• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 21, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

এইবাৰ বেংক আৰু বীমা কোম্পানি বিক্ৰী কৰিব কেন্দ্ৰই : আৰু কি আছে কেন্দ্ৰৰ পৰিকল্পনাত ?

এন ই নাও নিউজ by এন ই নাও নিউজ
July 21, 2020 3:18 pm
INDIAN-BANKS-–-A-REPOSITORY-OF-FRAUDS-960x540
4.3k
VIEWS
Share on FacebookShare on Twitter

এইবাৰ কেন্দ্ৰীয় চৰকাৰে ৰাষ্ট্ৰায়ত্ত বেংক আৰু বীমা কোম্পানি বিক্ৰী কৰিব!

চৰকাৰী অৰ্থাৎ ৰাজহুৱা খণ্ডৰ অধীনত থকা বিত্তীয় প্ৰতিষ্ঠানসমূহ ব্যক্তিগতকৰণ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে তৎপৰ হোৱা বুলি জানিব পৰা গৈছে।

চিএনবিচি আৱাজৰ সূত্ৰৰ খবৰ অনুসৰি ভাৰতী জীৱন বীমা নিগম(LIC) আৰু দুটামান নন-লাইফ বীমা প্ৰতিষ্ঠানক বাদ বাকী সকলো বীমা প্ৰতিষ্ঠানৰ নিজৰ অংশীদাৰিত্ব কেন্দ্ৰই বিক্ৰী কৰিব।

#AwaazExclusive | सरकारी कंपनियों के निजीकरण में सरकारी इंश्योरेंस कंपनियां भी शामिल होंगी। LIC और एक नॉन लाइफ इंश्योरेंस कंपनी को छोड़कर बाकी सभी इंश्योरेंस कंपनियों में सरकार अपनी पूरी हिस्सेदारी किस्तों में बेच सकती है। @RoyLakshman pic.twitter.com/dqysmv6bZL

— CNBC-AWAAZ (@CNBC_Awaaz) July 20, 2020

ইয়াৰ লগে লগে ৰাষ্ট্ৰায়ত্ত বেংকসমূহকো ব্যক্তিগতকৰণৰ আঁচনি তৈয়াৰ কৰিছে কেন্দ্ৰীয় চৰকাৰে।

এই ক্ষেত্ৰত প্ৰধানমন্ত্ৰী কাৰ্যালয়, বিত্ত মন্ত্ৰালয় আৰু নীতি আয়োগ ঐক্যমতত উপণীত হৈছে বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে বৰ্তমানেও কেন্দ্ৰীয় চৰকাৰৰ হাত ৮ টা বীমা প্ৰতিষ্ঠান আছে। এল আই চি আৰু এটা নন-লাইফ বীমা প্ৰতিষ্ঠানক বাকী ৬ টা বীমা প্ৰতিষ্ঠানক বিক্ৰী কৰিব কেন্দ্ৰই।

ইফালে মাণি কন্ট্ৰ’লৰ খবৰ অনুসৰি ৬ টা বেংকক বাদ বাকী সকলো বেংকক কেন্দ্ৰই বেচৰকাৰীকৰণ কৰিব।

জানিব পৰা মতে প্রথম পৰ্যায়ত বেংক অৱ মহাৰাষ্ট্ৰ আৰু ইণ্ডিয়ান অ’ভাৰচীজ বেংকৰ চৰকাৰী অংশীদাৰিত্ব বিক্ৰী কৰা হ’ব। ইয়াৰ পিছতে বেংক অৱ ইণ্ডিয়া, চেন্ট্ৰেল বেংক অৱ ইণ্ডিয়া আৰু UCO বেংকৰ চৰকাৰী অংশীদাৰিত্ব বিক্ৰী কৰিব কেন্দ্ৰই।

Recent News

মোৰ লগতে নিজৰ অতীত কাৰ্য্যকলাপৰ তদন্তৰ বাবেও অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ নেতৃত্বত এছআইটি গঠন কৰক মুখ্যমন্ত্ৰীয়ে : গৌৰৱ গগৈ

মোৰ লগতে নিজৰ অতীত কাৰ্য্যকলাপৰ তদন্তৰ বাবেও অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ নেতৃত্বত এছআইটি গঠন কৰক মুখ্যমন্ত্ৰীয়ে : গৌৰৱ গগৈ

ৱাকফ দান-বৰঙণিৰ দৰেহে, ইছলামৰ অপৰিহাৰ্য অংশ নহয়: উচ্চতম ন্যায়ালয়ৰ সন্মুখত কেন্দ্ৰৰ উত্তৰ

ৱাকফ দান-বৰঙণিৰ দৰেহে, ইছলামৰ অপৰিহাৰ্য অংশ নহয়: উচ্চতম ন্যায়ালয়ৰ সন্মুখত কেন্দ্ৰৰ উত্তৰ

দিল্লীৰ নিষিদ্ধ গ’লিত উদ্ধাৰ গুৱাহাটীৰ কিশোৰীঃ অপহৰণ কৰি দিল্লীলৈ নিয়া ৰাজুৰ কাণ্ডত স্তম্ভিত অসম আৰক্ষী!

দিল্লীৰ নিষিদ্ধ গ’লিত উদ্ধাৰ গুৱাহাটীৰ কিশোৰীঃ অপহৰণ কৰি দিল্লীলৈ নিয়া ৰাজুৰ কাণ্ডত স্তম্ভিত অসম আৰক্ষী!

পাকিস্তানত স্কুল বাছত আক্ৰমণ : ৩ শিশুসহ ৫ জন লোকৰ মৃত্যু

পাকিস্তানত স্কুল বাছত আক্ৰমণ : ৩ শিশুসহ ৫ জন লোকৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd