• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

দুদিনত ৯১ হাজাৰ কিউচেক হ্ৰাস পাইছে চন্দ্ৰভাগৰ পানীৰ প্ৰবাহঃ অতি সোনকালে শুকাই যাব পাৰে পাকিস্তান!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 1, 2025 11:38 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘তেজ আৰু পানী একেলগে বৈ যাব নোৱাৰে।‘ এই সতৰ্কবাণী আছিল পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণ আৰু অপাৰেচন সিন্দুৰৰ পাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। সন্ত্ৰাসবাদৰ বংশবৃদ্ধিৰ স্থল পাকিস্তানক ধ্বংস কৰাৰ প্ৰক্ৰিয়াটো ভাৰতে পদে পদে আৰম্ভ কৰিছে নেকি পাকিস্তানে? পাকিস্তানৰ সংবাদ মাধ্যম ‘ড’নে’ চন্দ্ৰভাগক সন্দৰ্ভত পাকিস্তানৰ ‘পানী আৰু শক্তি উন্নয়ন কৰ্তৃপক্ষ’ (WPDA)ৰ এক প্ৰতিবেদনক আলোকপাত কৰিছে। দাবী কৰা হৈছে যে যোৱা দুদিনত চন্দ্ৰভাগ নদীৰ প্ৰবাহ ৯১ হাজাৰ কিউচেক হ্ৰাস পাইছে।

শনিবাৰে চন্দ্ৰভাগ নদীৰ প্ৰবাহৰ প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে যোৱা বৃহস্পতিবাৰে ভাৰতৰ মাজেৰে মৰালা অভিমুখে পানীৰ প্ৰবাহ ৯৮,২০০ কিউচেক। শুকুৰবাৰে ৪৪,৮০০ কিউচেকলৈ হ্ৰাস পায়। শনিবাৰে ই আৰু অধিক হ্ৰাস পাই মাত্ৰ ৭২০০ কিউচেকলৈ নামি আহিল। অৰ্থাৎ মাত্ৰ দুদিনতে পানীৰ সোঁত ৫১ হাজাৰ কিউচেক হ্ৰাস পাইছে। কোৱা বাহুল্য যে নদীৰ সোঁত এনেদৰে কমি গৈ থাকিলে পাকিস্তান অতি সোনকালে শুকান হৈ মৃত্যুমুখত পৰিব। এই ঘটনাক লৈ পাকিস্তান চৰকাৰে ভাৰতৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিবলৈ আৰম্ভ কৰিছে।

Apply Now

ভাৰতৰ এই পদক্ষেপত ক্ষুব্ধ হৈ পাকিস্তানৰ এজন শীৰ্ষ বিষয়াই ডনক কয়, “ভাৰতে চন্দ্ৰভাগ নদীৰ পানীৰ প্ৰবাহ বন্ধ কৰি দিছে। বৰ্তমান তেওঁলোকে সেই পানী নিজৰ বিভিন্ন বান্ধ বা জলবিদ্যুৎ প্ৰকল্পত জমা কৰি ৰাখিছে। তেওঁলোকে আমাৰ পানী ব্যৱহাৰ কৰিছে। এইটো অন্যায়। আমি এই কথা কোনো ধৰণে মানি নলওঁ।” জানিব পৰা মতে পাকিস্তানেও এই বিষয়ত ৰাষ্ট্ৰসংঘৰ ওচৰত অভিযোগ দাখিল কৰিছে। মন কৰিবলগীয়া যে চন্দ্ৰভাগ অৱবাহিকাত ভাৰতৰ তিনিটা গুৰুত্বপূৰ্ণ জলবিদ্যুৎ শক্তি প্ৰকল্প আছে। এইবোৰ হ’ল পাকল দুল বান্ধ, ৰামবানেৰ বাগলীহাৰ বান্ধ আৰু ছালাল বান্ধ। প্ৰতিটো বান্ধৰ পানী ধৰি ৰখাৰ ক্ষমতা প্ৰায় ৩ লাখ একৰ ফুট। ইয়াৰ পৰা হাজাৰ হাজাৰ মেগাৱাট জলবিদ্যুৎ শক্তি উৎপাদন হয়। পাকিস্তানে অভিযোগ কৰিছে যে এই সকলোবোৰ বান্ধতে চন্দ্ৰভাগৰ পানী জমা কৰি ৰখা হৈছে।

উল্লেখ্য যে ,২২ এপ্ৰিলত পেহেমগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰতে পাকিস্তানৰ বিৰুদ্ধে অস্ত্ৰ লৈছিল।১৯৬০ চনৰ নেহৰু যুগৰ ভাৰত-পাকিস্তান সিন্ধু জল ভাগ-বতৰা চুক্তি স্থগিত ৰখা হৈছিল। বিশ্ব বেংকৰ মধ্যস্থতাত স্বাক্ষৰিত এই দ্বিপাক্ষিক চুক্তি অনুসৰি সিন্ধু আৰু ইয়াৰ উপনৈ দুখন ঝেলুম আৰু চন্দ্ৰভাগৰ জলসীমাৰ ওপৰত পাকিস্তানৰ অধিকাৰ আৰু কৰ্তৃত্ব থাকিব। ভাৰতে নিয়ন্ত্ৰণ কৰিব তিনিখন উপনৈ: বিপাশা, ছটলেজ আৰু ইৰাৱতী। মুঠতে সিন্ধু আৰু ইয়াৰ উপনৈসমূহৰ মুঠ পানীৰ ৮০ শতাংশ পাকিস্তানত থাকিব, আৰু ভাৰতত থাকিব মাত্ৰ ২০ শতাংশ। সেই পানীৰ খুন্দাত পাকিস্তানে আতংকিত হৈ পৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm
ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

September 14, 2026 8:29 pm
তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

September 14, 2026 8:18 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd