• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

Shivsena rebel group leave Guwahati: নিজম পৰিল গুৱাহাটী! অৱশেষত হোটেল ৰেডিছন ব্লু এৰি গোৱালৈ ৰাওনা একনাথ সিন্দে বাহিনীৰ

কল্পজোতি শইকীয়া, গুৱাহাটী by কল্পজোতি শইকীয়া, গুৱাহাটী
June 29, 2022 6:01 pm
132
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটী: Shivsena rebel group leave Guwahati সপ্তাহ জোৰা উৎকন্ঠাৰ অন্তত অৱশেষত হোটেল ৰেডিছন ব্লু এৰিলে একনাথ সিন্দে বাহিনীয়ে। হোটেল ৰেডিছন ব্লুৰ পৰা বৰঝাৰ বিমান বন্দৰলৈ ৰাওনা হৈছে বিধায়কসকল।

বিমান বন্দৰৰ পৰা বিশেষ চাৰ্টাৰ্ড বিমানযোগে গোৱালৈ ৰাওনা হ’ব মহাৰাষ্ট্ৰৰ শিৱসেনাৰ বিসম্বাদী দলটো।  গোৱাৰ হোটেল তাজত থাকিবগৈ বিসম্বাদী বিধায়কৰ দলটো।

লগতে পঢ়ক: শিৱসেনাৰ বিসম্বাদী বিধায়কৰ সৈতে কামাখ্যালৈ মন্ত্ৰী পিযুষ হাজৰিকা আৰু সাংসদ পল্লৱলোচন দাস

যোৱা ২২ জুনৰ পৰা হোটেল ৰেডিছন ব্লুত বাহৰ পাতি আছিল শিৱসেনাৰ বিসম্বাদী শিবিৰৰ প্ৰায় ৫০ গৰাকী বিধায়ক।

আজি বিয়লি প্ৰায় ৫ বজাত হোটেল ৰেডিছন ব্লু এৰে বিসম্বাদী বিধায়কৰ দলটোৱে।

শিৱসেনাৰ বিসম্বাদী শিবিৰটোৰ নেতৃত্ব বহন কৰা একনাথ সিন্দেই শিৱসেনাৰ ৪০ গৰাকী বিধায়কসহ মুঠ NCP নিৰ্দলীয় মিলাই ৫০ গৰাকী বিধায়ক তেওঁৰ সমৰ্থনত আছে বুলি দাবী কৰিছে।

লগতে পঢ়ক: Eknath Shinde camp donates: মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ একনাথ সিন্দেৰ নেতৃত্বৰ মহাৰাষ্ট্ৰৰ বিদ্ৰোহী বিধায়ক শিৱিৰৰ ৫১ লাখ টকা

এনে পৰিস্থিতিত কাইলৈ বিধানসভাত কোন পক্ষই নিজৰ সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিব পাৰে, সেয়া লক্ষ্যণীয় হ’ব।

Recent News

পঞ্চায়তত নিৰ্বাচিত প্ৰতিনিধিক অভিনন্দন, ৰাইজকো কৃতজ্ঞতা ভূপেন বৰাৰ

পঞ্চায়তত নিৰ্বাচিত প্ৰতিনিধিক অভিনন্দন, ৰাইজকো কৃতজ্ঞতা ভূপেন বৰাৰ

ট্ৰাম্পক উত্তৰ নিদিলে মোদীৰ ইমান তেজস্বী ভাষণৰ অৰ্থ কি থাকিল?

ট্ৰাম্পক উত্তৰ নিদিলে মোদীৰ ইমান তেজস্বী ভাষণৰ অৰ্থ কি থাকিল?

অৱসৰ ললে মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাই : বিদায়ী ভাষণত দি গ’ল হৃদয়স্পৰ্শী বাৰ্তা

অৱসৰ ললে মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাই : বিদায়ী ভাষণত দি গ’ল হৃদয়স্পৰ্শী বাৰ্তা

কৰ্ণেল ছ’ফিয়া কুৰেশ্বীক ‘পাকিস্তানীৰ ভগ্নী’ আখ্যা বিজেপি মন্ত্ৰী বিজয় শ্বাহৰ!

কৰ্ণেল ছ’ফিয়া কুৰেশ্বীক ‘পাকিস্তানীৰ ভগ্নী’ আখ্যা বিজেপি মন্ত্ৰী বিজয় শ্বাহৰ!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd