DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, February 8, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

Adil Hussain in Forbes প্ৰসিদ্ধ ‘ফৰ্বছ’ আলোচনীৰ ২০২১বৰ্ষৰ অসাধাৰণ হিন্দী অভিনেতাৰ তালিকাত অন্তৰ্ভুক্ত আদিল হুছেইন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 2, 2022 11:51 am
208
VIEWS
Share on FacebookShare on Twitter

Adil Hussain in Forbes বিশ্বৰ প্ৰসিদ্ধ আলোচনী ‘ফৰ্বছ’ৰ ২০২১বৰ্ষৰ হিন্দী মনোৰঞ্জন উদ্যোগৰ ‘অসাধাৰণ অভিনেতা’ৰ তালিকাত অন্তৰ্ভুক্ত হৈছে অসমৰ তাৰকা অভিনেতা আদিল হুছেইনৰ নাম।

ফৰ্বছৰ হিন্দী মনোৰঞ্জন উদ্যোগৰ আঠগৰাকী ‘অসাধাৰণ অভিনেতা’ৰ তালিকাত স্থান লাভ কৰিছে আদিল হুছেইনে।

অক্ষয় কুমাৰ অভিনীত বলীউদৰ ছবি ‘বেল বটম’ত কৰা অভিনয়ৰ বাবে তালিকাত স্থান লাভ কৰিছে আদিল হুছেইনে।

Also Read: নৱবৰ্ষৰ প্ৰথম দিনটোতে বিবাহপাশত আৱদ্ধ হ’ল ‘দেৱো কা দেৱ-মহাদেৱ’ খ্যাত অভিনেতা মোহিত

‘’তেওঁ বেল বটমত ভাৰতীয় চোৰাংচোৱা সংস্থাৰ মুৰব্বীৰ ভূমিকা ৰূপায়ন কৰিছে আৰু এইটোৱে ছবিখনক অন্য এক মাত্ৰা দিছে,’’- ফৰ্বছৰ এক লিখনিত কোৱা হৈছে।

ইয়াত লগতে  কোৱা হৈছে, ‘’পাৰ্শ্ব চৰিত্ৰৰ বাবে দৃষ্টি আকৰ্ষণ কৰাটো সহজ নহয়। যেতিয়া অক্ষয় কুমাৰে মুখ্য চৰিত্ৰটো ৰূপায়ন কৰিছে তাত এইটো আৰু কঠিন। অৱশ্যে আদিল হুছেইনে সেইটো সম্ভৱ কৰি তুলিছে।‘’

‘’তেওঁৰ চৰিত্ৰটো এক সীমাৱদ্ধতাৰ মাজেৰে আগবাঢ়িছে আৰু হুছেইনে তাক অত্যন্ত সজীৱ ৰূপত ফুটাই তুলিছে,’’-ফৰ্বছৰ লিখনিটোত কোৱা হৈছে।

Also Read: জেকুলিনৰ সৈতে আছিল প্ৰেমৰ সম্পৰ্ক; দাবী প্ৰতাৰণাৰ গোচৰত অভিযুক্ত সুকেশৰ

ফৰ্বছৰ এই তালিকাত স্থান লাভ কৰা আন অভিনেতা কেইগৰাকী হ’ল- আশুতোষ ৰাণা, সুপ্ৰিয়া পাঠক, অভিষেক বেনাৰ্জী, জিমি শ্বেৰগিল, ছিকন্দৰ খেৰ, মানৱ কৌল আৰু অম্ৰুতা সুভাষ।

Recent News

আৰক্ষীৰ নাকৰ তলতে এখন বিশ্ববিদ্যালয়ৰ মাটি দখলৰ চেষ্টা ভূ-মাফিয়াৰ!

আৰক্ষীৰ নাকৰ তলতে এখন বিশ্ববিদ্যালয়ৰ মাটি দখলৰ চেষ্টা ভূ-মাফিয়াৰ!

উদয়ীমান ছবি পৰিচালক মহৰ্ষি তুহিন কাশ্যপৰ সৈতে অলপ আলাপ

উদয়ীমান ছবি পৰিচালক মহৰ্ষি তুহিন কাশ্যপৰ সৈতে অলপ আলাপ

গুৱাহাটী বিশ্ববিদ্যালয় : যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ প্ৰাক্তন শিক্ষাৰ্থীৰ সতীৰ্থ সন্মিলন

গুৱাহাটী বিশ্ববিদ্যালয় : যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ প্ৰাক্তন শিক্ষাৰ্থীৰ সতীৰ্থ সন্মিলন

তুৰস্ক আৰু ছিৰিয়াৰ ভূমিকম্প : মৃতকৰ সংখ্যা ৮ হাজাৰলৈ বৃদ্ধি! উদ্ধাৰ অভিযানত বতৰৰ বিঘিনি

তুৰস্ক আৰু ছিৰিয়াৰ ভূমিকম্প : মৃতকৰ সংখ্যা ৮ হাজাৰলৈ বৃদ্ধি! উদ্ধাৰ অভিযানত বতৰৰ বিঘিনি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd