• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ক্ৰিকেট জ্বৰত আক্ৰান্ত দেশ! ভাৰতে বিশ্বকাপ জিকিলে নগ্ন হৈ দৌৰিব দেশৰ সমুদ্ৰ তীৰত; মুকলি ঘোষণা অভিনেত্ৰীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 18, 2023 1:31 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এটা দশকৰ পিছত ভাৰতে পুনৰ বিশ্বকাপ জয়ৰ দুৱাৰমুখত উপনীত হৈছে। ২০১১ চনৰ সেই বৰ্ষৰ পিছত আৰু কেতিয়াও দেশৰ ভাগ্য সলনি নহ’ল। কিন্তু এইবাৰ আগ্ৰাসী যুদ্ধত বাস্তৱিকতে সকলো দলকে পৰাস্ত কৰি টিম ইণ্ডিয়াই লীগ টেবুলৰ শীৰ্ষত উপনীত হয়। ছেমি ফাইনেলতো অপ্ৰিতৰোধ্য হৈ ৰ’ল টীম ইণ্ডিয়া।

এইবোৰলৈ লক্ষ্য কৰি এইবাৰ বিশ্বকাপ ট্ৰফী আকৌ এবাৰ মেন ইন ব্লুৰ হাতত উঠিবলৈ ওলাইছে, মুঠতে এই আশাই পুনৰ দেশবাসীৰ মনত জিলিকি উঠিছে।

তেনে এক আৱেগৰ মাজতে দেশৰ এগৰাকী অভিনেত্ৰীয়ে প্ৰায় বিস্ফোৰক মন্তব্য কৰিলে। ফাইনেলৰ পূৰ্বে তেওঁ মুকলিকৈ ঘোষণা কৰিছে যে যদি ভাৰতে বিশ্বকাপ জয় কৰে তেন্তে তেওঁ ৰাজহুৱা স্থানত নগ্ন হব। কেৱল সেয়াই নহয়, সেই অৱস্থাতে তেওঁ সাগৰ তীৰত দৌৰিব। এই প্ৰতিশ্ৰুতি এগৰাকী দক্ষিণৰ অভিনেত্ৰীৰ।

লগতে পঢ়কঃ আত্মশ্লাঘা! ফাইনেলত অষ্ট্ৰেলিয়া ৪৫০/২, ভাৰত ৬৫ৰানত অল আউট; ভৱিষ্যদ্বাণী মিচেল মাৰ্ছৰ

আচলতে জনপ্ৰিয় খেলৰ অৰ্থই হ’ল আৱেগত উথলি উঠা। তাৰ ওপৰত যদি বিশ্বকাপৰ দৰে আন্তৰ্জাতিক মঞ্চ হয়, তেন্তে কোনো প্ৰশ্নই নাই। তাতে নিজৰ দেশখনক দেখিলে সকলোৱে অতিৰিক্ত আৱেগৰ চাপ অনুভৱ কৰিব পাৰে। সেই আৱেগতে বিশ্বকাপৰ ছিজনত বহুতে বিভিন্ন ইচ্ছাৰ কথা ঘোষণা কৰি দিয়ে। ইচ্ছা পূৰণৰ কামনাৰে যেনেকৈ আশিষ বিচৰা হয়, এয়াও তাৰ লগত বহুখিনি একে।

ইয়াৰ পূৰ্বে একাংশ যুৱতীয়েও ফুটবল বিশ্বকাপৰ সময়ত বিভিন্ন ধৰণৰ প্ৰতিশ্ৰুতি দিছিল। পেৰাগুৱেৰ ধুনীয়া মডেল লাৰিছা ৰিকেলমে ঘোষণা কৰিছিল যে তেওঁৰ দলটোৱে বিশ্বকাপ জয় কৰিলে তেওঁ উলংগ হৈ দেখা দিব।

If India wins the World Cup,
I will streak on Visakhapatnam beach.
India World Cup కొడితే, వైజాగ్ బీచ్ లో streaking చేస్తా…

— Rekha Boj (@rekha_boj) November 15, 2023

আকৌ ব্ৰাজিলৰ মডেল ছুজি কৰ্টেজে মেছিৰ বাবে উলংগ হ’ব বিচাৰিছিল। সেই তালিকাত নতুনকৈ সংযোজন হৈছে তেলেগু অভিনেত্ৰী ৰেখা বোজ। দেশখনে ফাইনেলত প্ৰৱেশ কৰিছে, তেওঁ এই আনন্দত আত্মাহাৰা হৈ পৰিছে আৰু ঘোষণা কৰিছে যে যদি ৰোহিত বাহিনীয়ে শেষৰ বাধা পাৰ হ’ব পাৰে, অৰ্থাৎ বিশ্বকাপ ট্ৰফী যদি ভাৰতলৈ আহে, তেন্তে তেওঁ বিশাখাপট্টমৰ সাগৰ তীৰত নগ্ন হৈ দৌৰিবলৈ সাজু। অভিনেত্ৰীগৰাকীয়ে এতিয়া সেই ইচ্ছা পূৰণৰ সুযোগ পায় নে নাই সেয়া হ’ব লক্ষ্যণীয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm
৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

September 15, 2025 9:35 pm
মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

September 15, 2025 9:07 pm
মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

September 15, 2025 8:36 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm
৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

September 15, 2025 9:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd