• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কেনেকৈ মৃত্যু হৈছিল সুশান্ত সিং ৰাজপুতৰ? ওলাল মৰণোত্তৰ পৰীক্ষাৰ ফাইনেল ৰিপ’ৰ্ট

এন ই নাও নিউজ by এন ই নাও নিউজ
June 25, 2020 6:52 am
k-1

প্ৰয়াত অভিনেতা সুশান্ত সিং ৰাজপুত।

100
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পাছত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিয়েই ইয়াক আত্মহত্যাৰ ঘটনা বুলি কৈছিল।

ইয়াৰ পাছত প্ৰাথমিক মৰণোত্তৰ পৰীক্ষাতো সুশান্তৰ মৃত্যু আত্মহত্যা বুলিয়েই কোৱা হৈছিল।

এতিয়া আৰক্ষীৰ হাতত সুশান্তৰ মৃত্যুৰ মৰণোত্তৰ পৰীক্ষাৰ চূড়ান্ত প্ৰতিবেদন আহি পৰিছে।

এই প্ৰতিবেদনত সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ সৈতে কেইবাটাও গুৰুত্বপূৰ্ণ কথা কোৱা হৈছে।

প্ৰতিবেদন অনুসৰি যিহেতু সুশান্তে চিপ লৈছিল গতিকেই শ্বাস-প্ৰশ্বাস বন্ধ হৈ তেওঁৰ মৃত্যু হৈছিল।

অভিনেতাগৰাকীৰ বিচনাখনো কেমিকেল পৰীক্ষাৰ বাবে সযতনে ৰখা হৈছে।

জানিব পৰা মতে ইয়াৰ পূৰ্বে যি প্ৰভিজনেল মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন দিয়া হৈছিল তাত তিনিগৰাকী চিকিৎসকে স্বাক্ষৰ কৰিছিল।

আনহাতে, ফাইনেল ৰিপ’ৰ্টত পাঁচগৰাকী চিকিৎসকে স্বাক্ষৰ কৰে আৰু এই প্ৰতিবেদন প্ৰস্তুত কৰোতে বহুকেইটা দিশ পৰীক্ষা কৰি চোৱা হয়।

প্ৰতিবেদনত সুশান্তৰ দেহত কোনোধৰণৰ বাহিৰা আঘাতৰ চিন নাছিল। তেওঁৰ নখো একেবাৰে পৰিস্কাৰ আছিল।

মৰণোত্তৰ পৰীক্ষাত সুশান্তৰ মৃত্যু আত্মহত্যা বুলিয়েই কোৱা হৈছে। প্ৰতিবেদনত অভিনেতাগৰাকীৰ মৃত্যুক লৈ কোনো প্ৰশ্নৰ অৱতাৰণা কৰা নাই।

ইপিনে, মুম্বাই আৰক্ষীয়ে তেওঁলোকৰ তদন্তত কেইবাটাও দিশ উন্মোচন কৰিছে। প্ৰথমতে সুশান্তৰ মৃত্যুক প্ৰাক্তন মেনেজাৰ দিশা ছালিয়ানৰ মৃত্যুৰ সৈতে সাঙুৰি চোৱা হৈছিল যদিও আৰক্ষীয়ে এতিয়া এনে কোনো সংযোগৰ কথা অস্বীকাৰ কৰিছে।

আৰক্ষীৰ তদন্তত এতিয়ালৈকে ২৩গৰাকী লোকক সোধপোছ কৰা হৈছে। অভিনেতাগৰাকীৰ চাৰ্টাৰ্ড একাউন্টেন্ট গৰাকীৰ ভাষ্যও লিপিবদ্ধ কৰা হৈছে।

আৰক্ষীয়ে এতিয়ালৈকে বান্ধৱী ৰিয়া চক্ৰৱৰ্তী, বিজনেছ মেনেজাৰ, পি আৰ কুশল জাবেৰিৰ দৰে লোকৰ ভাষ্য লিপিবদ্ধ কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৪৫ বছৰ বয়সত গ্ৰেণ্ড শ্লেম খেলিব ভেনাছে; ৪৪ বছৰ পুৰণি অভিলেখ ভংগৰ দিশে ছেৰেনাৰ ভগ্নী!

৪৫ বছৰ বয়সত গ্ৰেণ্ড শ্লেম খেলিব ভেনাছে; ৪৪ বছৰ পুৰণি অভিলেখ ভংগৰ দিশে ছেৰেনাৰ ভগ্নী!

August 14, 2025 9:30 pm
‘গৰু চুৰি-ভোট চুৰিৰ পিছত এইবাৰ মাটি চুৰিত লিপ্ত বিজেপি; হিমন্ত বিশ্ব শৰ্মা জনজাতি বিৰোধী মুখ্যমন্ত্ৰী’-কংগ্ৰেছ

‘গৰু চুৰি-ভোট চুৰিৰ পিছত এইবাৰ মাটি চুৰিত লিপ্ত বিজেপি; হিমন্ত বিশ্ব শৰ্মা জনজাতি বিৰোধী মুখ্যমন্ত্ৰী’-কংগ্ৰেছ

August 14, 2025 8:56 pm
মংগল গ্ৰহত ৰহস্যময় ‘হেলমেট আকৃতিৰ’ শিল বিচাৰি পালে নাছাৰ ৰোভাৰে

মংগল গ্ৰহত ৰহস্যময় ‘হেলমেট আকৃতিৰ’ শিল বিচাৰি পালে নাছাৰ ৰোভাৰে

August 14, 2025 7:55 pm
তিনিচুকীয়াত আলফা স্বাধীন, এনএছচিএনৰ সৈতে জড়িত বৃহৎ পৰিমানৰ বিস্ফোৰক জব্দ

তিনিচুকীয়াত আলফা স্বাধীন, এনএছচিএনৰ সৈতে জড়িত বৃহৎ পৰিমানৰ বিস্ফোৰক জব্দ

August 14, 2025 7:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৪৫ বছৰ বয়সত গ্ৰেণ্ড শ্লেম খেলিব ভেনাছে; ৪৪ বছৰ পুৰণি অভিলেখ ভংগৰ দিশে ছেৰেনাৰ ভগ্নী!

৪৫ বছৰ বয়সত গ্ৰেণ্ড শ্লেম খেলিব ভেনাছে; ৪৪ বছৰ পুৰণি অভিলেখ ভংগৰ দিশে ছেৰেনাৰ ভগ্নী!

August 14, 2025 9:30 pm
‘গৰু চুৰি-ভোট চুৰিৰ পিছত এইবাৰ মাটি চুৰিত লিপ্ত বিজেপি; হিমন্ত বিশ্ব শৰ্মা জনজাতি বিৰোধী মুখ্যমন্ত্ৰী’-কংগ্ৰেছ

‘গৰু চুৰি-ভোট চুৰিৰ পিছত এইবাৰ মাটি চুৰিত লিপ্ত বিজেপি; হিমন্ত বিশ্ব শৰ্মা জনজাতি বিৰোধী মুখ্যমন্ত্ৰী’-কংগ্ৰেছ

August 14, 2025 8:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd