• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

৭৪ সংখ্যক স্বাধীনতা দিৱসত কোকিলা প্ৰেছ ক্লাৱৰ উদ্যোগত আদৰ্শ শিক্ষক, আদৰ্শ খেতিয়ক আৰু কৃতী ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা ও বটাঁ প্ৰদান

ইয়াছিন আলী by ইয়াছিন আলী
August 16, 2020 3:29 pm
index.jpga
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সমগ্ৰ দেশৰ লগতে বঙাইগাঁও জিলাৰ কোকিলা প্ৰেছ ক্লাৱত ৭৪ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে পুৱা পতাকা উত্তোলন কৰে প্ৰেছ ক্লাৱৰ সভাপতি মকিবুল ইছলামে।

ক্লাৱৰ প্ৰেক্ষাগৃহত প্ৰেছ ক্লাৱৰ উপদেষ্টা দবিৰ উদ্দিন আহমেদৰ পৌৰহিত্বত অনুষ্ঠিত সভাত ৩ জনকৈ আদৰ্শ শিক্ষক ক্ৰমে নাম্বাৰপাৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষক ইয়াছিন আলী আহমেদ, ৯৯৪ নং কোকিলা নয়াপাৰা এল পি স্কুলৰ প্ৰধান শিক্ষক উত্তম কুমাৰ ৰয়, কোকিলা এম ই এমৰ শিক্ষক নৱকুমাৰ দাস, ৫ জনকৈ আদৰ্শ খেতিয়ক ইন্তাজ আলী (কোকিলা), আব্দুল কৰিম (ভাণ্ডাৰা), মনিৰুল ইছলাম, জিয়াৰুল হক, আজিজুৰ ৰহমান আৰু  ৮ গৰাকী কৃতী ছাত্ৰ-ছাত্ৰীক অভিধান, ফুলাম গামোচা, মানপত্ৰ, কলম, কিতাপ আৰু ট্ৰফীৰে সম্বৰ্ধনা জনায়।

সম্বৰ্ধনা সভা পৰিচালনা কৰে কোকিলা প্ৰেছ ক্লাৱৰ সাধাৰণ সম্পাদক ৰফিকুল ইছলামে।

সভাত উপস্থিত থাকে উত্তৰ অভয়াপুৰী বিধানসভা সমষ্টিৰ বিধায়ক আব্দুল হাই নাগৰী, নৱজ্যোতি মহাবিদ্যালয়ৰ প্ৰবক্তা আবু বক্কাৰ ছিদ্দিক, কবি, সাহিত্যিক সাংবাদিক এম আকবৰ হুছেইন, অৱসৰপ্ৰাপ্ত শিক্ষক লিয়াকৎ আলী খান, চি কে মহাবিদ্যালয়ৰ অধ্যক্ষ শ্বহিদুল ইছলাম, সৃজনগ্ৰামৰ সাংবাদিক অপূৰ্ব দাস, কলগাছিয়াৰ সাংবাদিক আব্দুল হাই, জপেয়া-নাম্বাৰপাৰা জিলা পৰিষদৰ সদস্য খাইৰুল ইছলাম।

তেওঁলোক উপৰিও সৃজনগ্ৰাম আঞ্চলিক পঞ্চায়তৰ সভাপতি মন্তাজ আলী, নাম্বাৰপাৰা আঃ কনিষ্ঠ মহাবিদ্যালয়ৰ প্ৰৱক্তা আব্দুল কালাম আজাদ, কোকিলা আৰক্ষী নিৰক্ষীন চকীৰ ভাৰপ্ৰাপ্ত বিষয়া শিৱ প্ৰসাদ কলিতা, নাম্বাৰপাৰা চাকলা গাঁও পঞ্চায়তৰ সভানেত্ৰী ৰৌশনাৰা খাতুন, চি আৰ চি চি ক্ৰমে গুলজাৰ হুছেইন, গোলাপ হুছেইন, ৰেজাউল হক, দূৰ্নীতি নিৱাৰক ও তদাৰক সমিতিৰ বঙাইগাঁও জিলাৰ সভাপতি হাফিজ আমিৰুল ইছলামসহ প্ৰায় অৰ্ধশতাধিক ৰাইজ উপস্থিত থাকে।

আনহাতে কোকিলা অঞ্চলৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত উলহ মালহেৰে স্বাধীনতা দিৱস পালন কৰা দেখা যায়।

ইয়াছিন আলী

ইয়াছিন আলী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ঝাৰখণ্ডৰ জংঘলত নিহত শীৰ্ষ মাওবাদী নেতাসহ ৩জন; মূৰৰ দাম আছিল ১ কোটি টকা

ঝাৰখণ্ডৰ জংঘলত নিহত শীৰ্ষ মাওবাদী নেতাসহ ৩জন; মূৰৰ দাম আছিল ১ কোটি টকা

September 15, 2025 1:14 pm
ৱাকফ আইনত স্থগিতাদেশ নিদিলে উচ্চতম ন্যায়ালয়ে; নিয়ন্ত্ৰণ কৰিলে জিলা দণ্ডাধীশৰ ক্ষমতা

ৱাকফ আইনত স্থগিতাদেশ নিদিলে উচ্চতম ন্যায়ালয়ে; নিয়ন্ত্ৰণ কৰিলে জিলা দণ্ডাধীশৰ ক্ষমতা

September 15, 2025 12:10 pm
উগ্ৰ সোঁপন্থীসকলৰ ওচৰত কেতিয়াও শিৰ অৱনত নকৰে ব্ৰিটেইনে! স্পষ্ট জনালে প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰ্মাৰে

উগ্ৰ সোঁপন্থীসকলৰ ওচৰত কেতিয়াও শিৰ অৱনত নকৰে ব্ৰিটেইনে! স্পষ্ট জনালে প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰ্মাৰে

September 15, 2025 10:59 am
মোডী ওভতাৰ পিছতে পুনৰ উত্তপ্ত মণিপুৰ; চুৰাচান্দপুৰত বন্দীক উলিয়াই নিয়াৰ চেষ্টা, থানাত আক্ৰমণ

মোডী ওভতাৰ পিছতে পুনৰ উত্তপ্ত মণিপুৰ; চুৰাচান্দপুৰত বন্দীক উলিয়াই নিয়াৰ চেষ্টা, থানাত আক্ৰমণ

September 15, 2025 10:14 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ঝাৰখণ্ডৰ জংঘলত নিহত শীৰ্ষ মাওবাদী নেতাসহ ৩জন; মূৰৰ দাম আছিল ১ কোটি টকা

ঝাৰখণ্ডৰ জংঘলত নিহত শীৰ্ষ মাওবাদী নেতাসহ ৩জন; মূৰৰ দাম আছিল ১ কোটি টকা

September 15, 2025 1:14 pm
ৱাকফ আইনত স্থগিতাদেশ নিদিলে উচ্চতম ন্যায়ালয়ে; নিয়ন্ত্ৰণ কৰিলে জিলা দণ্ডাধীশৰ ক্ষমতা

ৱাকফ আইনত স্থগিতাদেশ নিদিলে উচ্চতম ন্যায়ালয়ে; নিয়ন্ত্ৰণ কৰিলে জিলা দণ্ডাধীশৰ ক্ষমতা

September 15, 2025 12:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd