• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

ব্ৰিটেইনৰ পিছত এইবাৰ আমেৰিকা : পৰৱৰ্তী ৰাষ্ট্ৰপতি হ’ব পাৰে ভাৰতীয় মূলৰ মহিলা

নিকী হেলী আমেৰিকাৰ এগৰাকী আগশাৰীৰ নাগৰিক। বিভিন্ন গুৰুত্বপূৰ্ণ পদবীত থাকি দীৰ্ঘদিন ধৰি আমেৰিকাৰ বাবে সেৱা আগবঢ়াই আহিছে নিকীয়ে। ৰাষ্ট্ৰসংঘত আমেৰিকাৰ ৰাষ্ট্ৰদূত হিচাপেও নিয়োজিত হৈছিল নিকী হেলী। ইয়াৰ লগতে আমেৰিকাৰ কেৰ’লিনা প্ৰদেশৰ ৰাজ্যপাল হিচাপেও কাৰ্য নিবাহ কৰিছিল ভাৰতীয় মূলৰ নিকী হেলীয়ে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 2, 2023 9:34 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০২৪ চনত আমেৰিকাত অনুষ্ঠিত হ’ব ৰাষ্ট্ৰপতি নিৰ্বাচন। এই নিৰ্বাচনৰ বাবে ইতিমধ্যে নিজকে সাজু কৰি তুলিছে বিভিন্ন দলৰ নেতৃত্বই। এইবাৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াবলৈ নিজকে সাজু কৰিছে এগৰাকী ভাৰতীয় মূলৰ আমেৰিকা নিবাসী নাগৰিকে।

আমেৰিকাৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে নিজকে সাজু কৰি তোলা মহিলাগৰাকীৰ নাম হৈছে নিকী হেলী। ভাৰতীয় এক পাঞ্জাৱী দম্পতিৰ ঔৰষত জন্ম হৈছিল হিকী হেলীৰ। নিকী হেলীৰ পিতৃৰ নাম হৈছে অজিত সিং ৰান্ধাৱা আৰু মাতৃৰ নাম হৈছে ৰাজ কৌৰ ৰান্ধাৱা। 

Apply Now

নিকী হেলী আমেৰিকাৰ এগৰাকী আগশাৰীৰ নাগৰিক। বিভিন্ন গুৰুত্বপূৰ্ণ পদবীত থাকি দীৰ্ঘদিন ধৰি আমেৰিকাৰ বাবে সেৱা আগবঢ়াই আহিছে নিকীয়ে। ৰাষ্ট্ৰসংঘত আমেৰিকাৰ ৰাষ্ট্ৰদূত হিচাপেও নিয়োজিত হৈছিল নিকী হেলী। ইয়াৰ লগতে আমেৰিকাৰ কেৰ’লিনা প্ৰদেশৰ ৰাজ্যপাল হিচাপেও কাৰ্য নিবাহ কৰিছিল ভাৰতীয় মূলৰ নিকী হেলীয়ে।

উল্লেখ্য যে যদিহে নিকীয়ে ২০২৪ চনত আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰে তেনেহ’লে ৰিপাব্লিকান পাৰ্টিৰ পৰা ড’নাল্ড ট্ৰাম্পক প্ৰত্যাহ্বান জনোৱা প্ৰথমগৰাকী নেতৃ হিচাপে পৰিগণিত হ’ব নিকী। ইতিমধ্যেই ট্ৰাম্পে অহা বছৰৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াব বুলি ঘোষণা কৰিছেই। কিন্তু পৰৱৰ্তী ৰাষ্ট্ৰপতিৰ বাবে নতুনক বাট এৰি দিয়া উচিত বুলি দাবী কৰিছে নিকীয়ে। সেইদৰে বাইডেনৰ ক্ষেত্ৰটো একেই মত পোষণ কৰিছে ৫১ বছৰীয়া নিকী হেলীয়ে।

We can’t have a second term of Joe Biden. pic.twitter.com/OdKA6pMaEA

— Nikki Haley (@NikkiHaley) January 25, 2023

জানিব পৰা মতে অহা ১৪ ফেব্ৰুৱাৰীৰ দিনা নিকী হেলীয়ে নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়োৱাৰ সিদ্ধান্ত সম্পৰ্কে ঘোষণা কৰিব। সেইদিনা হে স্পষ্টকৈ জানিব পৰা যাব অহা বৰ্ষৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত নিকী হেলীয়ে প্ৰতিদ্বন্দিতা আগবঢ়া নে নবঢ়াই? যদি এই নিৰ্বাচনত নিকীয়ে প্ৰতিদ্বন্দিতা আগবঢ়ায় আৰু বিজয় সাব্যস্ত কৰে তেন্তে ই হ’ব ভাৰতৰ বাবে এক গৌৰৱৰ বিষয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

July 10, 2026 4:06 pm
অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

July 10, 2026 3:38 pm
অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

July 10, 2026 2:54 pm
গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

July 10, 2026 1:35 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

July 10, 2026 4:06 pm
অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

July 10, 2026 3:38 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd