• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মাতৃ ব্যস্ত আছিল মোবাইল ফোনত : গমেই নাপালে, পানীত ডুবি মৃত্যু সন্তানৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 3, 2023 1:13 pm
148
VIEWS
Share on FacebookShare on Twitter

মোবাইল ফোনেই হ’ল কাল। মোবাইলৰ নিচাই মাতৃৰ বুকুৰ পৰা চিৰদিনৰ বাবে কাঢ়ি নিলে বুকুৰ সন্তানক।  

ঘটনা অনুসৰি এখন ৱাটাৰ পাৰ্কলৈ নিজৰ সন্তানক লৈ আনন্দ বিনোদনৰ বাবে গৈছিল এগৰাকী মাতৃ। কিন্তু পাৰ্কত গৈ সন্তানে খেলি থকাৰ সময়তে নিজৰ মোবাইল ফোনত ব্যস্ত হৈ পৰে মাতৃগৰাকী। 

সন্তানে পানীত খেলি থকাৰ সময়ত দায়িত্বহীনভাবে দীৰ্ঘসময়ত মোবাইলতে নিজৰ দৃষ্টি আৱদ্ধ কৰি ৰাখে মাতৃগৰাকীয়ে।  মোবাইলৰ নিচাত পানীত খেলি থকা সন্তানৰ কথা পাহৰি গৈছিল মহিলাগৰাকীয়ে। 

এই মৰ্মান্তিক ঘটনা সংঘটিত হৈছে আমেৰিকাৰ টেক্সাছৰ এল পাছো অঞ্চলৰ কেম্প কোহেন ৱাটাৰ পাৰ্কত। জানিব পৰা মতে, ৩৫ বছৰীয়া মহিলাগৰাকীৰ নাম জেছিকা উইভাৰ।  

মহিলাগৰাকীৰ এই গাফিলতিৰ বাবে তেওঁক কাঠগড়াত থিয় কৰোৱা হৈছে। কিন্তু মহিলাগৰাকীৰ অধিবক্তাই আদালতত যুক্তি দি কয় যে পাৰ্ক খনৰ নিৰাপত্তাৰ দায়িত্বত থকা কৰ্মচাৰী সকলৰ গাফিলতিৰ বাবেহে এই দুৰ্ভাগ্যজনক কাণ্ড সংঘটিত হৈছে। 

আনহাতে নিজৰ সন্তানক দয়িত্বহীন ভাবে পানীত এৰি দিয়াৰ বাবে মাতৃগৰাকীক এল পাছো কাউণ্টিৰ কাৰাগাৰলৈ নিক্ষেপ কৰা হৈছে। 

অভিযোগ অনুসৰি, ৱাটাৰ পাৰ্কত নিয়ম থাকিলেও সেই শিশুটিয়ে কোনো লাইফ ভেষ্ট পিন্ধা নাছিল। ছুইমিং পুলৰ নিয়ম অনুসৰি ৬ বছৰৰ কম বয়সৰ শিশুৰ লাইফ ভেষ্ট থাকিবই লাগিব। তেওঁলোকে যিমান সময় ছুইমিং পুলত থাকিব, সিমান সময় নজৰ দিয়াৰ বাবে এজন প্ৰাপ্তবয়স্কও থাকিব লাগিব।

কিন্তু প্ৰত্যক্ষদৰ্শীৰ অভিযোগ অনুসৰি ৱাটাৰ পাৰ্কত জেছিকাই ঘণ্টা ঘণ্টা ধৰি নিজৰ ফোনতে ব্যস্ত আছিল। ছেলফি লোৱাৰ লগতে ফটো তোলাত ব্যস্ত আছিল। আনকি প্ৰত্যক্ষদৰ্শীসকলে এই কথাও কৈছে যে ছুইমিং পুলৰ পৰা শিশুটিৰ নিথৰ দেহ তুলি অনাৰ কিছু সময় পূৰ্বেও জেছিকাই মোবাইলত ব্যস্ত হৈ গান গাই আছিল।

Recent News

একাদশ এদিনীয়াত শতকেৰে মহিলা ক্ৰিকেটৰ শীৰ্ষ তিনিৰ তালিকাত স্মৃতি মন্ধানা

একাদশ এদিনীয়াত শতকেৰে মহিলা ক্ৰিকেটৰ শীৰ্ষ তিনিৰ তালিকাত স্মৃতি মন্ধানা

ৰাজনাথ সিঙে ভাৰ্চুৱেলি উদ্বোধন কৰিলে ব্ৰহ্মছ ক্ষেপণাস্ত্ৰৰ নতুন ইউনিট

ৰাজনাথ সিঙে ভাৰ্চুৱেলি উদ্বোধন কৰিলে ব্ৰহ্মছ ক্ষেপণাস্ত্ৰৰ নতুন ইউনিট

মণিপুৰত আটক অসম ৰাইফলছৰ কনভয়ত আক্ৰমণৰ মাষ্টাৰমাইণ্ড

মণিপুৰত আটক অসম ৰাইফলছৰ কনভয়ত আক্ৰমণৰ মাষ্টাৰমাইণ্ড

যুদ্ধবিৰতি উলংঘা প্ৰতিহত কৰিবলৈ ফিল্ড কমাণ্ডাৰসক সম্পূৰ্ণ ক্ষমতা প্ৰদান ভাৰতীয় সেনা প্ৰধানৰ

যুদ্ধবিৰতি উলংঘা প্ৰতিহত কৰিবলৈ ফিল্ড কমাণ্ডাৰসক সম্পূৰ্ণ ক্ষমতা প্ৰদান ভাৰতীয় সেনা প্ৰধানৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd