• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভাল খৱৰ! অহা এপ্ৰিলত আৰম্ভ হ’ব অসম সমবায় মৰাপাট কলৰ দ্বিতীয় প্ৰকল্পৰ কাম

ৰিদীপ শৰ্মা, কলিয়াবৰ by ৰিদীপ শৰ্মা, কলিয়াবৰ
January 2, 2022 2:23 pm
Silghat Jute mill

ফটো : নৰ্থইষ্ট নাও।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম সমবায় মৰাপাট কলৰ দ্বিতীয় প্ৰকল্পৰ কাম অহা এপ্ৰিল মাহৰ প্ৰথমটো দিনৰ পৰা আৰম্ভ হ’ব। এই ঘোষণা অসম মৰাপাট কল কৰ্তৃপক্ষৰ।

মৰাপাট কলটো জীবিত কৰি ৰখাৰ স্বাৰ্থত নতুনকৈ সংযোজন কৰা হৈছে ৱেলডিং এণ্ড ফ্ৰেবিকেচনৰ এটা শাখা।

বছৰৰ আৰম্ভণিতে শুভ উদ্ধোধন কৰা হয় এই শাখাটোৰ। লগতে কলটোত নিষ্ঠাৰে কৰ্ম দক্ষতা দেখুওৱা শ্ৰমিক কৰ্মচাৰীকো নতুন বছৰৰ প্ৰথমটো দিনতে একোখনকৈ গামোচা পিন্ধাই সন্মান যচাঁ হয়।

উল্লেখ যোগ্য যে বিভিন্ন ঘাত-প্ৰতিঘাতৰ মাজেৰে অসমৰ একমাত্ৰ অসম সমবায় মৰাপাট কলটোৱে যোৱাটো বৰ্ষ পাৰ কৰি আহিছিল। কেঁচা মালৰ অভাবৰ লগতে অন্যান্য বিভিন্ন কাৰণত কলটো তিনি মাহৰ কাৰণে বন্ধ হৈ পৰিছিল।

Also Read: কলিয়াবৰত বন্যহস্তীৰ তাণ্ডৱ ; ১১০০ কিলো ভল্টৰ বিদ্যুতৰ তাঁৰৰ পৰা কথমপি ৰক্ষা পৰিল হাতী

সম্পূৰ্ণ তিনি মাহৰ বিৰতিৰ অন্তত ১৮ আগষ্টৰ পুৱাতে পুনৰ কাৰ্যক্ষম হৈ উঠিছিল শিলঘাটস্থিত অসম সমবায় মৰাপাট কল। কলৰ শ্ৰমিক, বিষয়া-কৰ্মাচাৰী, মৰাপাট ব‍্যৱসায়ী, অংশীদাৰ তথা কলিয়াবৰীয়া ৰাইজৰ মুখত হাঁহি বিৰিঙাই পুনৰ চকা ঘূৰিছিল মৰাপাট কলটোৰ।

২০২১ বৰ্ষৰ বাজেটত শিলঘাটস্থিত অসম সমবায় মৰাপাট কল কাৰখানাক পুনৰুজ্জীৱিত কৰিবৰ বাবে ৮ কোটি টকা প্ৰস্তাৱ লৈছিল।

উল্লেখযোগ্য যে, যোৱাটো বৰ্ষত উৎপাদন বৃদ্ধিৰ বাবে উদ্যোগটোত ১৬ খন শাল, এটা স্পিনিং মেচিন, এটা কপ মেচিন আৰু বিদ্যুৎ শক্তি ব্যাহত নহ’বৰ বাবে এটা উচ্চ ক্ষমতাসম্পন্ন জেনেৰেটৰ নতুনকৈ সংস্থাপন কৰা হৈছিল যদিও কোভিডসৃষ্ট পৰিৱেশ তথা কেঁচা মৰাপাটৰ বৰ্ধিত মূল্য আৰু কলটোৱে লোকচানৰ সন্মুখীন হোৱাত মিলটোৰ অচলাৱস্থাৰ বাবেই বন্ধ হৈ আছিল।

কিন্তু ১৮ আগষ্টৰ পৰা পুনৰ মিলটোৰ উৎপাদন আৰম্ভ হোৱাৰ পিছত পুনৰ পাঁচটা মাহ মিলটো কাম কাজ চলি থকাত নতুন বছৰৰ প্ৰথমতে অধিক যন্ত্ৰপাতিৰ লগতে কলটো জীবিত কৰাৰ স্বাৰ্থত ৱেলডিং এণ্ড ফ্ৰেবিকেচনৰ শাখা মুকলি কৰাৰ লগতে নতুনকৈ নিৰ্মাণ কৰি থকা মৰাপাট কলটোৱে আশা সঞ্চাৰ কঢ়িয়াই আনিছে।

Also Read: Adil Hussain in Forbes প্ৰসিদ্ধ ‘ফৰ্বছ’ আলোচনীৰ ২০২১বৰ্ষৰ অসাধাৰণ হিন্দী অভিনেতাৰ তালিকাত অন্তৰ্ভুক্ত আদিল হুছেইন

আনহাতে, কলটো জীয়াই ৰক্ষাৰ কাৰণে সদৌ অসম ছাত্ৰ সন্থাই সদায় কলটোৰ লগত আছে বুলি জানিবলৈ দিয়ে।

আনহাতে, পূৰ্বৰ তুলনাত বৰ্তমানেও সম পৰ্যায়ৰ শ্রমিকে মৰাপাট কলটোত নিষ্ঠা সহকাৰে কাম কৰি আছে বুলিও কল কৰ্তৃপক্ষই সাংবাদিকৰ প্রশ্নৰ উত্তৰত জানিবলৈ দিয়ে। কেৱল পূবৰ তিনিটা ভাগৰ সলনি এতিয়া দুটা ভাগত কাম সম্পাদন কৰি আছে বুলি জানিবলৈ দিয়ে বিভাগীয় কৰ্তৃপক্ষই।

ৰিদীপ শৰ্মা, কলিয়াবৰ

ৰিদীপ শৰ্মা, কলিয়াবৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতলৈ ইলিছ মাছ ৰপ্তানি কৰিবলৈ ৩৭টা বাংলাদেশী কোম্পানীক অনুমোদন

ভাৰতলৈ ইলিছ মাছ ৰপ্তানি কৰিবলৈ ৩৭টা বাংলাদেশী কোম্পানীক অনুমোদন

September 16, 2025 4:10 pm
শিক্ষানুষ্ঠান পৰিসৰত কৰা হিংসাৰ বাবে NIT- শিলচৰৰ ৫ জন বাংলাদেশৰ শিক্ষাৰ্থীক নিলম্বন

শিক্ষানুষ্ঠান পৰিসৰত কৰা হিংসাৰ বাবে NIT- শিলচৰৰ ৫ জন বাংলাদেশৰ শিক্ষাৰ্থীক নিলম্বন

September 16, 2025 3:45 pm
জনজাতিকৰণৰ দাবী : ২২ ছেপ্তেম্বৰত সমদলেৰে ৰাজপথ কঁপাব ৫০,০০০ মটকে

জনজাতিকৰণৰ দাবী : ২২ ছেপ্তেম্বৰত সমদলেৰে ৰাজপথ কঁপাব ৫০,০০০ মটকে

September 16, 2025 3:45 pm
এপষ্টেইনৰ ঘটনাত ‘নিউয়ৰ্ক টাইমছ’ৰ বিৰুদ্ধে ১ লাখ কোটি টকাৰ গোচৰ ড’নাল্ড ট্ৰাম্পৰ

এপষ্টেইনৰ ঘটনাত ‘নিউয়ৰ্ক টাইমছ’ৰ বিৰুদ্ধে ১ লাখ কোটি টকাৰ গোচৰ ড’নাল্ড ট্ৰাম্পৰ

September 16, 2025 3:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতলৈ ইলিছ মাছ ৰপ্তানি কৰিবলৈ ৩৭টা বাংলাদেশী কোম্পানীক অনুমোদন

ভাৰতলৈ ইলিছ মাছ ৰপ্তানি কৰিবলৈ ৩৭টা বাংলাদেশী কোম্পানীক অনুমোদন

September 16, 2025 4:10 pm
শিক্ষানুষ্ঠান পৰিসৰত কৰা হিংসাৰ বাবে NIT- শিলচৰৰ ৫ জন বাংলাদেশৰ শিক্ষাৰ্থীক নিলম্বন

শিক্ষানুষ্ঠান পৰিসৰত কৰা হিংসাৰ বাবে NIT- শিলচৰৰ ৫ জন বাংলাদেশৰ শিক্ষাৰ্থীক নিলম্বন

September 16, 2025 3:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd