• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

‘মাই হাৰ্ট উইল গ’ অন’! এক বিৰল ৰোগত আক্ৰান্ত হৈছে ‘টাইটানিক’ৰ গায়িকা চেলিন ডিয়ন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 22, 2023 11:14 am
গায়িকা চেলিন ডিয়ন। ফটোঃ সংগ্ৰহীত।

গায়িকা চেলিন ডিয়ন। ফটোঃ সংগ্ৰহীত।

1k
VIEWS
Share on FacebookShare on Twitter

‘টাইটানিক’ চিনেমাৰ ‘মাই হাৰ্ট উইল গ’ অন’ খ্যাত গায়িকা চেলিন ডিয়নে প্ৰায় এবছৰ ধৰি এক বিৰল স্নায়ুজনিত বিকাৰত ভুগি আছে। এই ৰোগটোৰ নাম হৈছে ‘ষ্টিফ পাৰ্চন চিণ্ড্ৰম’।

বাতৰি অনুসৰি, চেলিন ডিয়নৰ ভগ্নী ক্লাউডেট ডিয়নে জনায় যে নিয়ম মানি জীৱন যাপন কৰি থকাৰ পিছতো চেলিনে এই বিৰল ৰোগৰ পৰা সকাহ পোৱা নাই।

তেওঁ লগতে কয়, “চেলিনে কেতিয়াও কোনো অনিয়ম কৰা নাই। আমাৰ মায়ে কৈছিল, যিয়েই নকৰা, মন দি কৰিবা, তাতেই সকলো উজাৰি দিব। চেলিনে চিৰদিনৰ সেই কথাই মানি আহিছে। তাইক এনেকৈ ভীষণ কষ্ট হয়।”

লগতে পঢ়কঃ চেক বিশ্ববিদ্যালয়ত বন্দুকধাৰী ছাত্ৰৰ গুলীত নিহত ১৫ জন; ৰাছিয়াৰ সৈতে কি সংযোগ হত্যাকাৰীৰ?

মঞ্চত গান গোৱাৰ বিষয়ে ক্লাউডেট ডিয়নে কয়, “আমি নিজেও এই বিষয়ে নিশ্চিত নহয়। কিন্তু আমি আশাবাদী তাই অতি সোনকালে দৰ্শকৰ সন্মুখত উপস্থিত হ’ব।”

ডিয়নে লগতে অসুস্থতাৰ বাবে কেইবাটাও লাইভ কনচাৰ্ট বাতিল কৰিবলগীয়া হৈছিল। জনপ্ৰিয় হলিউডৰ গায়িকাগৰাকী ৰোগ ধৰা পৰাৰ পিছৰে পৰা চিকিৎসাধীন হৈ আছে। কিন্তু এবছৰ চিকিৎসাৰ পাছতো কণ্ঠশিল্পীগৰাকীৰ শাৰীৰিক অৱস্থাৰ উন্নতি হোৱা নাই।

Recent News

পাটনাত নৃশংস হত্যাকাণ্ড: ঘৰৰ সন্মুখতে বিশিষ্ট ব্যৱসায়ী তথা বিজেপি নেতাক গুলীয়াই হত্যা

পাটনাত নৃশংস হত্যাকাণ্ড: ঘৰৰ সন্মুখতে বিশিষ্ট ব্যৱসায়ী তথা বিজেপি নেতাক গুলীয়াই হত্যা

অসম, মহাৰাষ্ট্ৰ আৰু উত্তৰ-পূবত ফাৰ্মাচী কলেজৰ উৎকোচৰ গোচৰ; চিবিআইৰ জালত মণ্টু পেটেল

অসম, মহাৰাষ্ট্ৰ আৰু উত্তৰ-পূবত ফাৰ্মাচী কলেজৰ উৎকোচৰ গোচৰ; চিবিআইৰ জালত মণ্টু পেটেল

বুলেটপ্ৰুফ কফি ধাৰাবাহিকভাৱে খোৱাটো নিৰাপদ নেকি? জানো আহক

বুলেটপ্ৰুফ কফি ধাৰাবাহিকভাৱে খোৱাটো নিৰাপদ নেকি? জানো আহক

জয়ৰ গোন্ধ পাইছে ভাৰতে! ছিৰাজ-আকাশ দীপৰ দুৰ্দান্ত বলিঙেৰে ইংলেণ্ডক নিয়ন্ত্ৰণ গীল বাহিনীৰ

জয়ৰ গোন্ধ পাইছে ভাৰতে! ছিৰাজ-আকাশ দীপৰ দুৰ্দান্ত বলিঙেৰে ইংলেণ্ডক নিয়ন্ত্ৰণ গীল বাহিনীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd