• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

ব্ৰিটেইনৰ সংসদীয় প্ৰতিবেদন প্ৰত্যাখ্যান কৰিলে ভাৰতে! আন্তঃৰাষ্ট্ৰীয় দমনৰ অভিযোগ অস্বীকাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 2, 2025 4:32 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শেহতীয়াকৈ ব্ৰিটেইনৰ সংসদীয় প্ৰতিবেদনত ভাৰতে যুক্তৰাজ্যত “আন্তঃৰাষ্ট্ৰীয় দমন”ত লিপ্ত হোৱাৰ অভিযোগ উত্থাপন কৰিছে। ব্ৰিটেইনৰ সংসদৰ মানৱ অধিকাৰ যুটীয়া সমিতিয়ে প্ৰকাশ কৰা প্ৰতিবেদনত ভাৰত, চীন, ৰাছিয়া আৰু ইৰাণকে ধৰি ১২খন দেশৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে যে এই দেশসমূহত ব্ৰিটেইন বিৰোধী ৰাজনৈতিক শিবিৰ, এক্টিভিষ্ট আৰু সাংবাদিকক লক্ষ্য কৰি লোৱাৰ অভিযোগ উত্থাপন কৰা হৈছে।

ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ে এই অভিযোগক “ভিত্তিহীন” বুলি অভিহিত কৰি প্ৰতিবেদনৰ তীব্ৰ সমালোচনা কৰিছে। মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰন্ধীৰ জয়ছৱালে কয় যে এই অভিযোগসমূহ “অপৰীক্ষিত আৰু সন্দেহজনক উৎস”ৰ ওপৰত নিৰ্ভৰ কৰি তৈয়াৰ কৰা হৈছে। তেওঁ লগতে উল্লেখ কৰে যে প্ৰতিবেদনৰ উৎস হিচাপে উল্লেখিত শিখ ফৰ জাষ্টিছ, যি এক নিষিদ্ধ খালিস্তানপন্থী গোট, আৰু অন্যান্য শিখ সমৰ্থক গোট ভাৰত বিৰোধী মনোভাৱৰ সৈতে জড়িত। এনে উৎসৰ ব্যৱহাৰে প্ৰতিবেদনৰ বিশ্বাসযোগ্যতাৰ ওপৰতো প্ৰশ্ন উত্থাপন কৰে বুলি তেওঁ মত প্ৰকাশ কৰিছে।

Apply Now

প্ৰতিবেদনত দাবী কৰা হৈছে যে এই দেশসমূহৰ কাৰ্যকলাপে লক্ষ্য কৰা ব্যক্তিৰ মাজত ভীতিৰ সৃষ্টি কৰিছে, তেওঁলোকৰ মত প্ৰকাশ আৰু গতিবিধিৰ স্বাধীনতাক সীমিত কৰিছে, আৰু তেওঁলোকৰ নিৰাপত্তাৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে। ইয়াৰ উপৰিও প্ৰতিবেদনত অভিযোগ উত্থাপন কৰা হৈছে যে তালিকাভুক্ত দেশসমূহে ইণ্টাৰপ’লৰ ৰেড ন’টিছ ব্যৱস্থাক ৰাজনৈতিক উদ্দেশ্যত অপব্যৱহাৰ কৰিছে। প্ৰতিবেদনত ব্ৰিটিছ চৰকাৰক বিদেশী হস্তক্ষেপৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ আহ্বান জনোৱা হৈছে।

প্ৰতিবেদনৰ পৰিশিষ্টত শিখছ ফৰ জাষ্টিছ আৰু অন্যান্য শিখ সমৰ্থক গোটক অভিযোগৰ উৎস হিচাপে উল্লেখ কৰা হৈছে। শিখছ ফৰ জাষ্টিছে খালিস্তান নামৰ এক প্ৰস্তাৱিত স্বতন্ত্ৰ শিখ ৰাষ্ট্ৰ গঠনৰ সমৰ্থন কৰে, যি ভাৰতত বেআইনী কাৰ্যকলাপ প্ৰতিৰোধ আইনৰ অধীনত নিষিদ্ধ। ব্ৰিটিছ গৃহ বিভাগে জোৰ দি কয় যে আন্তঃৰাষ্ট্ৰীয় দমনক ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু সাৰ্বভৌমত্বৰ প্ৰতি গুৰুতৰ ভাবুকি হিচাপে গণ্য কৰা হয়। “ব্ৰিটিছ ভূখণ্ডত ব্যক্তিক ভয় দেখুৱাবলৈ বা ক্ষতি কৰাৰ যিকোনো বিদেশী ৰাষ্ট্ৰৰ প্ৰচেষ্টা সহ্য কৰা নহ’ব,” এগৰাকী মুখপাত্ৰই সদৰী কৰিছে।

ইণ্টাৰপ’লে উত্তৰত কয় যে তেওঁলোকৰ নীতি-নিয়মৰ আৰু মানৱ অধিকাৰৰ সাৰ্বজনীন ঘোষণাৰ লগত সংগতি ৰাখি তেওঁলোকৰ জাননী প্ৰেৰণৰ বাবে কঠোৰ পদ্ধতি আছে, যিয়ে ৰাজনৈতিক, সামৰিক, ধৰ্মীয় বা বৰ্ণবষম্যমূলক কাৰ্যকলাপ নিষিদ্ধ কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উচ্চতম ন্যায়ালয়ত অপ্ৰস্তুত কেন্দ্ৰীয় চৰকাৰ! ‘আমাৰ অজ্ঞাতসাৰে কেনেকৈ নিৰ্দেশ দিয়া হ’ল’ বুলি প্ৰশ্ন বিৰোধী পক্ষৰ অধিবক্তাৰ

উচ্চতম ন্যায়ালয়ত অপ্ৰস্তুত কেন্দ্ৰীয় চৰকাৰ! ‘আমাৰ অজ্ঞাতসাৰে কেনেকৈ নিৰ্দেশ দিয়া হ’ল’ বুলি প্ৰশ্ন বিৰোধী পক্ষৰ অধিবক্তাৰ

October 1, 2026 11:27 am
দিখৌ নদীত ভয়ংকৰ ভূমিস্খলন! ৮০ শতাংশ জলপ্ৰবাহ আৱদ্ধ হোৱাৰ আশংকাত শিৱসাগৰত হাই এলাৰ্ট

দিখৌ নদীত ভয়ংকৰ ভূমিস্খলন! ৮০ শতাংশ জলপ্ৰবাহ আৱদ্ধ হোৱাৰ আশংকাত শিৱসাগৰত হাই এলাৰ্ট

October 1, 2026 10:17 am
প্ৰধানমন্ত্ৰীয়ে ক’লে ‘হিৰ”! আকাশমাৰ্গত যাত্ৰীৰ প্ৰাণ ৰক্ষা কৰা সাহসী পাইলটগৰাকী আচলতে কোন?

প্ৰধানমন্ত্ৰীয়ে ক’লে ‘হিৰ”! আকাশমাৰ্গত যাত্ৰীৰ প্ৰাণ ৰক্ষা কৰা সাহসী পাইলটগৰাকী আচলতে কোন?

October 1, 2026 9:15 am
ন্যায়াধীশৰ ব্যক্তিগত নৈতিকতাৰ ভিত্তিত নাকচ কৰিব নোৱাৰিব জামিন! উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ

ন্যায়াধীশৰ ব্যক্তিগত নৈতিকতাৰ ভিত্তিত নাকচ কৰিব নোৱাৰিব জামিন! উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ

October 1, 2026 7:42 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উচ্চতম ন্যায়ালয়ত অপ্ৰস্তুত কেন্দ্ৰীয় চৰকাৰ! ‘আমাৰ অজ্ঞাতসাৰে কেনেকৈ নিৰ্দেশ দিয়া হ’ল’ বুলি প্ৰশ্ন বিৰোধী পক্ষৰ অধিবক্তাৰ

উচ্চতম ন্যায়ালয়ত অপ্ৰস্তুত কেন্দ্ৰীয় চৰকাৰ! ‘আমাৰ অজ্ঞাতসাৰে কেনেকৈ নিৰ্দেশ দিয়া হ’ল’ বুলি প্ৰশ্ন বিৰোধী পক্ষৰ অধিবক্তাৰ

October 1, 2026 11:27 am
দিখৌ নদীত ভয়ংকৰ ভূমিস্খলন! ৮০ শতাংশ জলপ্ৰবাহ আৱদ্ধ হোৱাৰ আশংকাত শিৱসাগৰত হাই এলাৰ্ট

দিখৌ নদীত ভয়ংকৰ ভূমিস্খলন! ৮০ শতাংশ জলপ্ৰবাহ আৱদ্ধ হোৱাৰ আশংকাত শিৱসাগৰত হাই এলাৰ্ট

October 1, 2026 10:17 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd