• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ব্ৰিটেইনৰ পিছত এইবাৰ আমেৰিকা : পৰৱৰ্তী ৰাষ্ট্ৰপতি হ’ব পাৰে ভাৰতীয় মূলৰ মহিলা

নিকী হেলী আমেৰিকাৰ এগৰাকী আগশাৰীৰ নাগৰিক। বিভিন্ন গুৰুত্বপূৰ্ণ পদবীত থাকি দীৰ্ঘদিন ধৰি আমেৰিকাৰ বাবে সেৱা আগবঢ়াই আহিছে নিকীয়ে। ৰাষ্ট্ৰসংঘত আমেৰিকাৰ ৰাষ্ট্ৰদূত হিচাপেও নিয়োজিত হৈছিল নিকী হেলী। ইয়াৰ লগতে আমেৰিকাৰ কেৰ’লিনা প্ৰদেশৰ ৰাজ্যপাল হিচাপেও কাৰ্য নিবাহ কৰিছিল ভাৰতীয় মূলৰ নিকী হেলীয়ে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 2, 2023 9:34 am
140
VIEWS
Share on FacebookShare on Twitter

২০২৪ চনত আমেৰিকাত অনুষ্ঠিত হ’ব ৰাষ্ট্ৰপতি নিৰ্বাচন। এই নিৰ্বাচনৰ বাবে ইতিমধ্যে নিজকে সাজু কৰি তুলিছে বিভিন্ন দলৰ নেতৃত্বই। এইবাৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াবলৈ নিজকে সাজু কৰিছে এগৰাকী ভাৰতীয় মূলৰ আমেৰিকা নিবাসী নাগৰিকে।

আমেৰিকাৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে নিজকে সাজু কৰি তোলা মহিলাগৰাকীৰ নাম হৈছে নিকী হেলী। ভাৰতীয় এক পাঞ্জাৱী দম্পতিৰ ঔৰষত জন্ম হৈছিল হিকী হেলীৰ। নিকী হেলীৰ পিতৃৰ নাম হৈছে অজিত সিং ৰান্ধাৱা আৰু মাতৃৰ নাম হৈছে ৰাজ কৌৰ ৰান্ধাৱা। 

নিকী হেলী আমেৰিকাৰ এগৰাকী আগশাৰীৰ নাগৰিক। বিভিন্ন গুৰুত্বপূৰ্ণ পদবীত থাকি দীৰ্ঘদিন ধৰি আমেৰিকাৰ বাবে সেৱা আগবঢ়াই আহিছে নিকীয়ে। ৰাষ্ট্ৰসংঘত আমেৰিকাৰ ৰাষ্ট্ৰদূত হিচাপেও নিয়োজিত হৈছিল নিকী হেলী। ইয়াৰ লগতে আমেৰিকাৰ কেৰ’লিনা প্ৰদেশৰ ৰাজ্যপাল হিচাপেও কাৰ্য নিবাহ কৰিছিল ভাৰতীয় মূলৰ নিকী হেলীয়ে।

উল্লেখ্য যে যদিহে নিকীয়ে ২০২৪ চনত আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰে তেনেহ’লে ৰিপাব্লিকান পাৰ্টিৰ পৰা ড’নাল্ড ট্ৰাম্পক প্ৰত্যাহ্বান জনোৱা প্ৰথমগৰাকী নেতৃ হিচাপে পৰিগণিত হ’ব নিকী। ইতিমধ্যেই ট্ৰাম্পে অহা বছৰৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াব বুলি ঘোষণা কৰিছেই। কিন্তু পৰৱৰ্তী ৰাষ্ট্ৰপতিৰ বাবে নতুনক বাট এৰি দিয়া উচিত বুলি দাবী কৰিছে নিকীয়ে। সেইদৰে বাইডেনৰ ক্ষেত্ৰটো একেই মত পোষণ কৰিছে ৫১ বছৰীয়া নিকী হেলীয়ে।

We can’t have a second term of Joe Biden. pic.twitter.com/OdKA6pMaEA

— Nikki Haley (@NikkiHaley) January 25, 2023

জানিব পৰা মতে অহা ১৪ ফেব্ৰুৱাৰীৰ দিনা নিকী হেলীয়ে নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়োৱাৰ সিদ্ধান্ত সম্পৰ্কে ঘোষণা কৰিব। সেইদিনা হে স্পষ্টকৈ জানিব পৰা যাব অহা বৰ্ষৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত নিকী হেলীয়ে প্ৰতিদ্বন্দিতা আগবঢ়া নে নবঢ়াই? যদি এই নিৰ্বাচনত নিকীয়ে প্ৰতিদ্বন্দিতা আগবঢ়ায় আৰু বিজয় সাব্যস্ত কৰে তেন্তে ই হ’ব ভাৰতৰ বাবে এক গৌৰৱৰ বিষয়।

Recent News

বৈদেশিক সচিব বিক্ৰম মিশ্ৰীৰ কন্যাক সামাজিক মাধ্যমত ট্ৰল একাংশৰঃ উদ্বেগ প্ৰকাশ ৰাষ্ট্ৰীয় মহিলা আয়োগৰ

বৈদেশিক সচিব বিক্ৰম মিশ্ৰীৰ কন্যাক সামাজিক মাধ্যমত ট্ৰল একাংশৰঃ উদ্বেগ প্ৰকাশ ৰাষ্ট্ৰীয় মহিলা আয়োগৰ

অধিক শক্তিশালী হ’ব ভাৰতীয় প্ৰতিৰক্ষা ব্যৱস্থাঃ ভাৰতে অতি সোনকালে লাভ কৰিব ৩টা নতুন ক্ষেপণাস্ত্ৰ

অধিক শক্তিশালী হ’ব ভাৰতীয় প্ৰতিৰক্ষা ব্যৱস্থাঃ ভাৰতে অতি সোনকালে লাভ কৰিব ৩টা নতুন ক্ষেপণাস্ত্ৰ

চীন-আমেৰিকাৰ শুল্ক যুদ্ধত সাময়িক বিৰতি : ৯০ দিনৰ বাবে শুল্ক কমোৱাৰ সিদ্ধান্ত দুই ৰাষ্ট্ৰৰ

চীন-আমেৰিকাৰ শুল্ক যুদ্ধত সাময়িক বিৰতি : ৯০ দিনৰ বাবে শুল্ক কমোৱাৰ সিদ্ধান্ত দুই ৰাষ্ট্ৰৰ

মনোবল বৃদ্ধি আৰু কৃতজ্ঞতা প্ৰকাশৰ বাবে বায়ুসেনাৰ বীৰ জোৱানক সাক্ষাৎ নৰেন্দ্ৰ মোদীৰ

মনোবল বৃদ্ধি আৰু কৃতজ্ঞতা প্ৰকাশৰ বাবে বায়ুসেনাৰ বীৰ জোৱানক সাক্ষাৎ নৰেন্দ্ৰ মোদীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd