• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পলিটেকনিকৰ প্ৰবক্তাৰ চাকৰি নিয়মীয়া কৰণৰ দাবী আপৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 13, 2025 5:00 pm
178
VIEWS
Share on FacebookShare on Twitter

২০১৭ চনত ৰাজ্যৰ পলিটেকনিক প্ৰতিষ্ঠান সমূহত ঠিকাভিত্তিক নিযুক্তি লাভ কৰা ৭৩ গৰাকী প্ৰবক্তাক চাকৰিৰ পৰা বৰ্খাস্ত বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আম আদমী পাৰ্টিৰ ৰাজ্যিক সাধাৰণ সম্পাদক (সাংগঠিনক) ৰাজীৱ শইকীয়াই । আজি সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তিত আপৰ জ্যেষ্ঠ নেতাগৰাকীয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুক শীঘ্ৰে চৰকাৰৰ অগণতান্ত্ৰিক আৰু স্বৈৰাচাৰী সিদ্ধান্ত প্ৰত্যাহাৰৰ দাবী জনায়। 

বিজ্ঞপ্তিটোত ৰাজীৱ শইকীয়াই উল্লেখ কৰে যে ২০১৭ চনত এইসকল মেধা সম্পন্ন প্ৰবক্তাই  যোগ্যতাৰ ভিত্তিত  নিযুক্তি লাভ কৰিছিল ।

ৰাজ্য চৰকাৰে স্থাপন কৰা ১১ নতুন পলিটেকনিক প্ৰতিষ্ঠান আৰু বৰাকভেলীৰ ইঞ্জিনীয়াৰিং কলেজৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰি এইসকল প্ৰতিষ্ঠাপক প্ৰবক্তাক ২০১৭ চনতে মেধাৰ ভিত্তিত নিযুক্তি দিছিল ৰাজ্য চৰকাৰে । অথচ যোৱা ১৭ ফেব্ৰৱাৰীৰ পৰা মহানগৰীৰ চচলত চাকৰি নিয়ামীয়াকৰণৰ দাবীত প্ৰতিবাদ কৰিবলগীয়া হৈছে। অবিৰত প্ৰতিবাদৰ পাছতো চৰকাৰৰ ইতিবাচক সহাঁৰি লাভ কৰাৰ পৰিবৰ্তে  তেওঁলোকক  চাকৰিৰ পৰা অব্যাহতি দিয়া হৈছে। চৰকাৰৰ এই সিদ্ধান্ত মানৱতা বিৰোধী, গণতন্ত্ৰ বিৰোধী।

এখন গণতান্ত্ৰিক দেশত চৰকাৰৰ পৰা প্ৰাপ্য বিচাৰি নাগৰিকৰ আন্দোলন কৰাৰ অধিকাৰ আছে। কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে আমাৰ সাংবিধানিক অধিকাৰ কাঢ়ি লৈছে। চৰকাৰে শীঘ্ৰে তেওঁলোকক চাকৰিৰ পৰা বৰ্খাস্তকৰণৰ নিৰ্দেশ প্ৰত্যাহাৰ কৰক। ” আম আদমী পাৰ্টিৰ নেতাগৰাকীয়ে পলিটেকনিক ইনষ্টিটিউটৰ প্ৰবক্তা সকলৰ প্ৰতিটো ন্যায্য দাবী পূৰণৰ আহ্বান জনায়।

আনহাতে যোৱা ১৭ ফেব্ৰুৱাৰীৰ পৰা চচলত প্ৰতিবাদী কাৰ্যসূচী পালন কৰা পলিটেকনিক শিক্ষকৰ সমস্যা সমাধানৰ দাবীত আজি চচলৰ ধৰ্ণাথলীত প্ৰতিবাদত অংশগ্ৰহণ কৰে আপ, যুৱ শক্তিৰ কাৰ্যকৰী সভাপতি জিতু ডেকাই। তেওঁ বিগত ৮ বছৰ ধৰি কাম এই সকল শিক্ষকে চাকৰি কৰাৰ পাছত নিয়মীয়াকৰণ কৰাৰ পৰিৱৰ্তে চাকৰিৰ পৰা অব্যাহিত দিয়াৰ হঠকাৰী নীতিৰ তীব্ৰ সমালোচনা কৰে।

চাকৰিত নিযুক্তি প্ৰদানৰ সময়ত পলিটেকনিক প্ৰবক্তা সকলৰ অৰিজিনেল শৈক্ষিক প্ৰমাণ পত্ৰ, মাৰ্কশ্বিট আদি চৰকাৰে জমা লৈ থোৱাৰ ঘটনা ভাৰতৰ ভিতৰতে নজিৰ বিহীন কাণ্ড বুলি মন্তব্য প্ৰকাশ কৰে জিতু ডেকাই।

Recent News

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে বাংকাৰত সোমাল পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফ!

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে বাংকাৰত সোমাল পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফ!

পোপ ফ্ৰান্সিছৰ উত্তৰাধিকাৰী নিৰ্বাচিত; প্ৰথমবাৰৰ বাবে আমেৰিকাৰ কোনো বাসিন্দা হ’ল পোপ

পোপ ফ্ৰান্সিছৰ উত্তৰাধিকাৰী নিৰ্বাচিত; প্ৰথমবাৰৰ বাবে আমেৰিকাৰ কোনো বাসিন্দা হ’ল পোপ

বিভিন্ন ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ দাবী- গ্ৰেপ্তাৰ হৈছে পাকিস্তানৰ সেনা প্ৰধান আছিম মুনিৰ!

বিভিন্ন ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ দাবী- গ্ৰেপ্তাৰ হৈছে পাকিস্তানৰ সেনা প্ৰধান আছিম মুনিৰ!

ভুৱা নথি-পত্ৰৰে স্কুলৰ চাকৰি, ১৮ বছৰত কোটি টকা উপাৰ্জন! অৱশেষত ফাদিল যমজ ভগ্নীৰ ৰহস্য

ভুৱা নথি-পত্ৰৰে স্কুলৰ চাকৰি, ১৮ বছৰত কোটি টকা উপাৰ্জন! অৱশেষত ফাদিল যমজ ভগ্নীৰ ৰহস্য

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd