NORTHEAST NOW (Assamese)

নিয়তিৰ কৰুণ পৰিহাস! ADRE দিবলৈ গৈ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে এজন ডিব্ৰুগড়ৰ এজনে

October 27, 2024 2:03 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী
  • ডিব্রুগড় জিলাত সংঘটিত হৈছে শোকাৱহ পথ দুৰ্ঘটনা।

  • ADRE পৰীক্ষা দিবলৈ যোৱাৰ পথতে প্ৰাণ হেৰুৱালে ডিব্ৰুগড় জিলাৰ এগৰাকী যুৱকে।

  • ডিব্ৰুগড়ৰ ঠাকুৰবাৰীৰ সমীপত দুৰ্ঘটনাগ্ৰস্ত অৱস্থাত উদ্ধাৰ হৈছে এখন বাইক।

  • দুৰ্ঘটনাত নিহত যুৱকজনৰ ঘৰ টিংখাঙত আৰু তেখেতৰ নাম মিলন গগৈ বুলি জানিব পৰা গৈছে।

  • মিলনক AMCHলৈ নিয়া হৈছিল যদিও মৃত ঘোষণা কৰে চিকিৎসকে।

  • আজি অনুষ্ঠিত হোৱা চতুৰ্থ বৰ্গৰ পৰীক্ষা দিবলৈ আহিছিল যুৱকজন।

Related News