• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 31, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

দেশত শিক্ষাৰ অভাৱ! টাইমছ ৰেংকিঙৰ শীৰ্ষ ৫০ খন বিশ্ববিদ্যালয়ৰ তালিকাত আছে ভাৰতৰ মাত্ৰ ২ খন বিশ্ববিদ্যালয়

নৰ্থ-ইষ্ট নাও গুৱাহাটী by নৰ্থ-ইষ্ট নাও গুৱাহাটী
June 22, 2025 9:30 pm
522
VIEWS
Share on FacebookShare on Twitter

প্ৰকাশ পালে টাইমছ হাইয়াৰ এডুকেচন (THE) ইমপেক্ট ৰেংকিং ২০২৫ । এই তালিকাৰ শীৰ্ষ ৫০ খন শিক্ষানুষ্ঠানৰ ভিতৰত স্থান লাভ কৰিছে মাত্ৰ ২ খন ভাৰতীয় বিশ্ববিদ্যালয়। এই ৰেংকিঙে উদঙাই দিছে ভাৰতৰ শিক্ষা ব্যৱস্থাৰ কৰুণ অৱস্থা।

এছিয়াৰ বহু দেশে বহনক্ষম উন্নয়নৰ লক্ষ্য (SDGs) পূৰণৰ ক্ষেত্ৰত যথেষ্ট অগ্ৰগতি লাভ কৰিছে যদিও ভাৰতে বিশেষ অগ্ৰগতি লাভ কৰা নাই। ১৩০খন দেশৰ ২৫২৬খন বিশ্ববিদ্যালয়ক লৈ এই তালিকা প্ৰস্তুত কৰা হৈছে।

এই ৰেংকিং অনুসৰি ভাৰতৰ মাত্ৰ দুখন বিশ্ববিদ্যালয়ে শীৰ্ষ ৫০ ত স্থান লাভ কৰিছে আৰু মাত্ৰ ৪ খন শিক্ষানুষ্ঠান শীৰ্ষ ১০০ ৰ ভিতৰত আছে।এই তালিকাত ভাৰতৰ শীৰ্ষ স্থান হৈছে তামিলনাডুৰ অমৃতা বিশ্ব বিদ্যাপীথাম, যিয়ে বিশ্ব ৰেংকত ৪১ নং স্থান দখল কৰিছে। আজীৱন শিক্ষা, ছাত্ৰ-ছাত্ৰীৰ সুবিধা আৰু বিশুদ্ধ পানী ব্যৱস্থাপনাত শিক্ষানুষ্ঠানখনে ১০০/১০০ নম্বৰ লাভ কৰিছে। আনহাতে, পঞ্জাৱৰ লাভলী প্ৰফেচনেল ইউনিভাৰ্চিটি (এল পি ইউ)য়ে প্ৰথমবাৰৰ বাবে ৪৮ নম্বৰ স্থানত শীৰ্ষ ৫০ ৰ ভিতৰত প্ৰৱেশ কৰে।

কৰ্ণাটকৰ জে এছ এছ একাডেমী অৱ হাইয়াৰ এডুকেশ্যন (৫৬ ৰেংক) আৰু হিমাচল প্ৰদেশৰ শ্বুলিনি ইউনিভাৰ্চিটি (৯৬ ৰেংক)য়েও শীৰ্ষ ১০০ ৰ ভিতৰত স্থান লাভ কৰে।এইবাৰ ১৩৫ খন ভাৰতীয় প্ৰতিষ্ঠানে এই ৰেংকিঙত স্থান লাভ কৰে। তথাপিও শীৰ্ষত ভাৰতৰ উপস্থিতি স্পষ্টভাৱে কম। বহনক্ষম উন্নয়নৰ বাবে গৱেষণা, প্ৰসাৰ আৰু বিশ্ববিদ্যালয় পৰিচালনাৰ মানদণ্ডৰ ক্ষেত্ৰত এতিয়াও অধিকাংশ ভাৰতীয় বিশ্ববিদ্যালয়ে অধিক নিৰ্ণায়ক পদক্ষেপ গ্ৰহণ কৰাটো প্ৰয়োজন। বিশ্বৰ ক্ষেত্ৰত এছিয়া মহাদেশৰ পাঁচখন শিক্ষানুষ্ঠানে শীৰ্ষ দহৰ ভিতৰত স্থান লাভ কৰিছে। ইয়াৰ ভিতৰত অষ্ট্ৰেলিয়াৰ পশ্চিম ছিডনী বিশ্ববিদ্যালয় শীৰ্ষত আছে। তৃতীয় স্থানত আছে দক্ষিণ কোৰিয়াৰ কিউংপুক ৰাষ্ট্ৰীয় বিশ্ববিদ্যালয়। অষ্ট্ৰেলিয়াৰ আন দুখন প্ৰতিষ্ঠান গ্ৰীফিথ বিশ্ববিদ্যালয় আৰু তাছমেনিয়া বিশ্ববিদ্যালয় চতুৰ্থ স্থানত আছে। নৱম স্থানত আছে ইণ্ডোনেছিয়াৰ ইউনিভাৰ্চিটিছ এয়াৰলাংগা।

Recent News

অবৈধ বেটিং এপ প্ৰচাৰৰ অভিযোগ! চমন অনুসৰি হায়দৰাবাদৰ ইডি কাৰ্যালয়ত উপস্থিত হ’ল ‎অভিনেতা প্ৰকাশ ৰাজ

অবৈধ বেটিং এপ প্ৰচাৰৰ অভিযোগ! চমন অনুসৰি হায়দৰাবাদৰ ইডি কাৰ্যালয়ত উপস্থিত হ’ল ‎অভিনেতা প্ৰকাশ ৰাজ

নন্দিনী কাশ্যপৰ হিট এণ্ড ৰাণৰ ঘটনাঃ সহ-আৰক্ষী আয়ুক্ত জয়ন্ত সাৰথি বৰাৰ মিথ্যাচাৰ!

নন্দিনী কাশ্যপৰ হিট এণ্ড ৰাণৰ ঘটনাঃ সহ-আৰক্ষী আয়ুক্ত জয়ন্ত সাৰথি বৰাৰ মিথ্যাচাৰ!

ৰাজ্য কপাঁই যোৱা ডাঃ দেৱেন দত্ত হত্যাকাণ্ডৰ দোষীৰ শাস্তি হ্ৰাস গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

ৰাজ্য কপাঁই যোৱা ডাঃ দেৱেন দত্ত হত্যাকাণ্ডৰ দোষীৰ শাস্তি হ্ৰাস গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

গণ বহিষ্কাৰৰ মাজতে কৰ্মচাৰীৰ দৰমহা বৃদ্ধিৰ সিদ্ধান্তত স্থগিতাদেশ টাটা কনছালটেন্সিৰ!

গণ বহিষ্কাৰৰ মাজতে কৰ্মচাৰীৰ দৰমহা বৃদ্ধিৰ সিদ্ধান্তত স্থগিতাদেশ টাটা কনছালটেন্সিৰ!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd