• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, June 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

প্ৰস্তাৱিত শান্তি আলোচনা সন্দৰ্ভত পৰেশ বৰুৱা: ‘সাৰ্বভৌমত্বৰ বিষয়টো ত্যাগ কৰিব নোৱাৰি’

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 17, 2022 7:54 pm
Paresh-Baruah-750x375

ফাইল ফটো।

310
VIEWS
Share on FacebookShare on Twitter

বৃহস্পতিবাৰে আলফা স্বাধীনে স্পষ্ট কৰি দিয়ে যে শান্তি আলোচনাৰ বাবে তেওঁলোকে সাৰ্বভৌমত্বৰ বিষয়টো ত্যাগ নকৰে।আলফা স্বাধীনৰ মুৰব্বী পৰেশ বৰুৱাই নৰ্থইষ্ট নাওৰ সৈতে হোৱা এক বিশেষ বাৰ্তালাপত এই কথা ব্যক্ত কৰে।

আলফা স্বাধীনৰ মুৰব্বী পৰেশ বৰুৱাই কয়, “যিকোনো পৰিস্থিতিত আমি সাৰ্বভৌমত্বৰ বিষয়টো ত্যাগ নকৰোঁ।”

তেওঁ লগতে কয়, “এই বিষয়টোৰ বাবে (সাৰ্বভৌমত্ব) অসম তথা আলফা স্বাধীনৰ বহু সদস্যই প্ৰাণ আহুতি দিছে। সেয়েহে, শান্তি আলোচনাৰ বাবে এই বিষয়টো ত্যাগ কৰিব নোৱাৰি।”

“অসম ৰাজনৈতিকভাৱে স্বাধীন নোহোৱালৈকে অৰ্থনৈতিকভাৱে স্বাধীন হ’ব নোৱাৰে,”-পৰেশ বৰুৱাই কয়।

লগতে পঢ়ক: অসমৰ বজাৰলৈ আহিল জেলেনস্কি

অৱশ্যে, পৰেশ বৰুৱাই কয় যে আলফা স্বাধীনে আলোচনাৰ মেজত সাৰ্বভৌমত্বৰ বিষয়টো আলোচনা কৰিবলৈ সাজু আছে।

“আলোচনাৰ মেজত সাৰ্বভৌমত্বৰ বিষয়টো আলোচনা কৰোঁতে যুক্তিতৰ্ক হ’ব পাৰে। কিন্তু আলোচনা আগবাঢ়িব লাগিব,” পৰেশ বৰুৱাই কয়।

আলফা স্বাধীনৰ মুৰব্বীগৰাকীয়ে লগতে কয় যে তেওঁ শীঘ্ৰেই শান্তি আলোচনা আৰম্ভ কৰাৰ বাবে আশাবাদী।

“কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত বৰ্তমানৰ মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে আলফা স্বাধীনৰ সৈতে প্ৰস্তাৱিত শান্তি আলোচনা আৰম্ভ কৰাৰ ইচ্ছা প্ৰকাশ কৰিছে,” বৰুৱাই কয়।

তেওঁ লগতে কয়, “ভাৰত চৰকাৰৰ সৈতে প্ৰস্তাৱিত শান্তি আলোচনাৰ প্ৰতি আলফা স্বাধীনে মুক্ত মনেৰে আগবাঢ়িছে।”

লগতে পঢ়ক: বংগোপসাগৰত বৃদ্ধি পাইছে বছৰৰ প্ৰথমটো ঘূৰ্ণীবতাহৰ শক্তি; ক’ত পৰিব প্ৰভাৱ?

পৰেশ বৰুৱাই লগতে কয় যে আলোচনাপন্থী আলফা আৰু আলফা স্বাধীনৰ সৈতে শান্তি প্ৰক্ৰিয়া একেলগে অনুষ্ঠিত হ’ব নোৱাৰে।

বৰুৱাই কয়, “দুয়োটা সংগঠনৰ সৈতে একেলগে আলোচনা কৰিলে বিশৃংখলতা আৰু ভুল বুজাবুজিৰ সৃষ্টি  হ’ব পাৰে।” 

Recent News

আহমেদাবাদৰ দুৰ্ঘটনাগ্ৰস্ত অভিশপ্ত বিমানখনৰ কোনো যাত্ৰী জীৱিত নাই! দেশজুৰি শোকৰ ছাঁ

আহমেদাবাদৰ দুৰ্ঘটনাগ্ৰস্ত অভিশপ্ত বিমানখনৰ কোনো যাত্ৰী জীৱিত নাই! দেশজুৰি শোকৰ ছাঁ

আহমেদাবাদত দুৰ্ঘটনা পতিত বিমানখনত আছিল উত্তৰ-পূবৰ ২ গৰাকী যুৱতী

আহমেদাবাদত দুৰ্ঘটনা পতিত বিমানখনত আছিল উত্তৰ-পূবৰ ২ গৰাকী যুৱতী

মেডিকেল কলেজৰ হোষ্টেলৰ চাদত পৰিল দুৰ্ঘটনাগ্ৰস্ত বিমানখন; ২০ জন কনিষ্ঠ চিকিৎসকৰ মৃত্যুৰ আশংকা

মেডিকেল কলেজৰ হোষ্টেলৰ চাদত পৰিল দুৰ্ঘটনাগ্ৰস্ত বিমানখন; ২০ জন কনিষ্ঠ চিকিৎসকৰ মৃত্যুৰ আশংকা

বিশ্বজুৰি ১২২ মিলিয়নতকৈ অধিক লোক বলপূৰ্বকভাৱে স্থানচ্যুত হৈছেঃ ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদন

বিশ্বজুৰি ১২২ মিলিয়নতকৈ অধিক লোক বলপূৰ্বকভাৱে স্থানচ্যুত হৈছেঃ ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd