• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

প্ৰেমত মচগুল হৈও বিয়ালৈ ভয় শ্ৰুতিৰ; অসমৰ বোৱাৰী হ’বলৈ আৰু কিমান দিন?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 19, 2023 9:42 am
1.7k
VIEWS
Share on FacebookShare on Twitter

দক্ষিণৰ ছুপাৰষ্টাৰ কমল হাছানৰ কন্যা মোহময়ী অভিনেত্ৰী শ্ৰুতি হাছানে দীৰ্ঘদিন ধৰি অসমৰ শান্তনু হাজৰিকাৰ সৈতে প্ৰেম কৰি আহিছে। সিহঁতে কেতিয়াও নিজৰ সম্পৰ্ক লুকুৱাই ৰখা নাই। কিন্তু এই জনপ্ৰিয় তাৰকা যুটীয়ে কেতিয়া বিয়াত বহিব?  বিবাহ সম্পৰ্কে কি ক’লে শ্ৰুতিয়ে?

সংবাদ মাধ্যমৰ বাতৰি মতে, বিবাহৰ প্ৰশ্নক লৈ অভিনেত্ৰীগৰাকীয়ে কয় যে ‘বিবাহ শব্দটোলৈ মোৰ বৰ ভয় লাগে। বিয়াৰ লগত ইমানবোৰ কথা জড়িত হৈ আছে যে এই বিষয়ে ভাবিবলৈও মন নাযায়। মই তেওঁৰ সৈতে ভালে আছো, একেলগে ভাল কাম কৰিছো, ভাল সময় কটাইছো। এইটো বিয়াতকৈ বহুত ভাল নহয়নে?’

শান্তনুৰ সৈতে থকা সম্পৰ্কৰ কথা কওঁতে শ্ৰুতিয়ে কয়, ‘তেওঁ আৰু মই নিজৰ নিজৰ ধৰণেৰে জীৱন কটাওঁ। আমি কোনো সামাজিক নীতি-নিয়মৰ বন্ধনত মেৰ খোৱা নাই। আমাৰ বিবাহৰ বিষয়ে মানুহে কি ভাবে বা কি নাভাবে সেই কথাও  নাভাবো। আমি যেতিয়ালৈকে ভাল বন্ধু হৈ আছো, ইজনে সিজনৰ কাষত থিয় দিছো, ইজনে সিজনক সন্মান কৰিছো তেতিয়ালৈকেতো মই কোনো সমস্যা দেখা নাপাওঁ।’

প্ৰেমিক শান্তনু হাজৰিকাৰ সৈতে শ্ৰুতি হাছান। ফটোঃ সংগ্ৰহীত।

অভিনেত্ৰীগৰাকীয়ে লগতে কয়, ‘আমি কঠিন সময়ত ইজনে সিজনৰ কাষত থিয় দিওঁ। সংগ্ৰামৰ সময়ত আপোনাৰ কাষত কোনোবা এজন থাকিলে ভাল লাগে।’

উল্লেখ্য যে শ্ৰুতি হাছান আৰু অসমৰ শিল্পী শান্তনু হাজৰিকাৰ মাজৰ প্ৰেম সম্পৰ্ক ইতিমধ্যে সৰ্বজনবিদিত আৰু তেওঁলোকেও ইয়াক কোনোদিন লুকাই ৰখা নাই। শ্ৰুতি আৰু শান্তনু একেলগে অসমলৈ আহিছে। অসমৰ প্ৰতি শ্ৰুতিৰ ভালপোৱাৰ কথাও তেওঁ জনাইছে।

প্ৰেমিক শান্তনু হাজৰিকাৰ সৈতে শ্ৰুতি হাছান। ফটোঃ সংগ্ৰহীত।

স্বাভাৱিকতে দুয়ো নিজৰ কামত অতি ব্যস্ত। বিয়া বা সংসাৰৰ চিন্তাত ডুব যাবলৈ এতিয়া যে সময়ৰ বৰ অভাৱ। অৱশ্যে দুয়ো প্ৰেমত পৰিপূৰ্ণ আৰু সময় উলিয়াই অন্তৰংগ মুহূৰ্তবোৰ উপভোগো কৰিছে। সেয়ে, বিয়াৰ কথা নহয়, প্ৰেমৰ সম্পৰ্ক অটুট ৰখাৰ ওপৰতে দুয়োৱে অধিক গুৰুত্ব দিছে।  

ইপিনে, শ্ৰুতিক পৰৱৰ্তী সময়ত প্ৰভাসৰ সৈতে ‘ছালাৰ’ ছবিখনত দেখা যাব।

Recent News

সৰুজানে পূৰ কৰিলে ৰাইজৰ আশা! কোন এই সৰুজান জানো আহক

সৰুজানে পূৰ কৰিলে ৰাইজৰ আশা! কোন এই সৰুজান জানো আহক

ৰাষ্ট্ৰীয় সন্মানেৰে সন্ত্ৰাসবাদীক শেষ বিদায়; পাকিস্তানী সেনা-প্ৰশাসনৰ উপস্থিতিক লৈ তীব্ৰ প্ৰতিক্ৰিয়া ভাৰতৰ

ৰাষ্ট্ৰীয় সন্মানেৰে সন্ত্ৰাসবাদীক শেষ বিদায়; পাকিস্তানী সেনা-প্ৰশাসনৰ উপস্থিতিক লৈ তীব্ৰ প্ৰতিক্ৰিয়া ভাৰতৰ

হতাশ অনুৰাগী! ‘বিৰাট’ যুগৰ অৱসান; টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ ‘কিং’ কোহলীৰ

হতাশ অনুৰাগী! ‘বিৰাট’ যুগৰ অৱসান; টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ ‘কিং’ কোহলীৰ

কৰাচী ধ্বংস কৰিবলৈ সাজু আছিল ভাৰতীয় নৌসেনা: সংবাদমেলত সদৰী কৰিলে ভাইচ এডমিৰেলে

কৰাচী ধ্বংস কৰিবলৈ সাজু আছিল ভাৰতীয় নৌসেনা: সংবাদমেলত সদৰী কৰিলে ভাইচ এডমিৰেলে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd