• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চলিত বছৰৰ এপ্ৰিল-জুন মাহত ১৫,৮৫১ কোটি টকাৰ কৰ ফাঁকি ৩,৫৫৮ টা অস্তিত্বহীন সংস্থাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 22, 2025 2:58 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চলিত বিত্তীয় বৰ্ষৰ এপ্ৰিল-জুনৰ সময়ছোৱাত  ৩৫৫৮টা ভুৱা আৰু অস্তিত্বহীন সংস্থাই মিছা আশ্ৰয় লৈ ১৫,৮৫১ কোটি টকাৰ ইনপুট টেক্স ক্ৰেডিট আদায় কৰা বুলি এছ টিৰ বিষয়াসকলৰ দৃষ্টিগোচৰ হৈছে। যোৱা বছৰৰ একে সময়ছোৱাত সংগ্ৰহ কৰা ইনপুট টেক্স ক্ৰেডিটতকৈ এই পৰিমাণ ২৯ শতাংশ বেছি বুলি তেওঁলোকে দাবী কৰে।

কেন্দ্ৰৰ লগতে দেশৰ বিভিন্ন ৰাজ্যৰ জি এছ টি বিষয়াসকলে ২০২৫-২৬ বিত্তীয় বৰ্ষৰ প্ৰথম তিনিমাহত ৩৫৫৮টা ভুৱা সংস্থাৰ সন্ধান লাভ কৰিছে। অৱশ্যে যোৱা বিত্তীয় বৰ্ষৰ প্ৰথম তিনিমাহত এই সংখ্যা বেছি আছিল—৩,৮৪০ টা।

Apply Now

গোৱাৰ মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্তৰ নেতৃত্বত বিভিন্ন ৰাজ্যৰ বিত্তমন্ত্ৰীসকলে গঠন কৰা এটা পেনেলে বিভিন্ন ক্ষেত্ৰত কৰ ফাঁকিৰ পৰিসৰৰ তদন্ত কৰি আছে আৰু ইনপুট টেক্স ক্ৰেডিটৰ বাবে আৱেদন কৰাত কিমান পৰিমাণৰ জালিয়াতি হৈছে সেই বিষয়েও চোৱাচিতা কৰা হৈছে।

জি এছ টিৰ এজন বিষয়াৰ মতে, “গড়ে প্ৰতিমাহে ১২০০টা ভুৱা সংস্থা পোৱা গৈছে। এপ্ৰিল-জুনৰ সময়ছোৱাত ধৰা পৰা ভুৱা সংস্থাৰ সংখ্যা অৱশ্যে যোৱা বছৰৰ এপ্ৰিল-জুনতকৈ কম। ইয়াৰ পৰা স্পষ্টকৈ দেখা যায় যে ভুৱা জি এছ টি পঞ্জীয়নৰ বিৰুদ্ধে আমাৰ অভিযানে কাম কৰি আছে।’

চলিত বিত্তীয় বৰ্ষৰ এপ্ৰিল-জুনৰ ভিতৰত ভুৱা সংস্থা সৃষ্টি আৰু ভুৱা মিছীৰ আশ্ৰয় লৈ ইনপুট টেক্স ক্ৰেডিট দাবী কৰা ৫৩ জন লোকক গ্ৰেপ্তাৰ কৰিছে জি এছ টিৰ বিষয়াসকলে। তেওঁলোকৰ পৰা ৬৫৯ কোটি টকা সংগ্ৰহ কৰা হৈছে।

যোৱা বিত্তীয় বৰ্ষৰ একে সময়ছোৱাতে জি এছ টিৰ বিষয়াসকলে ২৬জন লোকৰ পৰা ৫৪৯ কোটি টকা সংগ্ৰহ কৰিছিল।

সামগ্ৰী আৰু সেৱা কৰৰ অধীনত যোগানকাৰীৰ পৰা সামগ্ৰী ক্ৰয় কৰাৰ সময়ত ব্যৱসায়ীয়ে দিয়া কৰক ইনপুট কৰ ক্ৰেডিট হিচাপে গণ্য কৰা হয়। সামগ্ৰী বিক্ৰীৰ পিছত চূড়ান্ত উৎপাদন কৰ পৰিশোধ কৰাৰ সময়ত ইয়াক ঘূৰাই পোৱাৰ বাবে দাবী কৰিব পাৰি।

ভুৱা সংস্থা সৃষ্টি কৰি ইনপুট টেক্স ক্ৰেডিট দাবী কৰাৰ প্ৰৱণতা জি এছ টিৰ বিষয়াসকলৰ মূৰৰ কামোৰণিৰ অন্যতম কাৰণ। জি এছ টিৰ বিষয়াসকলে দাবী কৰিছে যে এই ধৰণৰ কৰ ফাঁকিৰ ফলত দেশৰ ৰাজহত ব্যাপক ক্ষতি হয়।

যোৱা বিত্তীয় বৰ্ষত জি এছ টিৰ বিষয়াসকলে মুঠ ২৫,০০৯টা ভুৱা সংস্থা বিচাৰি পাইছিল। যাৰ জৰিয়তে অনৈতিক উপায়েৰে ৬১,৫৪৫ কোটি টকাৰ ইনপুট টেক্স ক্ৰেডিট সংগ্ৰহ কৰা হৈছিল।

ভুৱা জি এছ টি পঞ্জীয়ন ৰোধৰ বাবে দেশজুৰি দুটাকৈ অভিযান চলায় কৰ বিষয়াসকলে। ২০২৩ চনৰ ১৬ মে’ৰ পৰা ১৫ জুলাইলৈ চলোৱা প্ৰথমটো অভিযানত ২১,৭৯১টা অস্তিত্বহীন সংস্থা উদ্ধাৰ কৰা হয়। সেই অভিযানত কৰ বিভাগে ২৪,০১০ কোটি টকাৰ কৰ ফাঁকিও পাইছিল।

২০২৪ চনৰ ১৬ এপ্ৰিলৰ পৰা ৩০ অক্টোবৰলৈ চলোৱা দ্বিতীয়টো অভিযানত ১৮ হাজাৰ ভুৱা জি এছ টি পঞ্জীয়নভুক্ত সংস্থা উদ্ধাৰ হয়। যিয়ে মুঠ ২৫ হাজাৰ কোটি টকাৰ কৰ ফাঁকি দিছিল। ইয়াৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰই জি এছ টি পঞ্জীয়ন প্ৰক্ৰিয়া কটকটীয়া কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সাৱধান! নামী কোম্পানীৰ লেবেল লগাই বিক্ৰী কৰিছে ভুৱা ঔষধ; আৰক্ষীৰ জালত বৃহৎ প্ৰৱঞ্চক চক্ৰ

সাৱধান! নামী কোম্পানীৰ লেবেল লগাই বিক্ৰী কৰিছে ভুৱা ঔষধ; আৰক্ষীৰ জালত বৃহৎ প্ৰৱঞ্চক চক্ৰ

August 19, 2026 12:52 pm
কলকাতাৰ হোটেলত ভয়ংকৰ অগ্নিকাণ্ড: বাংলাদেশী নাগৰিকসহ ৯ জনৰ মৃত্যু, এচি বিস্ফোৰণৰ সন্দেহ

কলকাতাৰ হোটেলত ভয়ংকৰ অগ্নিকাণ্ড: বাংলাদেশী নাগৰিকসহ ৯ জনৰ মৃত্যু, এচি বিস্ফোৰণৰ সন্দেহ

August 19, 2026 11:34 am
কাজিৰঙাৰ সুৰক্ষা-বলয়

কাজিৰঙাৰ সুৰক্ষা-বলয়

August 19, 2026 10:37 am
এন টি এ-ত বৃহৎ সংস্কাৰ: ৬০০ বিশেষজ্ঞ অপসাৰণ, সুৰক্ষাৰ দায়িত্বত কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বল

এন টি এ-ত বৃহৎ সংস্কাৰ: ৬০০ বিশেষজ্ঞ অপসাৰণ, সুৰক্ষাৰ দায়িত্বত কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বল

August 19, 2026 9:11 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সাৱধান! নামী কোম্পানীৰ লেবেল লগাই বিক্ৰী কৰিছে ভুৱা ঔষধ; আৰক্ষীৰ জালত বৃহৎ প্ৰৱঞ্চক চক্ৰ

সাৱধান! নামী কোম্পানীৰ লেবেল লগাই বিক্ৰী কৰিছে ভুৱা ঔষধ; আৰক্ষীৰ জালত বৃহৎ প্ৰৱঞ্চক চক্ৰ

August 19, 2026 12:52 pm
কলকাতাৰ হোটেলত ভয়ংকৰ অগ্নিকাণ্ড: বাংলাদেশী নাগৰিকসহ ৯ জনৰ মৃত্যু, এচি বিস্ফোৰণৰ সন্দেহ

কলকাতাৰ হোটেলত ভয়ংকৰ অগ্নিকাণ্ড: বাংলাদেশী নাগৰিকসহ ৯ জনৰ মৃত্যু, এচি বিস্ফোৰণৰ সন্দেহ

August 19, 2026 11:34 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd