• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

Gotabaya Rajapaksa returns: স্বনিৰ্বাসন সামৰি স্বদেশলৈ উভতিল শ্ৰীলংকাৰ অপসাৰিত ৰাষ্ট্ৰপতি গোটাবায়া ৰাজপাক্ষে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 3, 2022 8:36 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Gotabaya Rajapaksa returns to Sri Lanka দেশৰ জনসাধাৰণৰ প্ৰবল বিক্ষোভৰ সন্মুখীন হৈ দেশ এৰি পলায়ন কৰা শ্ৰীলংকাৰ অপসাৰিত ৰাষ্ট্ৰপতি গোটাবায়া ৰাজপাক্ষে স্বদেশলৈ উভতি আহিছে। বিমানবন্দৰৰ বিষয়াসকলে শুকুৰবাৰে এই তথ্য নিশ্চিত কৰিছে।

গুৰুতৰ অৰ্থনৈতিক সংকটৰ বাবে গোটাবায়া ৰাজপাক্ষে সাত সপ্তাহ পূৰ্বে শ্ৰীলংকা ত্যাগ কৰিছিল। তেওঁ এখন সামৰিক বিমানত মালদ্বীপলৈ পলাই গৈছিল। তাৰ পৰা তেওঁ ছিংগাপুৰলৈ গৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছিল। তেওঁ শেষবাৰৰ বাবে ছিংগাপুৰৰ পৰা থাইলেণ্ডত গৈ আছিল।

৭৩ বছৰীয়া ৰাজপাক্ষে শুকুৰবাৰে বাণিজ্যিক বিমানেৰে থাইলেণ্ডৰ পৰা ছিংগাপুৰ হৈ শ্ৰীলংকাত অৱতৰণ কৰে। ইয়াৰ ফলত তেওঁৰ ৫২ দিনীয়া স্ব-নিৰ্বাসনৰ সমাপ্তি ঘটিল।

Apply Now

লগতে পঢ়ক: ড্ৰাগছ প্ৰচলন বন্ধৰ দাবীত বৰডুমচা আৰক্ষী থানা ঘেৰাও, উত্তাল থানা চৌহদ

বাতৰি অনুসৰি দেশৰ মুখ্য বিমানবন্দৰত ভৰি থোৱাৰ পিছত মন্ত্ৰীগোটৰ এটা দলে গোটাবায়াক ফুলেৰে অভিবাদন জনায়। এই ঘটনা দ্বীপৰাষ্ট্ৰখনত গোটাবায়া ৰাজপাক্ষেৰ অপৰিসীম প্ৰভাৱৰ এক উদাহৰণ। অৱশ্যে সমালোচকসকলে শ্ৰীলংকাৰ অৰ্থনৈতিক দুৰ্দশাৰ বাবে তেওঁকেই দোষাৰোপ কৰিছে।

বিমানবন্দৰৰ এজন বিষয়াই সংবাদ মাধ্যমক জনায় যে গোটাবায়া ৰাজপাক্ষে বিমানবন্দৰত উপস্থিত হোৱাৰ বাতৰিৰ পিছতে তেওঁক ফুলৰ মালাৰে আদৰণি জনাবলৈ চৰকাৰপন্থী ৰাজনীতিবিদসকলৰ মাজত হেতাওপৰা লাগে।

শ্ৰীলংকাৰ এজন প্ৰতিৰক্ষা বিষয়াৰ উদ্ধৃতিৰে বাতৰিত কোৱা হৈছে যে গোটাবায়া ৰাজপাক্ষে থাইলেণ্ডৰ এখন হোটেলত কাৰাবন্দীৰ দৰে সময় পাৰ কৰিছিল। তেওঁ দেশলৈ উভতি আহিবলৈ আগ্ৰহী আছিল। স্বদেশলৈ উভতি অহাৰ লগে লগে তেওঁৰ বাবে এটা নতুন নিৰাপত্তা বিভাগ মুকলি কৰা হৈছে। ইয়াত সেনা আৰু আৰক্ষী কৰ্মী ৰখা হৈছে।

লগতে পঢ়ক: Maternity Leave: মৃত সন্তান প্ৰসৱ বা জন্মৰ পিছত শিশুৰ মৃত্যু হ’লেও কেন্দ্ৰীয় চৰকাৰৰ মহিলা কৰ্মচাৰীয়ে পাব ৬০ দিনৰ ছুটী

ইপিনে, শ্ৰীলংকাৰ বিৰোধী ৰাজনীতিকসকলে বৰ্তমানৰ ৰাষ্ট্ৰপতি ৰনিল বিক্ৰমসিংহেই শক্তিশালী ৰাজপাক্ষে পৰিয়ালক সুৰক্ষা দিয়াৰ অভিযোগ উত্থাপন কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

July 30, 2026 11:25 am
উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

July 30, 2026 9:47 am
কমনৱেলথ গেমছ ২০২৬: পেৰা এথলেটিকছত ভাৰতৰ সোণ আৰু ৰূপ অৰ্জন, বক্সিঙত অভিলেখসংখ্যক পদক নিশ্চিত

কমনৱেলথ গেমছ ২০২৬: পেৰা এথলেটিকছত ভাৰতৰ সোণ আৰু ৰূপ অৰ্জন, বক্সিঙত অভিলেখসংখ্যক পদক নিশ্চিত

July 30, 2026 8:52 am
বানপানীৰ পিছত হ’ব পৰা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ

বানপানীৰ পিছত হ’ব পৰা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ

July 30, 2026 7:00 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

July 30, 2026 11:25 am
উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

July 30, 2026 9:47 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd