• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ব্রিকছ দেশৰ শীৰ্ষ বিশ্ববিদ্যালয়ৰ তালিকাত তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয় : ব্ৰিকছ ৰেংক ১৪৬, দেশৰ ভিতৰত ৩৬ স্থানত

এন ই নাও নিউজ by এন ই নাও নিউজ
October 19, 2018 8:48 am
Tezpur University

কিউ এছ ব্ৰিকছ য়ুনিভাৰ্ছিটি ৰেংকিঙৰ প্ৰমাণ পত্ৰ তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়লৈ।

687
VIEWS
Share on FacebookShare on Twitter

অসমবাসীৰ বাবে গৌৰৱ কঢ়িয়াই ব্রিকছ দেশবিলাকৰ বিশ্ববিদ্যালয়ৰ ৰেংকিং (২০১8) তালিকাত (যিটো কিউ এছ য়ুনিভাৰ্ছিটি ৰেংকিং নামৰ প্ৰতিষ্ঠানটোৱে কিউ এছ ব্ৰিকছ য়ুনিভাৰ্ছিটি ৰেংকিং নামেৰে কৰি আহিছে) তেজপুৰৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ে স্থান লাভ কৰিছে।

উল্লেখযোগ্য যে সমীক্ষাৰ ভিত্তিত বিশ্বৰ বিশ্ববিদ্যালয়বোৰৰ ৰেংকিং প্ৰকাশ কৰা প্ৰতিষ্ঠানবিলাকৰ ভিতৰত কিউ এছ য়ুনিভাৰ্ছিটি ৰেংকিং (QS University Rankings) অন্যতম।

এই প্ৰতিষ্ঠানটোৱে ব্ৰিকছ দেশবিলাকৰ (চীন, ব্ৰাজিল, ভাৰত, ৰাছিয়া আৰু দক্ষিণ আফ্ৰিকা) বাবে সুকীয়া ৰেংকিঙো কৰে। এই ৰেংকিঙত ব্ৰিকছ দেশবিলাকৰ শীৰ্ষ ৩০০খন বিশ্ববিদ্যালয়ৰ তালিকাত ১৪৬ নং স্থান লাভ কৰিছে তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ে। আনহাতে, ভাৰতৰ শীৰ্ষ ৭৫খন শিক্ষানুষ্ঠানৰ ভিতৰত তেজপুৰ বিশ্ববিদ্যালয়ৰ স্থান হ’ল ৩৬ নম্বৰত।

একাডেমিক ৰেপুটেইশ্যন, ফেকাল্টি ষ্টুডেণ্ট, পি এইচ্ছ ডি ডিগ্ৰীধাৰী ফেকাল্টি ষ্টাফ ৰেপুটেইশ্যন আদিত ভাল নম্বৰ লাভেৰে বিশ্ববিদ্যালয়খনে এই স্থান পাইছে। আনহাতে এম্প্লয়াৰ ৰেপুটেইশ্যন, ইণ্টাৰনেশ্যনেল ষ্টুডেণ্ট আদিত বিশ্ববিদ্যালয়খনে কম নম্বৰ পোৱা বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে বিদ্যায়তনিক আৰু অন্যান্য দিশৰ মান উন্নত হোৱা বাবে তেজপুৰ বিশ্ববিদ্যালয়ে ইয়াৰ পূৰ্বেও ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সন্মান লাভ কৰি আহিছে।

Recent News

স্বাস্থ্যৰ বাবে সাংঘাতিক উপকাৰী পাচলি ভাতকেৰেলা; দুটা জটিল ৰোগ প্ৰতিৰোধতো সহায়ক

স্বাস্থ্যৰ বাবে সাংঘাতিক উপকাৰী পাচলি ভাতকেৰেলা; দুটা জটিল ৰোগ প্ৰতিৰোধতো সহায়ক

কোহলী বনাম ৰোহিত! এদিনীয়াৰ ৰজা কোন? এবাৰ চকু ফুৰাই চাই লওক

কোহলী বনাম ৰোহিত! এদিনীয়াৰ ৰজা কোন? এবাৰ চকু ফুৰাই চাই লওক

মৰ্মান্তিক! বিয়া ঘৰৰ পৰা উভতি অহাৰ পথত দুৰ্ঘটনাত মৃত্যু একেটা পৰিয়ালৰে ৫ জনৰ

মৰ্মান্তিক! বিয়া ঘৰৰ পৰা উভতি অহাৰ পথত দুৰ্ঘটনাত মৃত্যু একেটা পৰিয়ালৰে ৫ জনৰ

গাজা যুদ্ধলৈ আমেৰিকাৰ সমৰ্থনৰ প্ৰতিবাদ কৰি গ্ৰেপ্তাৰ ‘বেন এণ্ড জেৰী’ৰ সহ-প্ৰতিষ্ঠাতা বেন কোহেন

গাজা যুদ্ধলৈ আমেৰিকাৰ সমৰ্থনৰ প্ৰতিবাদ কৰি গ্ৰেপ্তাৰ ‘বেন এণ্ড জেৰী’ৰ সহ-প্ৰতিষ্ঠাতা বেন কোহেন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd