• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

এয়াই ৰাজনীতি! নিজেই আছিল শৰণাৰ্থী, প্ৰধানমন্ত্ৰী প্ৰাৰ্থী হ’বলৈ শৰণাৰ্থীৰ বিৰুদ্ধেই ল’লে স্থিতি!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 25, 2023 3:20 pm
নেডাৰলেণ্ডৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী ডিলান য়েচিলগ’জ-জেগেৰিয়াছ। ফটো: সংগ্ৰহীত।

নেডাৰলেণ্ডৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী ডিলান য়েচিলগ’জ-জেগেৰিয়াছ। ফটো: সংগ্ৰহীত।

2.2k
VIEWS
Share on FacebookShare on Twitter

তেওঁৰ নাম ডিলান য়েচিলগ’জ-জেগেৰিয়াছ। যি নিজেই উত্তৰ-পশ্চিম ইউৰোপৰ এখন দেশ নেদাৰলেণ্ডত শৰণাৰ্থী আছিল। সেই দেশতে তেওঁ শৰণাৰ্থী হিচাপে ডাঙৰ-দীঘল হৈছিল। তেওঁ দেশৰ পৰৱৰ্তী নিৰ্বাচনত পিপলছ পাৰ্টি ফৰ ফ্ৰিডম এণ্ড ডেম’ক্ৰেচিৰ প্ৰধানমন্ত্ৰীৰ পদৰ বাবে যুঁজ দিব। এই সোঁপন্থী ৰাজনীতিবিদগৰাকীৰ অন্যতম এজেণ্ডা হৈছে অনুপ্ৰৱেশ হ্ৰাস কৰা।

শনিবাৰে ৰটাৰডেম চহৰত অনুষ্ঠিত হোৱা দলীয় সমাৱেশত অংশগ্ৰহণ কৰে ডিলান য়েচিলগজ-জেগেৰিয়াছে। তাত দিয়া ভাষণত তেওঁ স্বাধীনতা আৰু নিৰাপত্তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ স্পষ্টভাৱে উল্লেখ কৰে যে তেওঁৰ লক্ষ্য হৈছে অনুপ্ৰৱেশ হ্ৰাস কৰা।

নেডাৰলেণ্ডৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী ডিলান য়েচিলগ’জ-জেগেৰিয়াছ। ফটো: সংগ্ৰহীত।

পৰৱৰ্তী নিৰ্বাচনত যদি পিপলছ পাৰ্টি ফৰ ফ্ৰিডম এণ্ড ডেম’ক্ৰেচি (ভিভিডি) জয়ী হয় তেন্তে ডিলানে হ’ব নেদাৰলেণ্ডৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী। শৰণাৰ্থী সংকট তেওঁৰ দলৰ নিৰ্বাচনী প্ৰচাৰৰ এক বৃহৎ অংশ হিচাপে পৰিগণিত হৈছে।

ডিলানে কয়, ‘মই মোৰ পিতৃ-মাতৃৰ পৰা শিকিছো কেনেকৈ নিজৰ স্বাধীনতাৰ লালন-পালন আৰু আনৰ স্বাধীনতাৰ প্ৰতি ভাবুকি আহিলে তেওঁলোকৰ পক্ষত থিয় দিব লাগে। কিন্তু আজি আমি আনক বুজি পোৱাৰ হেঁপাহৰ পৰা আঁতৰি আহিছো।”

নেডাৰলেণ্ডৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী ডিলান য়েচিলগ’জ-জেগেৰিয়াছ। ফটো: সংগ্ৰহীত।

প্ৰথমগৰাকী ডাচ মহিলা প্ৰধানমন্ত্ৰী হোৱাৰ সম্ভাৱনাক আপুনি কেনেদৰে মূল্যায়ন কৰে? সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত তেওঁ কয়, “এয়া ভোটাৰৰ ওপৰত নিৰ্ভৰ কৰিছে। অৱশ্যে মই মোৰ সাধ্য অনুসৰি চেষ্টা কৰি আছো।”

নেডাৰলেণ্ডৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী ডিলান য়েচিলগ’জ-জেগেৰিয়াছ। ফটো: সংগ্ৰহীত।

উল্লেখ্য যে ২০২২ চনৰ জানুৱাৰী মাহৰ পৰা নেদাৰলেণ্ডৰ আইন মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে ৪৬ বছৰীয়া ৰাজনীতিবিদগৰাকীয়ে। 

Recent News

‘কেনচেল’ বুটামে সঁচাকৈয়ে ATMৰ PIN সুৰক্ষাত  সহায় কৰেনে? জানি লওক প্ৰকৃত সত্য

‘কেনচেল’ বুটামে সঁচাকৈয়ে ATMৰ PIN সুৰক্ষাত  সহায় কৰেনে? জানি লওক প্ৰকৃত সত্য

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে সামৰিক অভিযানৰ বাতৰি প্ৰকাশ কৰাত সংযমী হ’বলৈ আহ্বান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে সামৰিক অভিযানৰ বাতৰি প্ৰকাশ কৰাত সংযমী হ’বলৈ আহ্বান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd