• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 22, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভাৰতৰ একমাত্ৰ বিধৱা গাঁওখন : কি কাৰণে জীয়াই নাথাকে পুৰুষ?  জানিলে আচৰিত হ’ব আপুনি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 19, 2023 7:43 pm
38.2k
VIEWS
Share on FacebookShare on Twitter

আমাৰ দেশত হাজাৰ হাজাৰ গাঁও আছে। কিন্তু সেই গাঁওবোৰৰ ভিতৰত কিছুমান গাঁও আছে যিবোৰ নিজৰ বৈশিষ্ট্যৰ বাবে বিখ্যাত বা কুখ্যাত হৈ পৰে।

আমি আপোনালোকৰ সন্মুখত এনে এখন গাঁৱৰ কথা ক’বলৈ ওলাইছোঁ, যাক কোৱা হয় “বিধৱাৰ গাঁও”। 

এই গাঁওখনৰ নামটোৰ আঁৰত এটা আচৰিত কাৰণ আছে। প্ৰথমে কওঁ যে এই গাঁওখন ৰাজস্থানত অৱস্থিত। আটাইতকৈ উল্লেখযোগ্য কথাটো হ’ল এই গাঁৱৰ বেছিভাগ পুৰুষৰ মৃত্যু হৈছে। এই মৃত্যুৰ বিষয়ে সকলোৱে সচেতন হ’লেও কোনো উচিত উদ্যোগ নোলোৱাৰ বাবে এই অঞ্চলটো বিধৱা গাঁৱত পৰিণত হৈছে। ৰাজস্থানৰ বুণ্ডী জিলাৰ বুধুপুৰা গাঁওখন বিধৱা গাঁও বুলি চিনাক্ত কৰা হৈছে।

গাঁওখনত থকা খনিবোৰত কাম কৰি থকাৰ সময়তে বেছিভাগ পুৰুষৰ মৃত্যু হয়। ইয়াৰ উপৰিও তাত থকা অধিকাংশ জনসংখ্যা চিলিকোচিছ ৰোগত আক্ৰান্ত। এই ৰোগে অহৰহ প্ৰাণ কাঢ়ি নিছে পুৰুষ সকলৰ। 

সংবাদ মাধ্যমৰ খবৰ অনুসৰি ৰাজস্থানৰ বুধপুৰা গাঁৱত বৃহৎ পৰিসৰত শিলৰ খনন কৰা হয়। ইফালে শিল থেতেলোৱাৰ সময়ত নিৰ্গত হোৱা চিলিকাৰ ধূলি শ্ৰমিকৰ শৰীৰত প্ৰৱেশ কৰি তেওঁলোকৰ হাওঁফাওঁত সংক্ৰমণ ঘটায়। তেওঁলোকে ৰোগৰ বিষয়ে কিবা উপলব্ধি কৰাৰ আগতেই শাৰীৰিক অৱস্থাৰ অৱনতি ঘটে। এনে ক্ষেত্ৰত সময়মতে চিকিৎসা নোপোৱাৰ বাবে তেওঁলোকৰ মৃত্যু হয়।

ইফালে এই শিল কুৱেৰীত কামৰ বাবে শ শ পৰিয়ালৰ জীৱন ধ্বংস হোৱাৰ অভিযোগ উত্থাপন হৈছে যদিও চৰকাৰ বা শিলৰ মালিকৰ কোনো সহায় নাই। অৱশ্যে কিছুমান সংগঠনে তেওঁলোকক সহায় কৰিবলৈ আগবাঢ়ি আহে। আনকি এই কোম্পানীসমূহে এই শ্ৰমিকসকলৰ সঠিক অধিকাৰৰ বাবে যুঁজি থকাটোও জনা যায়।

Recent News

অনুসূচিত জনজাতিৰ স্বীকৃতি আৰু ভূমিৰ অধিকাৰৰ দাবীত আদিবাসী ছাত্ৰ সন্থাৰ কোকৰাঝাৰত বিশাল প্ৰতিবাদ

অনুসূচিত জনজাতিৰ স্বীকৃতি আৰু ভূমিৰ অধিকাৰৰ দাবীত আদিবাসী ছাত্ৰ সন্থাৰ কোকৰাঝাৰত বিশাল প্ৰতিবাদ

চলিত বছৰৰ এপ্ৰিল-জুন মাহত ১৫,৮৫১ কোটি টকাৰ কৰ ফাঁকি ৩,৫৫৮ টা অস্তিত্বহীন সংস্থাৰ

চলিত বছৰৰ এপ্ৰিল-জুন মাহত ১৫,৮৫১ কোটি টকাৰ কৰ ফাঁকি ৩,৫৫৮ টা অস্তিত্বহীন সংস্থাৰ

হাতী-মানুহৰ সংঘাত তীব্ৰতৰ হৈছে দক্ষিণ গাৰো পাহাৰত! দৈনিক হাতীৰ আক্ৰমণৰ সন্মুখীন গাওঁবাসী

হাতী-মানুহৰ সংঘাত তীব্ৰতৰ হৈছে দক্ষিণ গাৰো পাহাৰত! দৈনিক হাতীৰ আক্ৰমণৰ সন্মুখীন গাওঁবাসী

ৰাষ্ট্ৰীয় মহাসংঘ মানৱাধিকাৰ পৰিষদৰ ৰাষ্ট্ৰীয় জ্যেষ্ঠ উপসভাপতিৰ দায়িত্ব ড০ দিব্যজ্যোতি শইকীয়াক

ৰাষ্ট্ৰীয় মহাসংঘ মানৱাধিকাৰ পৰিষদৰ ৰাষ্ট্ৰীয় জ্যেষ্ঠ উপসভাপতিৰ দায়িত্ব ড০ দিব্যজ্যোতি শইকীয়াক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd