• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

অমৃতকালত বাঢ়িছে দেশ এৰি যোৱা ভাৰতীয়ৰ সংখ্যা; শীৰ্ষ তিনিটা স্থানত প্ৰধানমন্ত্ৰীৰ ৰাজ্য গুজৰাট

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 11, 2024 5:22 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতত দেশ এৰি যোৱাৰ হেঁপাহ বাঢ়িছে একাংশ ভাৰতীয়ৰ।ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ পৰিসংখ্যা অনুসৰি ৰাজধানী দিল্লী আৰু পঞ্জাবৰ পাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰাজ্য গুজৰাট এই ক্ষেত্ৰত আগবাঢ়ি আছে।

মন্ত্ৰালয়ৰ তথ্য অনুসৰি বিদেশত পাছপ’ৰ্ট আত্মসমৰ্পণ বা ঘূৰাই দিয়াৰ পৰিসংখ্যাৰ পৰাই ভাৰতীয়সকলে আন দেশৰ নাগৰিকত্ব লোৱাৰ প্ৰৱণতা বৃদ্ধি পোৱাটো লক্ষ্য কৰা হৈছে।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে সংসদত দাখিল কৰা এক প্ৰতিবেদন অনুসৰি ২০২২ চনত গুজৰাটৰ ২৪১ জন নাগৰিকে আন দেশৰ নাগৰিকত্ব লৈ ভাৰতীয় পাছপ’ৰ্ট ঘূৰাই দিছিল। যোৱা বছৰ সেই সংখ্যা দুগুণ হৈ ৪৮৫ লৈ বৃদ্ধি পালে৷

আনহাতে, চলিত বৰ্ষৰ মে’ মাহৰ ভিতৰত ২৪৪ জন লোকে অন্য দেশৰ নাগৰিকত্ব লৈ পাছপ’ৰ্ট ঘূৰাই দিছে। ২০১৪ চনৰ পৰা ২০২২ চনৰ ভিতৰত গুজৰাটৰ ২২,৩০০ বাসিন্দাই দেশ এৰি থৈ যায়। দিল্লী আৰু পঞ্জাবৰ ক্ষেত্ৰত এই সংখ্যা ক্ৰমে ৬০ হাজাৰ ৪১৪ আৰু ২৮ হাজাৰ ১১৭। কিন্তু টায়াৰ ৱান ৰাজ্যৰ কম বেছি পৰিমাণে বিদেশী নাগৰিকত্ব লোৱাৰ প্ৰৱণতা থাকে।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ পৰিসংখ্যা অনুসৰি ৩০ৰ পৰা ৪০ বছৰৰ ভিতৰৰ ধনী লোকৰ মাজত প্ৰব্ৰজনৰ ধাৰা অধিক। কিছুমানে শিক্ষাৰ বাবে বিজনেছ ভিছা লৈ আমেৰিকা, ব্ৰিটেইন, কানাডা, অষ্ট্ৰেলিয়া, ছিংগাপুৰ আদি দেশলৈ গৈ তাতেই নাগৰিকত্ব লৈছিল। মূলতঃ প্ৰদূষণমুক্ত পৰিৱেশত উন্নত জীৱন যাপনৰ লক্ষ্যৰে ধনী লোকৰ এটা অংশই দেশ এৰি গৈছে। এই ধাৰা দিনক দিনে বৃদ্ধি পাইছে। নগৰ সেৱা-আন্তঃগাঁথনিৰ বিশেষজ্ঞৰ মতে ভাৰতৰ চহৰসমূহৰ মানদণ্ড ভিন্ন। দিল্লী, মুম্বাই, চেন্নাই, কলকাতা, বেংগালুৰু, জয়পুৰ বাকী চহৰসমূহে আগবঢ়োৱা সেৱাৰ সমতুল্য নহয়। কিন্তু দেশৰ কোনো চহৰ সেৱা ইউৰোপ, আমেৰিকা, মধ্যপ্ৰাচ্য আৰু ছিংগাপুৰৰ সমতুল্য নহয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিহাৰৰ পাছত দিল্লীত আৰম্ভ হৈছে SIR প্ৰক্ৰিয়া! ২০০২ চনৰ তালিকাত ভোটাৰৰ নাম বিচাৰিবলৈ আয়োগৰ নিৰ্দেশ

বিহাৰৰ পাছত দিল্লীত আৰম্ভ হৈছে SIR প্ৰক্ৰিয়া! ২০০২ চনৰ তালিকাত ভোটাৰৰ নাম বিচাৰিবলৈ আয়োগৰ নিৰ্দেশ

September 18, 2025 7:08 am
ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

September 17, 2025 7:24 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিহাৰৰ পাছত দিল্লীত আৰম্ভ হৈছে SIR প্ৰক্ৰিয়া! ২০০২ চনৰ তালিকাত ভোটাৰৰ নাম বিচাৰিবলৈ আয়োগৰ নিৰ্দেশ

বিহাৰৰ পাছত দিল্লীত আৰম্ভ হৈছে SIR প্ৰক্ৰিয়া! ২০০২ চনৰ তালিকাত ভোটাৰৰ নাম বিচাৰিবলৈ আয়োগৰ নিৰ্দেশ

September 18, 2025 7:08 am
ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd