• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, August 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

দুৰ্গা পূজা উদযাপন সমিতিসমূহলৈ কি বিশেষ আহ্বান মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ?

কেনেকৈ দুৰ্গা পুজা অনুষ্ঠিত কৰাৰ পৰামৰ্শ দিলে মন্ত্ৰীগৰাকীয়ে?

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
September 10, 2020 3:41 pm
119150039_10157913470223983_6187041544248667747_n

বৃহস্পতিবাৰে GMCH ত সেনাৰ প্লাজমা দান কাৰ্য্যসূচীত স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

30.3k
VIEWS
Share on FacebookShare on Twitter

সমাগত শাৰদীয় দুৰ্গোৎসৱ। কিন্তু বহাগ বিহু, ঈদ, অম্বুবাচীৰ দৰেই ক’ৰ’নাৰ ত্ৰাসৰ বাবেই ম্লান পাব নেকি শাৰদীয় দুৰ্গোৎসৱৰ উল্লাস-আনন্দ?

ৰাজ্যত দ্ৰুতগতিত বৃদ্ধি পাইছে কোভিড আক্ৰান্তৰ সংখ্যা। তেনে পৰিপ্ৰেক্ষিতত কেৱল ধৰ্মীয় ৰীতি-নীতিৰেহে উদযাপন কৰা হৈছিল বাপতিসাহোন বহাগ বিহু, ঈদ আৰু মহা অম্বুবাচী মেলা।

এই সন্দৰ্ভত কেনেদৰে দুৰ্গা পুজা আয়োজন কৰিব তাক লৈ উদযাপন সমিতি সমূহলৈ বিশেষ আহ্বান জনাইছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

বৃহস্পতিবাৰে GMCH ত সেনাৰ প্লাজমা দান কাৰ্য্যসূচীত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে দুৰ্গা পুজা উদযাপন সন্দৰ্ভত কয়, ‘কিবা নহয় কিবা প্ৰকাৰে পূজাটো হ’ব। যদি মানুহে স্বেচ্ছাই মানি চলে তেতিয়াহ’লে সংক্রমণ কম হ’ব।‘

‘মানুহে যদি নামানে. বিহুও নহ’ল, অম্বুবাচীও নহ’ল পুজাটো পালন কৰিম বুলি ভাবিছে তেতিয়া আমি কি ক’ম মানুহক যে যেনেকৈ বিহুটো অনুষ্টুপীয়াকৈ উদযাপন কৰিলে পুজাটোও কেৱল ধৰ্মীয় ৰীতি-নীতি মানিহে কৰক।‘ মন্ত্ৰীগৰাকীয়ে আহ্বান জনাই কয়।

ইপিনে, ‘হাজাৰ হাজাৰ পূজাৰ পেণ্ডেল আছে, কিমানক বুজাম কিমানে শুনিব?’ বুলি মন্ত্ৰীগৰাকীয়ে প্ৰশ্ন কৰি লগতে কয়, ‘সেয়েহে যদি অকল ধৰ্মীয় ৰীতি নীতি মানি পুজা অনুষ্ঠিত কৰে তেতিয়া কোভিডৰ সংক্ৰমণ কমিব।যদি মানুহে মুকলি হৈ যায় আৰু উলহ-মালহৰে পুজা অনুষ্ঠিত কৰিম বুলি ভাবে তেন্তে দিগদাৰ হ’ব।‘

Recent News

‘এট’ম বোমা’ ফুটোৱালে ৰাহুলে; ফাদিল কৰিলে বিজেপিৰ নিৰ্দেশত আয়োগৰ ভোট চুৰিৰ ৰহস্য

‘এট’ম বোমা’ ফুটোৱালে ৰাহুলে; ফাদিল কৰিলে বিজেপিৰ নিৰ্দেশত আয়োগৰ ভোট চুৰিৰ ৰহস্য

ফেডাৰেচনৰ কৰ্মকৰ্তাৰ বিৰুদ্ধে লিংগ বৈষম্যমূলক আচৰণৰ অভিযোগ অলিম্পিক পদক বিজয়ী বক্সাৰ লাভলিনাৰ

ফেডাৰেচনৰ কৰ্মকৰ্তাৰ বিৰুদ্ধে লিংগ বৈষম্যমূলক আচৰণৰ অভিযোগ অলিম্পিক পদক বিজয়ী বক্সাৰ লাভলিনাৰ

ট্ৰাম্পৰ শুল্ক যুদ্ধৰ মাজতে ভাৰতলৈ আহি আছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন; জনালে অজিত ডোভালে

ট্ৰাম্পৰ শুল্ক যুদ্ধৰ মাজতে ভাৰতলৈ আহি আছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন; জনালে অজিত ডোভালে

কোনো ৰাজ্যই আদৰ্শ কাৰাগাৰ আৰু সংশোধনী সেৱা আইন, ২০২৩ কাৰ্যকৰী কৰা নাইঃ কেন্দ্ৰীয় চৰকাৰ

কোনো ৰাজ্যই আদৰ্শ কাৰাগাৰ আৰু সংশোধনী সেৱা আইন, ২০২৩ কাৰ্যকৰী কৰা নাইঃ কেন্দ্ৰীয় চৰকাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd