• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, August 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গুৱাহাটীত ভগৱান ভেংকটেশ্বৰ মন্দিৰৰ বাবে ভূমি অনুমোদন হিমন্ত বিশ্ব শৰ্মাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 2, 2025 5:33 pm
51
VIEWS
Share on FacebookShare on Twitter

অসমৰ থলুৱাই যি সময়ত থাকিবলৈ এখন ঘৰ পোৱা নাই, নিজা বুলিবলৈ এডুখৰ ভুখণ্ড নাই। অসমৰ বহু খিলঞ্জীয়াই ভূমি পট্টা লাভ কৰা নাই। অসমৰ হাজাৰ হাজাৰ লোকক উচ্ছেদ কৰি অসমৰ ভূখণ্ড বৃহৎ বণিক গোষ্ঠীক গটাই আহিছে। তেনে সময়তে এইবাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তিৰুমালা তিৰুপতি দেৱস্থানম (টিটিডি)ৰ অনুৰোধৰ পিছতে, গুৱাহাটীত ভগৱান ভেংকটেশ্বৰ মন্দিৰৰ বাবে পাঁচ একৰ মাটি আবণ্টন দিবলৈ সন্মতি জনাইছে।

টিটিডিৰ এটা দল, অধ্যক্ষ বি.আৰ. নাইডু, ২০২৫ চনৰ ১ আগষ্ট শুকুৰবাৰে শৰ্মাক সাক্ষাৎ কৰি এইপ্ৰস্তাৱৰ ওপৰত আলোচনা কৰে। মুখ্যমন্ত্ৰীয়ে এই পদক্ষেপক আদৰণি জনাই কয় যে এই মন্দিৰে উত্তৰ-পূব ভাৰতৰ আধ্যাত্মিক আৰু সাংস্কৃতিক পৰিৱেশ সমৃদ্ধ কৰিব।

টিটিডিয়ে উল্লেখ কৰে যে এই মন্দিৰটোৱে গুৱাহাটীৰ কামাখ্যা মন্দিৰৰ পৰিপূৰক হ’ব। চৰকাৰৰ এনে ধৰ্মীয় পৃষ্ঠপোষকতাই দেশৰ ধৰ্ম নিৰপেক্ষতাত মোক্ষম আঘাত হানিছে। ইয়াৰো পৰি মানুহৰ মৌলিক অধিকাৰ খৰ্ব কৰি ধৰ্মক আগ স্থান দিয়া মুখ্য মন্ত্ৰীৰ এনে সিদ্ধান্তই সচেতন ৰাইজক ক্ষোভিত কৰি তুলিছে।

Recent News

প্ৰাক্তন মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে খালী কৰিলে চৰকাৰী বাসগৃহ

প্ৰাক্তন মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে খালী কৰিলে চৰকাৰী বাসগৃহ

গুৱাহাটীত ভগৱান ভেংকটেশ্বৰ মন্দিৰৰ বাবে ভূমি অনুমোদন হিমন্ত বিশ্ব শৰ্মাৰ

গুৱাহাটীত ভগৱান ভেংকটেশ্বৰ মন্দিৰৰ বাবে ভূমি অনুমোদন হিমন্ত বিশ্ব শৰ্মাৰ

প্ৰজ্জ্বল ৰেভান্নাক ধৰ্ষণৰ অপৰাধত যাৱজ্জীৱন কাৰাদণ্ড, ১১ লাখ টকাৰ জৰিমনা

প্ৰজ্জ্বল ৰেভান্নাক ধৰ্ষণৰ অপৰাধত যাৱজ্জীৱন কাৰাদণ্ড, ১১ লাখ টকাৰ জৰিমনা

ব্ৰিটেইনৰ সংসদীয় প্ৰতিবেদন প্ৰত্যাখ্যান কৰিলে ভাৰতে! আন্তঃৰাষ্ট্ৰীয় দমনৰ অভিযোগ অস্বীকাৰ

ব্ৰিটেইনৰ সংসদীয় প্ৰতিবেদন প্ৰত্যাখ্যান কৰিলে ভাৰতে! আন্তঃৰাষ্ট্ৰীয় দমনৰ অভিযোগ অস্বীকাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd