• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, August 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

স্বামীহাৰা মাতৃয়ে বিয়া কৰাইছিল পুত্ৰক! : চ’ছিয়েল মিডিয়াত ভাইৰেল খবৰটো কিমান দূৰ সত্য?

এন ই নাও নিউজ by এন ই নাও নিউজ
August 20, 2020 2:20 pm
whatsapp-image-2020-08-20-at-11-21-53-jpeg_710x400xt
890
VIEWS
Share on FacebookShare on Twitter

চ’ছিয়েল মিডিয়াত ভাইৰেল হোৱা এটা ফ’টো সংলগ্ন প’ষ্টে চাঞ্চল্যৰ সৃষ্টি কৰিছে।

ভাইৰেল হোৱা উক্ত ফ’টো সংলগ্ন প’ষ্টটোত এজনী স্বামীহাৰা মাতৃয়ে নিজৰ পুত্ৰৰ লগত বিবাহপাশত আৱদ্ধ হোৱা বুলি কোৱা হৈছে।

দুখন ফ’টোসহ উক্ত প’ষ্টত ৰাজশ্ৰী ছেল্ভাকুমাৰ নামৰ এটা ফেইচবুক প্ৰফাইলত লিখিছিল, “যেতিয়া মোৰ প্ৰথম স্বামীৰ মৃত্যু হৈছিল তেতিয়া আমাৰ পুত্ৰৰ বয়স আছিল মাত্ৰ ১২ বছৰ, এতিয়া তাৰ বয়স ৩০ বছৰ। আমি দুয়ো একেলগে থাকো আৰু কলেজ সমাপ্ত কৰি মোৰ মৰমৰ পুত্ৰই বিস্মিত কৰি মোক বিয়াৰ প্ৰস্তাৱ দিয়ে। আৰু মই সন্মত হওঁ আৰু ২০১৬ চনত আমি দুয়ো বিবাহপাশত আৱদ্ধ হওঁ। আমাৰ এটি তিনি বছৰীয়া পুত্ৰ সন্তানো আছে।”

প’টোসহ এই প’ষ্টটো ভাইৰেল হোৱাৰ পিছতে বহুতে সমালচোনাত মুখৰ হোৱা দেখা গৈছিল।

অৱেশ্যে এই প’ষ্টটো আৰু ফেইচবুক একাউন্টটো সত্যতাকলৈও প্ৰশ্ন উত্থাপন হয়।

ইয়াৰ পিছতে ৰাজশ্ৰী ছেল্ভাকুমাৰ নামৰ মহিলা এগৰাকী একাউন্টটো ফেক চ্যেক কৰা হয়।

প’ষ্টটো ভাইৰেল হোৱাৰ পিছতে উক্ত ফেইচবুক একাউন্টটো নিষ্ক্ৰিয় কৰি দিয়া হৈছে।

ইফালে প’ষ্টটোৰ সৈতে সংলগ্ন ফ’টো দুখনৰ ব্যক্তি দুগৰাকীৰ পৰিচয়ো উদ্ধাৰ হৈছে।

তেওঁলোক বৰ্তমান মালেছিয়াৰ নিৱাসী এহাল ভাৰতীয় দম্পতী।

তেওঁলোক ৯ বছৰ একেলগে থকাৰ পিছত যোৱা ২০১৭ চনত বিবাহপাশত আৱদ্ধ হৈছে আৰু মালেছিয়াত আৰ ৱালবোৰ্ড ফিজিঅ’ ছেন্টাৰ নামৰ তেওঁলোকৰ এটা শৰীৰৰ চৰ্চাৰ কেন্দ্ৰ আছে।

উক্ত দম্পতীয়ে উক্ত ফেইচবুক প’ষ্টোৰ পিছত ৰাজশ্ৰী ছেল্ভাকুমাৰ নামৰ ফেইচবুক একাউন্টটোৰ বিৰুদ্ধে আৰক্ষীৰ ওচৰ চাপিছে।

Recent News

ট্ৰাম্পৰ শুল্ক যুদ্ধৰ মাজতে ভাৰতলৈ আহি আছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন; জনালে অজিত ডোভালে

ট্ৰাম্পৰ শুল্ক যুদ্ধৰ মাজতে ভাৰতলৈ আহি আছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন; জনালে অজিত ডোভালে

কোনো ৰাজ্যই আদৰ্শ কাৰাগাৰ আৰু সংশোধনী সেৱা আইন, ২০২৩ কাৰ্যকৰী কৰা নাইঃ কেন্দ্ৰীয় চৰকাৰ

কোনো ৰাজ্যই আদৰ্শ কাৰাগাৰ আৰু সংশোধনী সেৱা আইন, ২০২৩ কাৰ্যকৰী কৰা নাইঃ কেন্দ্ৰীয় চৰকাৰ

বজাৰলৈ আহিছে 2026 Honda X-ADV; এইবাৰ অধিক আকৰ্ষণীয় ৰং আৰু উন্নত প্ৰযুক্তিৰ সৈতে

বজাৰলৈ আহিছে 2026 Honda X-ADV; এইবাৰ অধিক আকৰ্ষণীয় ৰং আৰু উন্নত প্ৰযুক্তিৰ সৈতে

ওড়িশাত এমাহৰ ভিতৰত তৃতীয়টো মহিলা নিৰ্যাতনৰ ঘটনা! চৰম পন্থা গ্ৰহণ যুৱতীৰ

ওড়িশাত এমাহৰ ভিতৰত তৃতীয়টো মহিলা নিৰ্যাতনৰ ঘটনা! চৰম পন্থা গ্ৰহণ যুৱতীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd