• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, August 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিজেপিৰ ঠাঁৰত নহয়, গুৱাহাটীলৈ নিজ ইচ্ছামতে আহিছে বিসম্বাদী বিধায়ক! স্বীকাৰোক্তি একনাথ সিন্দেৰ

কল্পজোতি শইকীয়া, গুৱাহাটী by কল্পজোতি শইকীয়া, গুৱাহাটী
June 28, 2022 4:47 pm
Maharashtra Crisis
176
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটীত বাহৰ পাতি থকা মহাৰাষ্ট্ৰৰ বিসম্বাদী বিধায়ক সকল অসমলৈ অহাৰ আঁৰত আন কাৰো হাত নাই। নিজ ইচ্ছামতেই অসমত আশ্ৰয়ৰ উদ্দেশ্যে উপস্থিত হৈছিলহি এই বিসম্বাদী বিধায়কগণ। মহাৰাষ্ট্ৰৰ ৰাজনৈতিক অস্থিৰতাৰ মূল নেতা একনাথ সিন্দেই আজি এই স্বীকাৰোক্তি দিছে।

মহানগৰীৰ ৰেডিচন ব্লু হোটেলত বাহৰ পাতি থকা বিসম্বাদী নেতাগৰাকীয়ে কিছু সময় পূৰ্বে ৰেডিচন ব্লু হোটেলৰ মুখ্য প্ৰৱেশদ্বাৰৰ সন্মুখত সাংবাদিকৰ আগত এই মন্তব্য কৰিছে।

সিন্দেই কয়, “আমি গুৱাহাটীলৈ নিজৰ ইচ্ছা মতে আহিছো। অতি সোনকালে আমি মহাৰাষ্ট্ৰলৈ উভতি যাম। আমি বাল ঠাকৰেৰ হিন্দুত্বৰ লগত আছো। এতিয়াও আমি শিৱসেনাৰ আছো। আমি বাল থাকৰেৰ হিন্দুত্বৰ আদৰ্শক আগুৱাই লৈ যাবলৈ বদ্ধপৰিকৰ।”

উল্লেখ্য যে, মহাৰাষ্ট্ৰৰ শাসনাধিষ্ঠ চৰকাৰৰ বিৰুদ্ধে বিসম্বাদৰ সূচনা কৰাৰ পাছতে সিন্দেই শিৱসেনা মুৰব্বী উদ্ধৱ ঠাকৰেক এনচিপি আৰু কংগ্ৰেছৰ সৈতে মিত্ৰতা ভংগ কৰি বিজেপিৰ সৈতে পুনৰ মিত্ৰতা গঢ়িবলৈ দাবী জনাইছিল।

এনে পৰিস্থিতি বিজেপিৰ সহযোগতে সিন্দেই দলীয় বিদ্ৰোহৰ সূত্ৰপাত ঘটাইছে বুলি চৰ্চা চলিছিল। তদুপৰি বিসম্বাদৰ সৃষ্টি কৰাৰ পাছতে প্ৰথমে গুজৰাট আৰু পিছত অসমলৈ ঢাপলি মেলিছিল ববিসম্বাদী শিবিৰটোৱে।

এই দুয়োখন ৰাজ্যতে বিজেপিৰ চৰকাৰ থকালৈ চাই বিসম্বাদী দলটোৱে বিজেপিৰ পৃষ্ঠপোষকতা লাভ কৰিছে বুলি স্বাভাৱিকতেই চৰ্চিত হৈছিল।

Recent News

‘ভোট চুৰি’ৰ প্ৰসংগত দল বিৰোধী মন্তব্য কৰি মন্ত্ৰীত্ব হেৰুৱালে কৰ্ণাটকৰ মন্ত্ৰী কেন এন ৰাজন্যই

‘ভোট চুৰি’ৰ প্ৰসংগত দল বিৰোধী মন্তব্য কৰি মন্ত্ৰীত্ব হেৰুৱালে কৰ্ণাটকৰ মন্ত্ৰী কেন এন ৰাজন্যই

ভোট চুৰি-ৰাহুল গান্ধীয়ে প্ৰমাণসহ দাঙি ধৰা ভয়ংকৰ অভিযোগটো

ভোট চুৰি-ৰাহুল গান্ধীয়ে প্ৰমাণসহ দাঙি ধৰা ভয়ংকৰ অভিযোগটো

৫০০ কোটি আলোকবৰ্ষ দূৰত মহাজাগতিক দানব; ৩৬ বিলিয়ন সূৰ্য্যৰ ভৰ বিশিষ্ট কৃষ্ণগহ্বৰ আৱিষ্কাৰ

৫০০ কোটি আলোকবৰ্ষ দূৰত মহাজাগতিক দানব; ৩৬ বিলিয়ন সূৰ্য্যৰ ভৰ বিশিষ্ট কৃষ্ণগহ্বৰ আৱিষ্কাৰ

চাৰি সন্তানৰ মাতৃ হ’ল কেশৰী : অসম ৰাজ্যিক চিৰিয়াখানালৈ আহিল নতুন অতিথি

চাৰি সন্তানৰ মাতৃ হ’ল কেশৰী : অসম ৰাজ্যিক চিৰিয়াখানালৈ আহিল নতুন অতিথি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd