• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অচিৰেই ভাৰতত মুকলি হ’ব বিশ্বৰ আটাইতকৈ বৃহৎ ক্ৰিকেট ষ্টেডিয়ামখন

ষ্টেডিয়ামখনত এছিয়া একাদশ আৰু বিশ্ব একাদশৰ মাজত অনুষ্ঠিত হ'ব প্ৰথমখন উদ্বোধনী মেচ

এন ই নাও নিউজ by এন ই নাও নিউজ
December 5, 2019 4:33 pm
The-worlds-largest-cricket-stadium-in-India-can-restart-matches-within-30-minutes-of-rain2

ফটো: টুইটাৰৰ সৌজন্যত

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

 

অচিৰেই ভাৰতত বিশ্বৰ ভিতৰতে আটাইতকৈ বৃহৎ ক্ৰিকেট ষ্টেডিয়ামখন মুকলি হ’ব।

বিশ্বৰ আটাইতকৈ বৃহৎ হোৱাৰ উপৰি গুজৰাটৰ আহমেদাবাদৰ ওচৰৰ মটেৰাৰ চৰ্দাৰ পেটেল ষ্টেডিয়ামত তিনিখন ভিন্ন ধৰণৰ পিট্ছ থাকিব।

সেইবোৰ বাউন্সি, স্পীন ফ্ৰেইণ্ডলি বা  ফাষ্ট বলাৰ আৰু স্পীনাৰ দুয়োধৰণৰ বলাৰৰ সহায়ক হ’ব।

প্ৰকল্পটো ৰূপায়ন কৰা গুজৰাট ক্ৰিকেট এছোচিয়েশ্যনে (জি চি এ) মুঠতে ১১খন পিট্ছ তৈয়াৰ কৰি আছে।

‘’কিছুমান পিট্ছ ৰঙা মাটিৰে প্ৰস্তুত কৰা হ’ব। আন কিছুমান ক’লা মাটি আৰু কিছুমান দুয়োটাৰে সংমিশ্ৰণত প্ৰস্তুত কৰা হ’ব। ইয়াৰ বাউন্সি আৰু স্পীন সহায়ক পিট্ছৰ লগতে প্ৰয়োজন অনুসৰি স্পৰ্টিং পিট্ছ তৈয়াৰ কৰা হ’ব,’’- জিচিএৰ উপ সভাপতি ধনৰাজ নাথৱনিয়ে সংবাদ মাধ্যমক এইদৰে জানিব দিয়ে।

The world’s largest cricket stadium at Ahmedabad with a capacity to host 1.10 lakh fans is likely to be ready to host its first match by March. The new Sardar Patel stadium can seat more fans than Australia’s Melbourne Cricket Ground which has capacity of just over a lakh. pic.twitter.com/0DnFNoicGp

— Gujarat Information (@InfoGujarat) December 2, 2019

তদুপৰি, ইয়াৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিশটো হ’ব যে বৰষুণৰ পানী ৩০ মিনিটৰ ভিতৰতে সিচি উলিয়াই দিব পৰাকৈ নলাৰ সুবিধা থাকিব।

নাথৱনিয়ে জানিব দিয়ে যে জিচিএই বৰষুণ বন্ধ হোৱাৰ ৩০ মিনিটৰ ভিতৰত গোটেই খেলপথাৰখন শুকাবলৈ এক উপৰিভাগৰ দাঁতিয়েদি নলা ব্যৱস্থাৰ পৰিকল্পনা কৰা হৈছে।

এই ব্যৱস্থাটোৰ ফলত বৰষুণৰ বাবে মেচ বাতিল হোৱাৰ সম্ভাৱনা হ্ৰাস পাব।

ষ্টেডিয়ামখনত ২০২০’ৰ মাৰ্চত প্ৰথমখন উদ্বোধনী মেচ এছিয়া একাদশ আৰু বিশ্ব একাদশৰ মাজত অনুষ্ঠিত হ’ব বুলি জানিব পৰা গৈছে।

The-parking-area-will-bear-nearly-3000-cars-and-10000-two-wheelers3
ফটো: টুইটাৰ/অল্ ইণ্ডিয়া ৰেডিঅ’

গুজৰাট ক্ৰিকেট এছোচিয়েশ্যনৰ উপ সভাপতি পৰিমল নাথৱনিয়ে ষ্টেডিয়ামখনৰ অগ্ৰগতিৰ কিছু ছবি টুইটাৰত প্ৰকাশ কৰিছে।

ভাৰতত ক্ৰিকেটৰ জনপ্ৰিয়তা অভূতপূৰ্বভাৱে বৃদ্ধি পাইছে। বিশেষকৈ শেহতীয়াকৈ টী-২০ৰ দৰে নতুন ফৰমেটৰ লীগসমূহৰ খেল আৰম্ভ কৰাৰ পাছত দেশখনত ক্ৰিকেটৰ জনপ্ৰিয়তা প্ৰচুৰ বৃদ্ধি পাইছে।

জানিব পৰা মতে, ভাৰতে ২০২৩’ বিশ্বকাপ অনুষ্ঠিত কৰাৰ বাবে নিবিদা আগবঢ়োৱাৰ পৰিকল্পনা কৰিছে। দেশখনে ইতিমধ্যে ২০১১’ত বিশ্বকাপ অনুষ্ঠিত কৰিছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm
৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

September 15, 2025 9:35 pm
মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

September 15, 2025 9:07 pm
মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

September 15, 2025 8:36 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm
৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

September 15, 2025 9:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd