• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বিশ্বৰ ভিতৰতে বিলাসী; ছুইটত এৰাতি কটোৱাৰ খৰচ ৮৪ লাখ টকা! কি আছে হোটেলৰ ভিতৰত?

এন ই নিউজ, গুৱাহাটী by এন ই নিউজ, গুৱাহাটী
October 27, 2023 3:17 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভ্ৰমণৰ সময়ত সাধাৰণ মানুহে খাদ্য, পানীয়, জিৰণি আৰু সুৰক্ষা প্ৰদান কৰা হোটেল বিচাৰে। কিন্তু এই খিনিতে সকলোৱে সন্তুষ্ট নহয়। কিছুমানে আৰু কিবা এটা বেছি বিচাৰে। এজনে ভাল হোটেলৰ স্থান, এয়াৰ কণ্ডিচনাৰ, পাৰ্কিং, ডিনাৰ প্লেচ, ভাল ব্ৰেকফাষ্ট, লাঞ্চ আৰু ডিনাৰ বিচাৰে। কিছুমানে জিম, চুইমিং পুল আদিৰ দৰে সুবিধা বিচাৰে।

আনহাতে, কিছুমানে উপৰোক্ত ব্যৱস্থাৰ লগতে ৰাজকীয় অভ্যৰ্থনা আৰু বিলাসীতাৰ বাবে উপযুক্ত ঠিকনা বিচাৰে যিয়ে তেওঁলোকৰ সামাজিক মৰ্যাদাক তুলি ধৰিব। পৃথিৱীৰ বিভিন্ন ঠাইত এনে অবিশ্বাস্য ৰাজকীয় বিলাসী হোটেল নিৰ্মাণ কৰা হৈছে।

আপুনি জানি আচৰিত হ’ব যে পৃথিৱীৰ ভিতৰতে সৰ্বাধিক কোঠাৰ ভাড়াৰ হোটেল এখন আছে! হয়, ঠিকেই কৈছে, লাছ ভেগাছৰ পাম কেচিনো ৰিজৰ্টৰ এম্পাথি ছুইটটো বিলাসী বাসস্থান আৰু ভাড়াৰ বাবে বিখ্যাত।

আপুনি নিশ্চয় ভাবিছে যে সেই বিশেষ ছুইটটোৰ ভাড়ানো কিমান হব? সেইটো নিশ্চিতভাৱে অৱগত কৰা হ’ব। কিন্তু প্ৰশ্ন হয়, এই এম্পাথি ছুইটত এনে কি ব্যৱস্থা আছে যাৰ বাবে এই ছুইটত ৰাতি থকাৰ খৰচ পৃথিৱীৰ ভিতৰতে সৰ্বাধিক?

খৰচঃ এম্পাথি ছুইটত এৰাতিৰ বাবে প্ৰায় ৮৪ লাখ টকা খৰচ হ’ব! অৱশ্যে ঋতু অনুসৰি ভাড়া বেছি হ’ব পাৰে। এতিয়া নিশ্চয় বুজি পাইছে এই হোটেলখনক কিয় দামী বুলি কোৱা হৈছে!

কোঠাৰ আকাৰ: এই ছুইটটো কোনো সাধাৰণ ছুইট নহয়। এই দুমহলীয়া ছুইটটোৱে আপোনাক লাছ ভেগাছৰ আচৰিত দৃশ্যৰ সৈতে ৯,০০০ বৰ্গফুটৰ পেণ্টহাউছৰ অভিজ্ঞতা প্ৰদান কৰিব!

স্থাপত্যশিল্প: ডেমিয়েন হিৰ্ষ্টৰ নাম সকলোৱে জানে। বিশ্ববিখ্যাত ব্ৰিটিছ শিল্পীগৰাকীয়ে এম্পাথি ছুইটৰ ডিজাইন কৰিছিল। ইতিমধ্যে এই শিল্পীগৰাকী নিজৰ খেয়ালী চিত্ৰকলাৰ বাবে অতি বিতৰ্কিত।

ব্যৱস্থাপনা: এম্পাথি ছুইটত কিছুমান ব্যৱস্থা অন্তৰ্ভুক্ত কৰা হৈছে যিবোৰ আগতে কেতিয়াও দেখা পোৱা যোৱা নাই। উদাহৰণস্বৰূপে, জাকুজীত হট মেচেজ কৰি লাছ ভেগাছৰ সৌন্দৰ্য্য উপভোগ কৰিব পাৰি। ইয়াৰ উপৰিও আছে এটা অভাৰছাইজ মাষ্টাৰ বেডৰুম, অসংখ্য পানীয়ৰে ভৰপূৰ বাৰ, আৰু লাউঞ্জ! আছে ব্যক্তিগত পুল, বেলকনি, বিশাল কাঁচৰ খিৰিকী!

অন্যান্য পৰিসেৱা: ২৪ ঘণ্টীয়া আপ্যায়ন সেৱা, ব্যক্তিগত ফিটনেছ ৰুম, মালিচ ৰুম। ভাগৰ দূৰ কৰিবলৈ ছল্ট বাথৰুমো আছে।

নৈশজীৱন: লাছ ভেগাছৰ নৈশজীৱন উপভোগ কৰিব নোৱাৰিলে কিয় যাব! নৈশ জীৱন উপভোগ কৰিব বিচৰাসকলৰ বাবে পাম কেচিনো ৰিজৰ্ট হ’ব পাৰে সৰ্বোত্তম গন্তব্যস্থান। কাৰণ এই হোটেলখনৰ পৰা আপুনি লাছ ভেগাছৰ আটাইতকৈ বিলাসী কেচিনোলৈ যাব পাৰে।

গতিকে এম্পাথি ছুইটত কেইদিনমান কটাবলৈ বিচৰাসকলে কেবল সঞ্চয় কৰিলেই নহব, বিপুল ধনৰ যোগাৰো আৰম্ভ কৰিব লাগিব!

এন ই নিউজ, গুৱাহাটী

এন ই নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৭৫ টা বসন্ত পাৰ কৰিলে নৰেন্দ্ৰ মোদীয়ে : জন্মদিনত ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ ফোন ড’নাল্ড ট্ৰাম্পৰ

৭৫ টা বসন্ত পাৰ কৰিলে নৰেন্দ্ৰ মোদীয়ে : জন্মদিনত ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ ফোন ড’নাল্ড ট্ৰাম্পৰ

September 17, 2025 9:31 am
বায়ু প্ৰদূষণৰ বাবে ক’লা হৈ পৰিছে লালকিল্লা : প্ৰকাশ পাইছে অধ্যয়নত

বায়ু প্ৰদূষণৰ বাবে ক’লা হৈ পৰিছে লালকিল্লা : প্ৰকাশ পাইছে অধ্যয়নত

September 17, 2025 8:36 am
ৰক্তচাপ নিয়ন্ত্ৰণৰ পৰা মধুমেহলৈকে… তুলসী পাতৰ উপকাৰিতাৰ বিষয়ে নজনা কিছু কথা জানো আহক

ৰক্তচাপ নিয়ন্ত্ৰণৰ পৰা মধুমেহলৈকে… তুলসী পাতৰ উপকাৰিতাৰ বিষয়ে নজনা কিছু কথা জানো আহক

September 17, 2025 7:30 am
খালী পেটত এলোভেৰাৰ ৰস খোৱাটো লাভজনক নে! কি কয় বিশেষজ্ঞই?

খালী পেটত এলোভেৰাৰ ৰস খোৱাটো লাভজনক নে! কি কয় বিশেষজ্ঞই?

September 17, 2025 6:30 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৭৫ টা বসন্ত পাৰ কৰিলে নৰেন্দ্ৰ মোদীয়ে : জন্মদিনত ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ ফোন ড’নাল্ড ট্ৰাম্পৰ

৭৫ টা বসন্ত পাৰ কৰিলে নৰেন্দ্ৰ মোদীয়ে : জন্মদিনত ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ ফোন ড’নাল্ড ট্ৰাম্পৰ

September 17, 2025 9:31 am
বায়ু প্ৰদূষণৰ বাবে ক’লা হৈ পৰিছে লালকিল্লা : প্ৰকাশ পাইছে অধ্যয়নত

বায়ু প্ৰদূষণৰ বাবে ক’লা হৈ পৰিছে লালকিল্লা : প্ৰকাশ পাইছে অধ্যয়নত

September 17, 2025 8:36 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd