• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

১০টা উচ্চ ক্ষমতাৰ পাম্পেৰে মেঘালয়ৰ শ্ৰমিক আবদ্ধ কয়লাখনিৰ পানী সিঁচা কাম চলিব আজিৰ পৰা

৮০ ফুট তললৈকে সন্ধান কৰিও ডুবাৰুৱে পোৱা নাই দুৰ্ভগীয়া শ্ৰমিককেইজনৰ সন্ধান

ৰাইনিং লিংডো by ৰাইনিং লিংডো
December 31, 2018 6:53 am
coal miner

মেঘালয়ৰ খনিত আবদ্ধ শ্ৰমিককেইজনক উদ্ধাৰ অভিযানৰ দৃশ্য।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

৮০ ফুট তললৈকে সন্ধান কৰিও ডুবাৰুৱে মেঘালয়ৰ খনিত আবদ্ধ হৈ পৰা দুৰ্ভগীয়া শ্ৰমিককেইজনৰ সন্ধান পোৱা নাই। এই কথা জানিবলৈ দিলে পূব জয়ন্তীয়া পাহাৰৰ আৰক্ষী অধীক্ষক ছিলভেষ্টাৰ নংটংগাৰে। ‘ভাৰতীয় নৌসেনাৰ দুজন ডুবাৰু কয়লাখনিটোৰ ৮০ ফুট তললৈকে গৈ তাত দুঘণ্টাতকৈ অধিক সময় ধৰি অতিবাহিত কৰিও একো সন্ধান নাপালে।ৰ’ নংটংগাৰে কয়।

তেওঁ লগতে জানিবলৈ দিয়ে যে উৰিষ্যা অগ্নি নিৰ্বাপক বাহিনীৰ দহটাকৈ উচ্চ ক্ষমতাসম্পন্ন পাম্পেৰে ৩১ ড়িচেম্বৰৰ পৰা পানী সিঁচা কাম পুনৰ আৰম্ভ কৰা হ’ব।

পানী সিঁচি কমোৱাৰ পিছত আজি পুনৰ ডুবাৰুকেইজনে খনিৰ একেবাৰে তললৈ যাবলৈ চেষ্টা কৰিব বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে যোৱা ১৩ ডিচেম্বৰতে মেঘালয় পূব জয়ন্তীয়া পাহাৰত থকা অবৈধ কয়লখনিটোৰ ভিতৰত ১৫জনকৈ শ্ৰমিক আবদ্ধ হৈ পৰিছিল। খনিত পানী সোমোৱা বাবে তেওঁলোক আবদ্ধ হৈ পৰিছিল। এইসকলৰ মাজত অসমৰো ৪-৫জন শ্ৰমিক আছে বুলি জানিব পৰা গৈছে।

আনহাতে যোৱা প্ৰায় ১৮-২০ দিন ধৰি অবিৰাম চেষ্টা কৰিও খনিৰ ভিতৰত আবদ্ধ হৈ পৰা শ্ৰমিককেইজনৰ কোনো সন্ধান উলিয়াব পৰা নাই। ৩০ ডিচেম্বৰত নৌসেনাৰ ৫জন ডুবাৰু আৰু ৰাষ্ট্ৰীয় দুৰ্য্যোগ সঁহাৰি বাহিনীৰ এজন ডুবাৰুৱে খনিটোৰ গভীৰতা জুখিবলৈ চেষ্টা কৰা বুলি আমাক জানিবলৈ দিয়ে।

Coal miners rescue
মেঘালয়ৰ খনিৰ শ্ৰমিকক উদ্ধাৰৰ বাবে অহা ভাৰতীয় নৌসেনাৰ দল।

আজিৰ পৰা নৌসেনাই পানীৰ তলত ৰিম’টৰ সহায়ত চলাব পৰা যান (Remotely Operated Vehicle (ROV)) ব্যৱহাৰ কৰিব বুলিও আমাক জানিবলৈ দিছে।

আজিৰ পৰা নৌসেনাই পানীৰ তলত ৰিম’টৰ সহায়ত চলাব পৰা যান (Remotely Operated Vehicle (ROV)) ব্যৱহাৰ কৰিব বুলিও আমাক জানিবলৈ দিছে।

উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় দুৰ্য্যোগ সঁহাৰি বাহিনী বা এন ডি আৰ এফৰ ৭১জন কৰ্মী, আৰু ২৩জন ৰাজ্যিক দুৰ্য্যোগ সঁহাৰি বাহিনী আৰু অসামৰিক নিৰাপত্তা কৰ্মীয়ে অবিৰাম চেষ্টা কৰি থকাৰ মাজতে ইতিমধ্যে উৰিষ্য অগ্নি নিৰ্বাপণ সেৱাৰ ২১জন কৰ্মীও আহি উপস্থিত হৈছেহি।

ইফালে ক’ল ইণ্ডিয়া লিমিটেডে ৩০ ডিচেম্বৰৰ দিনাও খালো ৰিংকচানৰ আশ-পাশৰ অঞ্চলবোৰত থকা পৰিত্যক্ত কয়লাখনিবোৰত পৰ্য্যৱেক্ষণ চলায়। ক’ল ইণ্ডিয়া লিমিটেডে উদ্ধাৰ কাৰ্য্যত ব্যৱহাৰ কৰাৰ বাবে মুঠ ৮টা পাম্পৰ যোগান ধৰিছে।

ৰাইনিং লিংডো

ৰাইনিং লিংডো

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm
৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

September 15, 2025 9:35 pm
মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

September 15, 2025 9:07 pm
মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

September 15, 2025 8:36 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm
৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

September 15, 2025 9:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd