• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

উন্নয়নৰ নামত ৰাইজক প্ৰহসন! লখিমপুৰৰ পূৱ তেলাহীৰ আদিসুতিত শ শ ৰাইজৰ উত্তাল প্ৰতিবাদত  

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 17, 2025 8:43 pm
79
VIEWS
Share on FacebookShare on Twitter

লখিমপুৰ জিলাৰ পূব তেলাহীৰ আদিসুতিত উন্নয়নৰ নামত ৰাইজক প্ৰতাৰণৰ অভিযোগ তুলি আজি শতাধিক ৰাইজে এক উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদকাৰী ৰাইজে স্বাধীনোত্তৰ কালৰে পৰা বৃহত্তৰ আদিসুতি অঞ্চলৰ ৰাইজক প্ৰতাৰণা কৰাৰ অভিযোগ তুলি  হিমন্ত বিশ্ব শৰ্মা গ‘বেগ, মানৱ ডেকা গ’বেগ, বিজু পেগু গ’বেগ আৰু  অসম চৰকাৰ কাম নাই আদি শ্লোগান দি পদযাত্ৰা বাহিৰ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

উল্লেখ্য যে চৰকাৰৰ অবহেলাৰ বাবেই সামান্য ববৰষুণতে  বাট পথ বোকা পানী হোৱাৰ বাবে বহু সমস্যাৰ সৃষ্টি হোৱাৰ লগতে বিদ্যালয়লৈ ছাত্ৰ ছাত্ৰী সকলে চাৰি-পাঁচ কিলোমিটাৰ খোজ কাঢ়ি যাবলৈও বহু অসুবিধাৰ সন্মুখীন হ’বলগীয়া হয়। যাৰ বাবে গাঁৱৰ ডেকা, বুঢ়া -বুঢ়ী সকলোৱে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

পথৰ দুৰৱস্থাৰ বাবে সামান্য বেমাৰ বা প্ৰসূতি মহিলাক চিকিৎসা কৰিবলৈ লখিমপুৰ সদৰলৈ লৈ যাব হ’লে ৬-৭ কিলোমিটাৰ কান্ধত তুলি লৈ যাব লাগে। প্ৰতিবাদকাৰীসকলে  অঞ্চলটোৰ ৰাইজৰ সুবিধাৰ্থে পকী পথ নিৰ্মাণ কৰিবলৈ দাবী জনায়।

অন্যথা ২০২৬ চনৰ বিধানসভা নিৰ্বাচন, পঞ্চায়ত নিৰ্বাচন আৰু এম এ চিৰ নিৰ্বাচনৰ পূৰ্বে পকী পথ নিৰ্মাণ কৰি নিদিলে ভোট বৰ্জন কৰাৰ হুংকাৰ আদিসুতি অঞ্চলৰ ৰাইজৰ। অঞ্চলটোৰ উন্নয়নৰ ক্ষেত্ৰত মিছিং স্বায়ত্ব পৰিষদেও আজিলৈকে একো কাম নকৰাৰ অভিযোগ উত্থাপন কৰে।

Recent News

কেন্দ্ৰৰ নিৰ্দেশত এক্স-য়ে ভাৰতত বন্ধ কৰিছে ৮ হাজাৰৰো অধিক একাউণ্ট

কেন্দ্ৰৰ নিৰ্দেশত এক্স-য়ে ভাৰতত বন্ধ কৰিছে ৮ হাজাৰৰো অধিক একাউণ্ট

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে বাংকাৰত সোমাল পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফ!

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে বাংকাৰত সোমাল পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফ!

পোপ ফ্ৰান্সিছৰ উত্তৰাধিকাৰী নিৰ্বাচিত; প্ৰথমবাৰৰ বাবে আমেৰিকাৰ কোনো বাসিন্দা হ’ল পোপ

পোপ ফ্ৰান্সিছৰ উত্তৰাধিকাৰী নিৰ্বাচিত; প্ৰথমবাৰৰ বাবে আমেৰিকাৰ কোনো বাসিন্দা হ’ল পোপ

বিভিন্ন ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ দাবী- গ্ৰেপ্তাৰ হৈছে পাকিস্তানৰ সেনা প্ৰধান আছিম মুনিৰ!

বিভিন্ন ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ দাবী- গ্ৰেপ্তাৰ হৈছে পাকিস্তানৰ সেনা প্ৰধান আছিম মুনিৰ!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd