• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ইজৰাইলত হামাছৰ আক্ৰমণত নিহত ১০ গৰাকী নেপালী শিক্ষাৰ্থী; নিশ্চিত কৰিছে দূতাবাসে

এন ই নাও  নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 9, 2023 7:45 am
ইজৰাইলত হামাছৰ ভয়ংকৰ আক্ৰমণ। ফটোঃ সংগ্ৰহীত।

ইজৰাইলত হামাছৰ ভয়ংকৰ আক্ৰমণ। ফটোঃ সংগ্ৰহীত।

442
VIEWS
Share on FacebookShare on Twitter

ইজৰাইলত হামাছ সন্ত্ৰাসবাদী সংগঠনৰ অতৰ্কিত ভয়ংকৰ আক্ৰমণৰ ঘটনাই কঁপাই তুলিছে বিশ্বক। ২০ মিনিটত ইজৰাইলত কমেও ৫০০টা ৰকেটে আঘাত হানিছিল। বাতৰি অনুসৰি, ইজৰাইলৰ হামাছৰ আক্ৰমণত কমেও ১০ জন নেপালী শিক্ষাৰ্থীৰ মৃত্যু হৈছে।

হামাছৰ আক্ৰমণত কমেও ১০ জন নেপালী শিক্ষাৰ্থীৰ মৃত্যুৰ কথা ইজৰাইলত থকা নেপালৰ দূতাবাসে নিশ্চিত কৰিছে।

বাতৰি অনুসৰি, ইজৰাইলে সমগ্ৰ পৰিস্থিতিক যুদ্ধ বুলি অভিহিত কৰিছে। ইজৰাইলৰ বাহিনীয়ে পেলেষ্টাইনী যোদ্ধাৰ সৈতে যুঁজ আৰম্ভ হৈছে।

লগতে পঢ়কঃ ‘দ্য চেভিয়াৰ’ কোহলী, ‘ক্লাছিক’ কে এল শ্ব’

এই পৰিস্থিতি প্ৰধানকৈ দক্ষিণ ইজৰাইলত চলি আছে। ইফালে এই ৰকেট আক্ৰমণৰ আঁৰত লেবাননৰ পৰা হিজবুল্লাহৰ হাত আছে বুলিও দাবী কৰা হৈছে।

ইজৰাইলৰ ওপৰত মাৰাত্মক আক্ৰমণৰ ঘটনা ঘটিছে। ইটোৰ পিছত সিটো অঞ্চল সম্পূৰ্ণৰূপে ধ্বংস হৈছে। স্থানীয় লোকে দাবী কৰিছে যে হামাছৰ সন্ত্ৰাসবাদীয়ে সামৰিক পোছাক পিন্ধি প্ৰৱেশ কৰিছিল। তেওঁলোকে ভেনত উঠি ঘূৰি ফুৰিছিল আৰু নিৰ্বিচাৰে গুলীচালনা কৰিছিল।

কেইবাটাও বিদেশী সংবাদ মাধ্যমে সেইদিনা ভয়ংকৰ আক্ৰমণৰ কথা উল্লেখ কৰিছে। সেইদিনা কেনেকৈ গুলীচালনা কৰা হৈছিল, ইজৰাইলৰ জনসাধাৰণে হামাছৰ সন্ত্ৰাসবাদীৰ হাতৰ পৰা পলায়ন কৰিবলৈ গাড়ী লৈ কেনেকৈ পলাবলৈ চেষ্টা কৰিছিল, সেইবোৰ কেইবাটাও সংবাদ মাধ্যমত প্ৰকাশ পাইছিল।

লগতে পঢ়কঃযুদ্ধৰ দাবানলত জাহ গৈছে ইজৰাইল-পেলেষ্টাইন: মৃতকৰ সংখ্যা হাজাৰ অতিক্ৰম

দৰাচলতে ই আছিল এক নৰকীয় আক্ৰমণ। শিশু আৰু মহিলাকো আক্ৰমণ কৰি হত্যা কৰাৰ খবৰ পোৱা গৈছে।

ইজৰাইলত হামাছৰ ভয়ংকৰ আক্ৰমণত ভয়ানক পৰিস্থিতিৰ সৃষ্টি হয়। ইটোৰ পিছত সিটো মৃত্যুৰ খবৰে সকলোকে উদ্বিগ্ন কৰি তোলে। কিন্তু এইবাৰ ইজৰাইলত নেপালী শিক্ষাৰ্থীৰ মৃত্যুৰ খবৰ আন এক মৰ্মান্তিক ঘটনা।

Recent News

বন্ধ হ’ল জনপ্ৰিয় নিউজ পৰ্টেল ‘দ্য ৱায়াৰ’ : সাংবিধানিক স্বাধীনতা ভংগ কৰাৰ অভিযোগ

বন্ধ হ’ল জনপ্ৰিয় নিউজ পৰ্টেল ‘দ্য ৱায়াৰ’ : সাংবিধানিক স্বাধীনতা ভংগ কৰাৰ অভিযোগ

‘কেনচেল’ বুটামে সঁচাকৈয়ে ATMৰ PIN সুৰক্ষাত  সহায় কৰেনে? জানি লওক প্ৰকৃত সত্য

‘কেনচেল’ বুটামে সঁচাকৈয়ে ATMৰ PIN সুৰক্ষাত  সহায় কৰেনে? জানি লওক প্ৰকৃত সত্য

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd