নতুন বছৰত কিমান দিন দেশজুৰি বন্ধ থাকিব সুৰাৰ বিপনী, সুৰাপ্ৰেমীৰ বাবে সম্পূৰ্ণ তালিকা

Dry-days-1280x720

দেশত ক্ৰমাগত ভাবে বৃদ্ধি পাইছে সুৰাপ্ৰেমীৰ সংখ্যা।

সুৰাক নিৰ্ভৰ কৰিয়েই দেশৰ বহু ৰাজ্য অৰ্জন কৰি আহিছে বিশাল পৰিমাণৰ ৰাজহ। সেয়ে বহু ৰাজ্যই সুৰাৰ বিক্ৰীক উৎসাহিত কৰি আহিছে। যি কি নহওঁক, নতুন বছৰ সমাগত।নতুন বছৰত কিমান দিন বন্ধৰ দিন হ’ব সেই বিষয়ে জানিবলৈ বহুতেই হয়তো আগ্ৰহ প্ৰকাশ কৰিব।

ইতিমধ্যে চৰকাৰী বন্ধৰ তালিকা আমি প্ৰকাশ কৰিছোৱেই।

এইবাৰ সুৰাপ্ৰেমীসকলৰ জ্ঞাতাৰ্থে প্ৰকাশ কৰিব বিচাৰিছো অহা বছৰৰ কোন মাহত কিমান দিন বন্ধ থাকিব দেশৰ সুৰাৰ বিপনীসমূহ।এই বন্ধ  হ’ব কেন্দ্ৰীয়  বন্ধ।

জানুৱাৰী

ফেব্ৰুৱাৰী

মাৰ্চ

এপ্ৰিল

মে!

জুন

জুলাই

আগষ্ট

ছেপ্তেম্বৰ

অক্টোৱৰ

নৱেম্বৰ

ডিচেম্বৰ