• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পথৰ দুৰাৱস্থা, নাযায় এম্বুলেন্স : সাঙী ভাৰ কৰি গৰ্ভৱতীক হাস্পাতাললৈ আনিলে আত্মীয়ই

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
December 3, 2024 6:32 pm
84
VIEWS
Share on FacebookShare on Twitter

এফালে নৰেন্দ্ৰ মোদীয়ে আত্মনিৰ্ভৰশীল ভাৰতত শ্ল’গান দিছে।  মহাকাশলৈ ভাৰতত নিৰ্মিত মহাকাশযান প্ৰেৰণ কৰিছে ইছৰ’ই।

কিন্তু ইমানৰ পিছতো ভাৰতৰ বহুতো ঠাইত নাই উন্নত যাতায়ত ব্যৱস্থা। ভাৰতীয় গ্ৰাম্যঞ্চলৰ পথৰ দুৰাৱস্থাক পুনৰ এবাৰ প্ৰতীয়মান কৰিলে এটা ঘটনাই।

শ্ৰীহৰিকোটাৰ পৰা অলপ দূৰৈত অন্ধ্ৰ প্ৰদেশৰ বিশাখাপট্টনমৰ বোধিগাৰুভু গাঁও। তাত এম্বুলেন্স সোমাব পৰাকৈ কোনো পথ নথকাৰ বাবে এগৰাকী গৰ্ভৱতী মহিলাগৰাকীক সাঙী ভাৰ কৰি চিকিৎসালয়লৈ লৈ যায় আত্মীয়ই।

বোধিগাৰুভু এখন জনজাতীয় প্ৰধান গাঁও। বহুদিন ধৰি তাত কোনো পথ নাই বুলি অভিযোগ উত্থাপন হৈছে। গাড়ী, এম্বুলেন্স বহু দূৰৈৰে কথা। খোজ কাঢ়িবলৈ কোনো পথ নাই।

প্ৰশাসনক বাৰে বাৰে আবেদন দিয়া হৈছে যদিও গাঁওখনলৈ যোৱা পথতো নিৰ্মাণ কৰা নাই।

এনে অৱস্থাত গাঁৱৰ কোনোবা অসুস্থ হ’লে স্থানীয় লোক চিন্তিত হৈ পৰে। সোমবাৰে এগৰাকী মহিলা প্ৰসৱৰ সময়তো একেধৰণৰ পৰিস্থিতিৰ সৃষ্টি হয়।

এম্বুলেন্স আহিব নোৱাৰাৰ বাবে পাহাৰ, হাবি আৰু নদী পাৰ হৈ সাঙী ভাৰ কৰি মহিলাগৰাকীক হাস্পাতাললৈ লৈ যোৱা হয়। এই দৃশ্যই এতিয়া পুনৰবাৰ ভাৰতৰ গ্ৰাম্যাঞ্চলৰ দুৰাৱস্থাৰ কথাই সোৱৰাই দিছে।

Recent News

পুৰুষতকৈ গড় আয়ুস বেছি মহিলাৰ : কিয় জানেনে?

পুৰুষতকৈ গড় আয়ুস বেছি মহিলাৰ : কিয় জানেনে?

উচ্চ (কাৰিকৰী) শিক্ষা বিভাগৰ অধীনত ৩৪২ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্র প্রদান মুখ্যমন্ত্ৰীৰ

উচ্চ (কাৰিকৰী) শিক্ষা বিভাগৰ অধীনত ৩৪২ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্র প্রদান মুখ্যমন্ত্ৰীৰ

ফুটবলত বৃহৎ পৰিৱৰ্তন: ২০২৬ বিশ্বকাপৰ পূৰ্বে ১৩৪ বছৰীয়া পেনাল্টি নিয়ম সলনিৰ প্ৰস্তুতি

ফুটবলত বৃহৎ পৰিৱৰ্তন: ২০২৬ বিশ্বকাপৰ পূৰ্বে ১৩৪ বছৰীয়া পেনাল্টি নিয়ম সলনিৰ প্ৰস্তুতি

অসমত গতি লাভ কৰিছে বিত্তীয় অন্তৰ্ভূক্তি অভিযানে : ৰাজ্যিক বেংকাৰ সমিতি

অসমত গতি লাভ কৰিছে বিত্তীয় অন্তৰ্ভূক্তি অভিযানে : ৰাজ্যিক বেংকাৰ সমিতি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd