• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

প্ৰেমিকৰ সৈতে হোটেলৰ কোঠাত হাতে-লোটে ধৰা পেলালে স্বামীয়ে : ১২ ফুট উচ্চতাৰ পৰা জঁপিয়াই পলায়নৰ চেষ্টা মহিলাৰ

নৰ্থ-ইষ্ট নাও, গুৱাহাটী by নৰ্থ-ইষ্ট নাও, গুৱাহাটী
June 18, 2025 2:35 pm
662
VIEWS
Share on FacebookShare on Twitter

বিয়াৰ আগতেও আছিল একাধিক সম্পৰ্ক। বিয়াৰ পিছতো চলাই আহিছিল পৰকীয়া প্ৰেম। পিছে স্বামীয়ে হোটেলৰ কোঠাত হাতে-লোটে ধৰা পেলালে এইগৰাকী মহিলাক। পিছে ধৰা পৰি ভয়তে ১২ ফুট উচ্চতাৰ চিলিঙৰ পৰা জঁপিয়াই দিলে মহিলাগৰাকীয়ে।

সোমবাৰে উত্তৰ প্ৰদেশৰ বাঘপাট জিলাৰ বৰাউট চহৰত সংঘটিত হৈছে এই ঘটনা। ইতিমধ্যে এই ভিডিঅ’ ভাইৰেল হৈ পৰিছে।

ইফালে অভিযুক্ত প্ৰেমিকক স্থানীয় ৰাইজে ধৰি আৰক্ষীক গতাই দিয়ে। কিন্তু আৰক্ষী অহাৰ আগতেই মহিলাগৰাকী পলায়ন কৰে।

জানিব পৰা মতে, সোমবাৰে বৰাউট নগৰৰ চাপৰৌলী পথৰ এখন হোটেলত সংঘটিত হয় এই ঘটনা। আৰক্ষীয়ে জনোৱা মতে, মহিলাগৰাকীয়ে তেওঁৰ প্ৰেমিকৰ সৈতে হোটেলখনলৈ আহিছিল। মহিলাগৰাকীৰ পিছে পিছে আহিছিল স্বামী আৰু শহুৰ।

কিন্তু শহুৰ আৰু স্বামীৰ উপস্থিতিৰ উমান পায় মহিলাগৰাকীয়ে আতংকিত হৈ হোটেলখনৰ ১২ ফুট উচ্চতাৰ চালৰ পৰা জপিয়াই পলায়ন কৰে। ভিডিঅ’ ফুটেজত দেখা গৈছে যে মহিলাগৰাকীয়ে ছাদৰ পৰা জপিয়াই দ্ৰুতগতিত পলায়ন কৰে।

বৰৌত কোটৱালি থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে কয়, ‘অভিযুক্ত প্ৰেমিক শ্বোভিতক গ্ৰেপ্তাৰ কৰি জেৰা কৰা হৈছে। আগতে টুগানা গাঁৱৰ এজন যুৱকে ভাড়াত হোটেলখন চলাইছিল, তেওঁকো সোধা-পোছা কৰা হৈছে।”

স্বামীয়ে আৰক্ষীক দিয়া লিখিত অভিযোগ অনুসৰি তেওঁ ২০১৯ চনত কাকোৰে গাঁৱৰ মহিলাগৰাকীক বিয়া কৰাইছিল আৰু তেওঁলোকৰ এটা সন্তান আছে।

স্বামীয়ে অভিযোগ কৰে যে তেওঁৰ পত্নীৰ ইতিমধ্যে একাধিক পুৰুষৰ সৈতে সম্পৰ্ক আছিল, যিটো বিয়াৰ পিছতো শেষ হোৱা নাছিল। তেওঁ লগতে কয় যে তেওঁৰ পত্নীয়ে তেওঁক মিছা গোচৰৰ ভাবুকি দিছিল আৰু আনকি তেওঁ প্ৰতিবাদ কৰিলে তেওঁক হত্যা কৰাৰ ভাবুকিও দিছিল।

এই নাটকীয় ঘটনাৰ পিছতে স্বামীয়ে নিজৰ প্ৰাণৰ আশংকাত আৰক্ষীৰ পৰা নিৰাপত্তা বিচাৰিছে। ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আছে আৰু অভিযোগৰ ভিত্তিত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি আৰক্ষীয়ে জানিবলৈ দিছে।

Recent News

উচ্চ (কাৰিকৰী) শিক্ষা বিভাগৰ অধীনত ৩৪২ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্র প্রদান মুখ্যমন্ত্ৰীৰ

উচ্চ (কাৰিকৰী) শিক্ষা বিভাগৰ অধীনত ৩৪২ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্র প্রদান মুখ্যমন্ত্ৰীৰ

ফুটবলত বৃহৎ পৰিৱৰ্তন: ২০২৬ বিশ্বকাপৰ পূৰ্বে ১৩৪ বছৰীয়া পেনাল্টি নিয়ম সলনিৰ প্ৰস্তুতি

ফুটবলত বৃহৎ পৰিৱৰ্তন: ২০২৬ বিশ্বকাপৰ পূৰ্বে ১৩৪ বছৰীয়া পেনাল্টি নিয়ম সলনিৰ প্ৰস্তুতি

অসমত গতি লাভ কৰিছে বিত্তীয় অন্তৰ্ভূক্তি অভিযানে : ৰাজ্যিক বেংকাৰ সমিতি

অসমত গতি লাভ কৰিছে বিত্তীয় অন্তৰ্ভূক্তি অভিযানে : ৰাজ্যিক বেংকাৰ সমিতি

ৰূপালী পৰ্দাত দেখিবলৈ পাব ৭০-৮০ দশকৰ অসমৰ নক্সাল আন্দোলনৰ কাহিনী: ১ আগষ্টত মুক্তি লাভ কৰিব নতুন অসমীয়া ছবি “কলাজ”

ৰূপালী পৰ্দাত দেখিবলৈ পাব ৭০-৮০ দশকৰ অসমৰ নক্সাল আন্দোলনৰ কাহিনী: ১ আগষ্টত মুক্তি লাভ কৰিব নতুন অসমীয়া ছবি “কলাজ”

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd