• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 20, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নগাঁৱৰ মৃত্যু হোৱা বুলি সন্দেহ কৰা কিশোৰী গুৱাহাটীত উদ্ধাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 20, 2025 3:35 pm
115
VIEWS
Share on FacebookShare on Twitter

নগাঁৱৰ ৰহাৰ নিৰুদ্দিষ্ট কিশোৰী অৱশেষত উদ্ধাৰ হ’ল গুৱাহাটীত। নগাঁও আৰক্ষীয়ে গুৱাহাটীৰ পৰা উদ্ধাৰ কৰে কিশোৰীগৰাকীক। প্ৰথম অৱস্থাত কিশোৰীগৰাকীৰ মৃত্যু হোৱা বুলি সন্দেহ কৰিছিল আৰক্ষীয়ে।

সোমবাৰে নিশা ডিফলুত উদ্ধাৰ হৈছিল এগৰাকী কিশোৰীৰ মৃতদেহ। মৃতদেহটো উদ্ধাৰ হোৱাৰ পাছতে সৃষ্টি হৈছিল বিভ্ৰান্তি। মৃতদেহটো ৰহাৰ পৰা নিখোঁজ হৈ থকা কিশোৰীগৰাকীৰ বুলি চিনাক্ত কৰিছিল। কিন্তু আজি গুৱাহাটীত জীৱিত অৱস্থাত উদ্ধাৰ কৰা হয় কিশোৰীগৰাকীক।

জানিব পৰা মতে, ১১ জুনত ৰাহুল সিং নামৰ ট্ৰাক চালকৰ সৈতে পলাই গৈছিল ৰহাৰ কিশোৰীগৰাকী। কিশোৰীগৰাকীক আশ্ৰয় দিছিল ধীৰাজ কুমাৰ আৰু নন্দকিশোৰ সিং নামৰ দুজন লোকে। তিনিদিন পূৰ্বে পুনৰ কিশোৰীগৰাকীয়ে গড়চুকত এগৰাকী মহিলাৰ ঘৰত লৈছিল আশ্ৰয়। মহিলাগৰাকীৰ স্বামী পেছাত অটোচালক। আটাইকেইজনকে আটক কৰিছে নগাঁও আৰক্ষীয়ে।

ইফালে, নগাঁৱত মৃত অৱস্থাত উদ্ধাৰ হোৱা যুৱতীগৰাকী সন্দৰ্ভতো আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। মৃত যুৱতীগৰাকীৰ DNA মজুত ৰাখিছে নগাঁও আৰক্ষীয়ে। ইতিমধ্যে যুৱতীগৰাকীৰ মৃতদেহ সৎকাৰ কৰিছিল ৰহাৰ কিশোৰীগৰাকীৰ পৰিয়ালে। সন্দেহৰ আৱৰ্তত সোমাই পৰিছে পৰিয়ালটোৰ ভূমিকা। কোনো পৰিয়ালৰ যুৱতী নিৰুদ্দিষ্ট হ’লে নগাঁও আৰক্ষীক যোগাযোগ কৰিবলৈকো আহ্বান জনাইছে।

Recent News

ডেল্টা বয়িং ৭৬৭ ইঞ্জিন অগ্নিকাণ্ডঃ লছ এঞ্জেলছত জৰুৰীকালীন অৱতৰণ

ডেল্টা বয়িং ৭৬৭ ইঞ্জিন অগ্নিকাণ্ডঃ লছ এঞ্জেলছত জৰুৰীকালীন অৱতৰণ

‘লিভ ইন’ত থকা প্ৰেমিকা আৰক্ষী বিষয়াক হত্যা কৰি থানাত আত্মসমৰ্পণ চি আৰ পি এফ জোৱানৰ

‘লিভ ইন’ত থকা প্ৰেমিকা আৰক্ষী বিষয়াক হত্যা কৰি থানাত আত্মসমৰ্পণ চি আৰ পি এফ জোৱানৰ

বাৰিষাত মৃত্যু উপত্যকালৈ পৰিণত হিমাচল! ভূমিস্খলন আৰু বানত ১১৬ জন লোকৰ এমাহত মৃত্যু, লোকচান ১,২৩০ কোটি টকা

বাৰিষাত মৃত্যু উপত্যকালৈ পৰিণত হিমাচল! ভূমিস্খলন আৰু বানত ১১৬ জন লোকৰ এমাহত মৃত্যু, লোকচান ১,২৩০ কোটি টকা

ব্ৰহ্মপুত্ৰত বিশ্বৰ সৰ্ববৃহৎ নদীবান্ধ নিৰ্মাণৰ কাম আৰম্ভ চীনৰ; জলসংকটৰ আশংকা, উদ্বিগ্ন ভাৰত!

ব্ৰহ্মপুত্ৰত বিশ্বৰ সৰ্ববৃহৎ নদীবান্ধ নিৰ্মাণৰ কাম আৰম্ভ চীনৰ; জলসংকটৰ আশংকা, উদ্বিগ্ন ভাৰত!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd