• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, June 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কাটা তাঁৰ পাৰ হৈ অহা বাংলাদেশীক খেদি পঠিওৱাৰ বাবে ক্ষোভ বাংলাদেশ চৰকাৰৰ

নৰ্থ-ইষ্ট নাও ডেস্ক, গুৱাহাটী by নৰ্থ-ইষ্ট নাও ডেস্ক, গুৱাহাটী
May 18, 2025 9:30 pm
195
VIEWS
Share on FacebookShare on Twitter

ভাৰতত ধৰা পৰা অবৈধ বাংলাদেশী নাগৰিকক বাংলাদেশ সীমান্তলৈ ঘূৰাই পঠিওৱা বুলি অভিযোগ কৰিছে বাংলাদেশী চৰকাৰে।

বাংলাদেশৰ ২৫ নং বেটেলিয়নৰ অধিনায়ক লেফটেনেণ্ট কৰ্ণেল জব্বাৰ আহমেদে দাবী কৰিছে যে ভাৰতীয় সীমান্ত ৰক্ষীয়ে অবৈধ বাংলাদেশী নাগৰিকক বাংলাদেশলৈ ঘূৰাই পঠাইছে।

ঢাকা ট্ৰিবিউন কাকতৰ মতে, শনিবাৰে পুৱা বাংলাদেশী সেনাই অভিযোগ কৰে যে শুকুৰবাৰে ভাৰতত প্ৰৱেশ কৰা বাংলাদেশী নাগৰিকক ব্ৰহ্মনবৰীয়া সীমান্তৰ ফালে খেদি দিয়াৰ চেষ্টা কৰা হৈছিল, যিটো সীমান্তৰক্ষী আৰু স্থানীয় বাসিন্দাৰ সহায়ত বিফল হৈছিল।

লেফটেনেণ্ট কৰ্ণেল জব্বাৰ আহমেদে কয়, ‘আমি ভাৰতীয় পক্ষক অনুৰোধ জনাইছো যে এনে ধৰণৰ ঠেলা-হেঁচা কাৰ্য্যৰ আশ্ৰয় নোলোৱাকৈ আনুষ্ঠানিক প্ৰক্ৰিয়া অনুসৰণ কৰক।

উল্লেখ্য যে এই সপ্তাহত বাংলাদেশৰ বৈদেশিক মন্ত্ৰালয়ে ভাৰতলৈ এখন পত্ৰ লিখি কয় যে যিকোনো ধৰণৰ পুছ-ইনৰ প্ৰচেষ্টাই বৰ্তমানৰ দ্বিপাক্ষিক নীতি উলংঘা কৰিছে। বাংলাদেশৰ বৈদেশিক মন্ত্ৰালয়ৰ মতে, “এইটোৱে কেৱল নিৰাপত্তাৰ প্ৰতি ভাবুকি কঢ়িয়াই অনাই নহয়, ইয়াৰ দ্বাৰা জনসাধাৰণৰ নেতিবাচক আৱেগ সৃষ্টি কৰাৰ সম্ভাৱনাও আছে।”

আনহাতে বাংলাদেশৰ অভিযোগ সন্দৰ্ভত ভাৰতে কোনো আনুষ্ঠানিক সঁহাৰি দিয়া নাই যদিও উত্তৰ-পূব ভাৰতৰ দুখন ৰাজ্যৰ মুখ্যমন্ত্ৰী অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মাণিক সাহাৰ বক্তব্যই ‘পুছ বেক’ নীতি ৰূপায়ণৰ ইংগিত দিছে।

মহম্মদ জাহাংগীৰ আলম চৌধুৰীয়ে কয় যে, “আমি এই বিষয়ত ভাৰত চৰকাৰক জনাইছো যে যদি কোনো বাংলাদেশীয়ে ভাৰতত অবৈধভাৱে বাস কৰি আছে তেন্তে তেওঁক সঠিকভাৱে ঘূৰাই পঠিয়াব লাগে।”

তেওঁ আৰু কয়, “একেদৰে যদি কোনো ভাৰতীয় নাগৰিকক বৈধ নথি-পত্ৰ অবিহনে বাংলাদেশত বাস কৰা দেখা যায় তেন্তে তেওঁক আইনী পদ্ধতি অনুসৰণ কৰি ঘূৰাই পঠিওৱা হ’ব।”

Recent News

‘বিমান দুৰ্ঘটনাত পৰিয়ালৰ সদস্যক হেৰুৱাই মৰ্মাহত Twelfth Fall’ৰ অভিনেতা বিক্ৰান্ত মেছাৰে

‘বিমান দুৰ্ঘটনাত পৰিয়ালৰ সদস্যক হেৰুৱাই মৰ্মাহত Twelfth Fall’ৰ অভিনেতা বিক্ৰান্ত মেছাৰে

ধুবুৰীত সাম্প্ৰদায়িক উত্তেজনা: শ্বুট এট চাইটৰ নিৰ্দেশ জাৰি মুখ্যমন্ত্ৰী হিমন্ত শৰ্মাৰ

ধুবুৰীত সাম্প্ৰদায়িক উত্তেজনা: শ্বুট এট চাইটৰ নিৰ্দেশ জাৰি মুখ্যমন্ত্ৰী হিমন্ত শৰ্মাৰ

গাজাত যুদ্ধবিৰতিৰ বাবে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ ভোট! ভোটদানৰ পৰা বিৰত থাকিল ভাৰত

গাজাত যুদ্ধবিৰতিৰ বাবে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ ভোট! ভোটদানৰ পৰা বিৰত থাকিল ভাৰত

আমেৰিকাৰ পৰা বিতাড়ন খাবিৰ লাম! ইটালীৰ ইনফ্লুৱেন্সাৰগৰাকীয়ে কিয় আমেৰিকা এৰিবলগীয়া হ’ল?

আমেৰিকাৰ পৰা বিতাড়ন খাবিৰ লাম! ইটালীৰ ইনফ্লুৱেন্সাৰগৰাকীয়ে কিয় আমেৰিকা এৰিবলগীয়া হ’ল?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd