৰস্ৰাৱ কৰি পেণ্ট তিয়োৱাৰ শাস্তি; ৩ বছৰীয়া শিশুৰ গোপনাংগ জ্বলালে শিক্ষকে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 3, 2022 9:36 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মাত্ৰ তিনি বছৰীয়া এটি শিশু। প্ৰস্ৰাৱ চেপি ৰাখিব নোৱাৰি পেণ্টটোকে তিয়াই দিলে। এই অপৰাধৰ বাবেই শিশুটিৰ গোপন অংগ জ্বলাই দিয়াৰ অভিযোগ উঠিছে অংগনৱাড়ী শিক্ষক আৰু তেওঁৰ সহযোগীৰ বিৰুদ্ধে। কৰ্ণাটকৰ টুমাকুৰু জিলাৰ গডকেৰেৰ অংগনৱাড়ী ডে কেয়াৰ চেণ্টাৰত সংঘটিত ঘটনাটোৱে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰে।

স্থানীয় তথা আৰক্ষীৰ সূত্ৰই জানিব দিয়া মতে, তিনি বছৰীয়া শিশুটোৱে প্ৰায় সদায় প্ৰস্ৰাৱ চেপি ৰাখিব নোৱাৰাৰ বাবে তেওঁৰ পেণ্ট তিয়াইছিল। ইয়াৰ বাবে সদায় গালি-শপনিও খাইছিল।

লগতে পঢ়ক: Maternity Leave: মৃত সন্তান প্ৰসৱ বা জন্মৰ পিছত শিশুৰ মৃত্যু হ’লেও কেন্দ্ৰীয় চৰকাৰৰ মহিলা কৰ্মচাৰীয়ে পাব ৬০ দিনৰ ছুটী

অভিযোগ অনুসৰি অভিযুক্ত শিক্ষক আৰু তেওঁৰ সহযোগীয়ে শিশুটিক ‘এসেকা’ দিবলৈ গৈ দিয়াচলাইৰ কাঠি জ্বলাই শিশুটিৰ ব্যক্তিগত অংগ পুৰি দিয়ে। জানিব পৰা মতে শিশুটোৰ ব্যক্তিগত অংগৰ লগতে উৰুৰ কিছু অংশও জুইত পুৰি গৈছে।

ঘটনাটোৰ পিছত শিশুটোৱে যন্ত্ৰণাত চিঞৰি থাকে। স্কুল ছুটীৰ পিছত কেনেবাকৈ আহি ঘৰত উপস্থিত হয়। শিশুটিক দেখি পৰিয়ালৰ লোকসকলে বুজিব পাৰিলে যে কিবা এটা ঘটিছে। শিশুটোক সোধাপোছা কৰি সকলো জানিব পাৰে আৰু শিশুটিৰ আঘাতো দেখা পায়। তাৰ পিছতে তেওঁলোকে বিদ্যালয় আৰু আৰক্ষী চকীলৈ গৈ অভিযোগ দাখিল কৰে।

লগতে পঢ়ক: Gotabaya Rajapaksa returns: স্বনিৰ্বাসন সামৰি স্বদেশলৈ উভতিল শ্ৰীলংকাৰ অপসাৰিত ৰাষ্ট্ৰপতি গোটাবায়া ৰাজপাক্ষে

স্থানীয় আৰক্ষীয়ে ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে। ইয়াৰ উপৰিও জিলাখনৰ শিশু সুৰক্ষা বিভাগে বিষয়টো অনুসন্ধান কৰি আছে।

অভিযুক্ত শিক্ষক আৰু তেওঁৰ সহযোগীক ইতিমধ্যে জেৰা কৰা হৈছে। ৩ বছৰীয়া শিশুটিৰ পৰিয়ালৰ সদস্যসকলৰ ভাষ্যও লিপিবদ্ধ কৰা হৈছে। ঘটনাটোৱে সমগ্ৰ অঞ্চলটোত উত্তেজনাৰ সৃষ্টি কৰিছে।

#Tumkur: Incidence of burning private part of a 3 yr old boy occured because the boy was urinating in his pants frequently, 28 year old Assistant teacher Rashmi who works in anganwadi burnt the boy with fire stick.#Karnataka pic.twitter.com/yBRa3oMSci

— Hate Watch Karnataka. (@Hatewatchkarnat) August 31, 2022

স্থানীয় ৰাইজেও অংগনৱাড়ী কেন্দ্ৰটোৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে। সকলোৰে প্ৰশ্ন যে তিনি বছৰীয়া শিশুটিৱে এতিয়াও ভালদৰে অনুভৱ কৰিব পৰাই হোৱা নাই। কিন্তু এজন শিক্ষক আৰু এজন শিক্ষা কৰ্মীয়ে কেনেকৈ তাৰ সৈতে এনে ধৰণৰ নৃশংস কাৰ্য্য কৰিব পাৰে?

বাতৰি অনুসৰি, অভিযুক্ত শিক্ষক আৰু তেওঁৰ সহযোগীক ইতিমধ্যে নিলম্বিত কৰা হৈছে। আৰক্ষীয়ে ঘটনাটোৰ সম্পূৰ্ণ তদন্তৰ আশ্বাস দিছে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২০২৬ৰ নিৰ্বাচনত ৩৬ আসনত প্ৰতিদ্বন্দ্বিতাৰ ঘোষণা ৰাইজৰ দলৰ

২০২৬ৰ নিৰ্বাচনত ৩৬ আসনত প্ৰতিদ্বন্দ্বিতাৰ ঘোষণা ৰাইজৰ দলৰ

September 13, 2025 8:30 pm
গুৱাহাটীত যান-জঁট নিয়ন্ত্ৰণৰ বাবে শোভাযাত্ৰা আৰু ৰেলীৰ দৰে অনুষ্ঠান নিষিদ্ধ আৰক্ষীৰ

গুৱাহাটীত যান-জঁট নিয়ন্ত্ৰণৰ বাবে শোভাযাত্ৰা আৰু ৰেলীৰ দৰে অনুষ্ঠান নিষিদ্ধ আৰক্ষীৰ

September 13, 2025 7:04 pm
প্ৰশাসক হোৱাৰ আকাংক্ষা! বিচিচিআই-ৰ সভাপতি পদৰ দৌৰত আছে নেকি হৰভজন সিং?

প্ৰশাসক হোৱাৰ আকাংক্ষা! বিচিচিআই-ৰ সভাপতি পদৰ দৌৰত আছে নেকি হৰভজন সিং?

September 13, 2025 6:57 pm
লুৰীণজ্যোতি গগৈৰ প্ৰধানমন্ত্ৰীলৈ তিনিটা প্ৰশ্ন: এতিয়াও পূৰ্বৰ ১৭টা প্ৰশ্নৰ উত্তৰ অপেক্ষাত

লুৰীণজ্যোতি গগৈৰ প্ৰধানমন্ত্ৰীলৈ তিনিটা প্ৰশ্ন: এতিয়াও পূৰ্বৰ ১৭টা প্ৰশ্নৰ উত্তৰ অপেক্ষাত

September 13, 2025 6:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২০২৬ৰ নিৰ্বাচনত ৩৬ আসনত প্ৰতিদ্বন্দ্বিতাৰ ঘোষণা ৰাইজৰ দলৰ

২০২৬ৰ নিৰ্বাচনত ৩৬ আসনত প্ৰতিদ্বন্দ্বিতাৰ ঘোষণা ৰাইজৰ দলৰ

September 13, 2025 8:30 pm
গুৱাহাটীত যান-জঁট নিয়ন্ত্ৰণৰ বাবে শোভাযাত্ৰা আৰু ৰেলীৰ দৰে অনুষ্ঠান নিষিদ্ধ আৰক্ষীৰ

গুৱাহাটীত যান-জঁট নিয়ন্ত্ৰণৰ বাবে শোভাযাত্ৰা আৰু ৰেলীৰ দৰে অনুষ্ঠান নিষিদ্ধ আৰক্ষীৰ

September 13, 2025 7:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd