• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, June 26, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰঙা চন্দনৰ বাবে মেঘালয়ৰ দুস্কৃতিকাৰীয়ে অসমভূমিত জ্বলাই দিলে ঘৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 26, 2025 12:38 pm
62
VIEWS
Share on FacebookShare on Twitter

অসম-মেঘালয় সীমান্তৰ কাৰ্বিভূমিৰ তাপাত অঞ্চলত সীমান্তৰ কাৰ্বিভূমিক লৈ পুনৰ কাৰ্বি আৰু খাছী লোকৰ মাজত সৃষ্টি হৈছে সংঘাতৰ ৷ পশ্চিম কাৰ্বি আংলং জিলাৰ অসম-মেঘালয় সীমান্তস্থিত তাপাত অঞ্চলত কাৰ্বি আংলং স্বায়ত্ব পৰিষদৰ অধীনস্থ বন বিভাগৰ ফালৰ পৰা এক বৃহৎ এলেকাত কিছুদিন পূৰ্বে ৰঙা চন্দন গছৰ পুলি ৰোপণ কৰা হৈছিল ৷ ইয়াৰ পাছতেই সীমান্তৰ খাছী আৰু কাৰ্বি লোকৰ মাজত সংঘাতৰ জুই জ্বলিবলৈ আৰম্ভ কৰে ৷

জানিব পৰা মতে, উক্ত এলেকাত ৰঙা চন্দনৰ পুলি ৰোপণৰ পাছৰে পৰাই মেঘালয়ৰ এচাম দুষ্কৃতিকাৰীয়ে সীমান্তৰ কিছুসংখ্যক স্থানীয় খাছী সম্প্ৰদায়ৰ লোকক লগত লৈ সেই অঞ্চল মেঘালয়ৰ বুলি দাবী কৰিবলৈ লয় ৷ আনহাতে একাংশ খাছী লোকে বিগত কিছুদিন পূৰ্বে অৰ্থাৎ ৰঙা চন্দনৰ পুলি ৰোপণ কৰি থকাৰ মাজতো গছপুলি ৰোপণত বাধা দি আহিছিল ৷ ইপিনে, এই সংঘাতক লৈ বুধবাৰে তাপাত প্ৰাথমিক বিদ্যালয়ত দুয়োখন ৰাজ্যৰ সীমান্তবাসীৰ মাজত এক শান্তিপূৰ্ণ আলোচনা হোৱাৰ কথা আছিল যদিও আলোচনা অনুষ্ঠিত হোৱাৰ পূৰ্বেই মেঘালয়ৰ এচাম খাছী লোকৰ উচতনিত একাংশ লোকে ৰঙা চন্দনৰ পুলিবোৰ এফালৰ পৰা উভালি তহিলং কৰিবলৈ আৰম্ভ কৰে ৷

এই সংঘাতৰ মাজতে অসমৰ কাৰ্বিভূমিৰ আশ্ৰয় শিবিৰতো খাছী লোকে অগ্নিসংযোগ কৰে ৷ ইপিনে, দুয়োপক্ষৰ মাজত সংঘাত ক্ৰমান্বয়ে বৃদ্ধি হোৱাত ঘটনাস্থলীত অসম আৰক্ষীৰ দল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে যদিও পৰিস্থিতি অধিক বেয়া হৈ পৰাত কন্দুৱা গেছ নিক্ষেপ কৰে ৷

ইয়াৰ পিছতো পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব নোৱৰাত আৰক্ষীয়ে ৰবৰৰ গুলী নিক্ষেপ কৰিবলৈ বাধ্য হয় ৷ ইতিমধ্যে ঘটনাস্থলীত জিলা আয়ুক্ত সাৰঙ্গপানী শৰ্মা আৰু আৰক্ষী অধীক্ষক ইন্দ্ৰনীল বৰুৱা উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিছে যদিও যিকোনো মুহূৰ্ততে পৰিস্থিতি অধিক উত্তেজনাপূৰ্ণ হৈ পৰাৰ আশংকা ব্যক্ত কৰিছে ৷

Recent News

গুৱাহাটীবাসীলৈ সুখবৰ! ৬ জুলাইত মুকলি হ’ব ৰুক্মিণীগাঁৱত নিৰ্মীয়মাণ উৰণ সেতুৰ

গুৱাহাটীবাসীলৈ সুখবৰ! ৬ জুলাইত মুকলি হ’ব ৰুক্মিণীগাঁৱত নিৰ্মীয়মাণ উৰণ সেতুৰ

ৰঙা চন্দনৰ বাবে মেঘালয়ৰ দুস্কৃতিকাৰীয়ে অসমভূমিত জ্বলাই দিলে ঘৰ

ৰঙা চন্দনৰ বাবে মেঘালয়ৰ দুস্কৃতিকাৰীয়ে অসমভূমিত জ্বলাই দিলে ঘৰ

ভাৰতৰ সমৰ্থনৰ বাবে কৃতজ্ঞতা প্ৰকাশ ইৰাণৰ দূতাবাসৰ

ভাৰতৰ সমৰ্থনৰ বাবে কৃতজ্ঞতা প্ৰকাশ ইৰাণৰ দূতাবাসৰ

নিউয়ৰ্ক চহৰৰ মেয়ৰৰ দৌৰত ভাৰতীয় বংশোদ্ভৱ জোহৰণ মামদানী

নিউয়ৰ্ক চহৰৰ মেয়ৰৰ দৌৰত ভাৰতীয় বংশোদ্ভৱ জোহৰণ মামদানী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd