• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

উগ্ৰপন্থী আক্ৰমণত নিহত কাশ্মীৰী যুৱকৰ ভাতৃক চাকৰিৰ প্ৰস্তাৱ ৱাকফ বৰ্ডৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 2, 2025 9:25 pm
206
VIEWS
Share on FacebookShare on Twitter

জম্মু-কাশ্মীৰৰ পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত ২৬ জন লোক নিহত হ’ল। ইয়াৰে ২৫ জন পৰ্যটক আৰু বাকী এজন স্থানীয় কাশ্মীৰী। আদিল নামৰ যুৱকজনেই আছিল পৰিয়ালটোৰ একমাত্ৰ জীৱিকা। অৱশ্যে তেওঁলোকক ৱাকফ ব’ৰ্ডে সহায় আগবঢ়াইছে।

উগ্ৰপন্থী আক্ৰমণত নিহত আদিল হুছেইন শ্বাহৰ ভাতৃ চৈয়দক চাকৰিৰ প্ৰস্তাৱ দিছে জম্মু-কাশ্মীৰ ৱাকফ ব’ৰ্ডে। অৱশ্যে তেওঁক কি চাকৰি দিয়া হৈছে সেয়া এতিয়াও স্পষ্ট হোৱা নাই। এই চাকৰিৰ প্ৰস্তাৱত আদিলৰ পৰিয়ালে সন্মতি দিছে নে নাই সেয়া এতিয়াও জানিব পৰা হোৱা নাই।

অৱশ্যে স্থানীয় সূত্ৰৰ মতে তেওঁলোকৰ বৰ্তমানৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকে হয়তো এই চাকৰিৰ প্ৰস্তাৱ গ্ৰহণ কৰিব। আগন্তুক কেইদিনমানৰ ভিতৰতে বিষয়টো স্পষ্ট কৰি দিয়া হ’ব।

সন্ত্ৰাসবাদী আক্ৰমণত নিহতসকলৰ পৰিয়ালে দাবী কৰিছে যে সন্ত্ৰাসবাদীয়ে নিৰ্বাচিতভাৱে হিন্দুক হত্যা কৰিছিল। গতিকে আদিলক কিয় হত্যা কৰিলে? আচলতে আদিলে উগ্ৰপন্থীক বাধা দিছিল।

কোনো কোনোৱে কয় যে তেওঁ আনকি উগ্ৰপন্থীৰ পৰা বন্দুক কাঢ়ি নিবলৈও চেষ্টা কৰে। গতিকে উগ্ৰপন্থীয়ে তেওঁক ‘কাফিৰ’ বুলি কৈ হত্যা কৰিলে।

Recent News

দুযোৰ গ্ৰীষ্মকালীন বিশেষ ৰে’লসেৱাৰ চলাচলৰ সময়সীমা বৃদ্ধি কৰিলে উত্তৰ পূব সীমান্ত ৰে’লৱেই

দুযোৰ গ্ৰীষ্মকালীন বিশেষ ৰে’লসেৱাৰ চলাচলৰ সময়সীমা বৃদ্ধি কৰিলে উত্তৰ পূব সীমান্ত ৰে’লৱেই

দুদিনত ৯১ হাজাৰ কিউচেক হ্ৰাস পাইছে চন্দ্ৰভাগৰ পানীৰ প্ৰবাহঃ অতি সোনকালে শুকাই যাব পাৰে পাকিস্তান!

দুদিনত ৯১ হাজাৰ কিউচেক হ্ৰাস পাইছে চন্দ্ৰভাগৰ পানীৰ প্ৰবাহঃ অতি সোনকালে শুকাই যাব পাৰে পাকিস্তান!

গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষক দলৰ নতুন মাছৰ প্ৰজাতি আৱিষ্কাৰ

গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষক দলৰ নতুন মাছৰ প্ৰজাতি আৱিষ্কাৰ

কেন্দ্ৰৰ অনুৰোধত কাৰ্বি আংলঙৰ সৌৰ প্ৰকল্প বাতিল এছিয়ান ডেভেলপমেণ্ট বেংকৰ

কেন্দ্ৰৰ অনুৰোধত কাৰ্বি আংলঙৰ সৌৰ প্ৰকল্প বাতিল এছিয়ান ডেভেলপমেণ্ট বেংকৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd